কচুগাঁৱত ক’ভিডৰ বিৰুদ্ধে স্বয়ংসেৱকৰ প্ৰশিক্ষণ শিবিৰ

WhatsApp Image 2021 08 25 at 8.12.23 PM

গোসাইগাঁও মহকুমাৰ কচুগাঁও স্বাস্থ্য কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টী কচুগাঁও মণ্ডল কমিটিৰ সৌজনত স্বয়ং সেৱক প্ৰশিক্ষণ অভিযান শিবিৰ । উক্ত কাৰ্যসূচীত মণ্ডলৰ সকলো কৰ্মকৰ্তাৰ উপস্থিতিত গ্ৰামীণ স্তৰৰ সাধাৰণ জনগণক সজাগ কৰে।

লগতে স্বয়ংসেৱক অভিযানৰ প্ৰত্যেক গাঁৱতে এজন যুৱক আৰু এগৰাকী মহিলা কাৰ্যকৰ্তাক চিহ্নিত কৰি স্বয়ংসেৱক ৰূপত এই ব্যাপক অভিযানৰ লগত জড়িত কৰা হয় । নিজৰ গাঁও আৰু চুবুৰীৰ লোকসকলক কৰ’নাৰ বিষয়ে অৱগত আৰু নিজ নিজ গাঁও কৰ’নাৰ পৰা সুৰক্ষিত থকা আৰু সাৱধানতাৰ উপায় বুজোৱা হয় ।

Exit mobile version