Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱত তীব্ৰ ক্ষোভ

পৰিবহণ সন্থাৰ ঘোষণাৰ প্ৰতিবাদ ব্যক্তি-দল-সংগঠনৰ, শীঘ্ৰে হস্তক্ষেপ দাবী

publisher by publisher
August 26, 2021
in Assam, India, News
Reading Time: 1 min read
0
বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱত তীব্ৰ ক্ষোভ
2
SHARES
20
VIEWS
ShareShareShareShare

ক’ভিড পৰিস্থিতিত এশ শতাংশ পৰ্যন্ত বৃদ্ধি হোৱা যাত্ৰীবাহী বাহনৰ ভাড়া অব্যাহত থকাৰ সময়তে সদৌ অসম মটৰ পৰিবহণ সন্থাই পুনৰ ৫০ শতাংশ বাছ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ ঘোষণা কৰাৰ ৰাজ্যজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । উল্লেখ্য যে ক’ভিড‌ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত প্ৰতিখন যাত্ৰীবাহী বাহনক নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে অৰ্থাৎ ৫০ শতাংশ ‌যাত্ৰী লৈ চলাচলৰ বাবে অনুমতি প্ৰদান কৰিছিল চৰকাৰে । তেনে সময়তে ইন্ধনৰ অত্যধিক মূল্যবৃদ্ধি আৰু ৫০ শতাংশ যাত্ৰীৰে যাত্ৰীবাহী বাহন চলাচলত অসুবিধাৰ অজুহাতত বাহনসমূহে নিজ ইচ্ছানুসৰি এশ শতাংশ পৰ্যন্ত ভাড়া বৃদ্ধি কৰিছিল আৰু এই ভাড়া বৰ্তমানেও অব্যাহত আছে ।

ADVERTISEMENT

বিগত বৰ্ষত বলৱৎ হোৱা দীঘলীয়া তলাবন্ধৰ শিথিলতাৰ পাছতে মহানগৰীত অধিকাংশ চিটিবাছে প্ৰা‌য় ৪০ শতাংশ, মেজিক-ট্ৰেকাৰ আদিয়ে ৫০ৰ পৰা এশ শতাংশৰ সমান্তৰালভাৱে প্ৰতিখন জিলাতে যাত্ৰীবাহী বাহনসমূহে এশ শতাংশ পৰ্যন্ত ভাড়া বৃদ্ধি কৰিছিল । অৰ্থাৎ ক’ভিডৰ দ্বিতীয় ঢৌৰ আগলৈ মহানগৰীৰ প্ৰতিখন ব্যক্তিগত চিটিবাছে দূৰত্ব সাপেক্ষে লৈ অহা সাত টকাৰ ভাড়া ১০-১২ টকালৈ বৃদ্ধি কৰিছিল আৰু বৰ্তমানেও এই ভাড়া আদায় কৰি আহিছে । ফলত একমাত্ৰ ৫০ শতাংশ যাত্ৰী লৈ চলাচলৰ বাবে এই বাহনসমূহে যাতে লোকচানৰ সন্মুখীন নহয়, নিজৰ ইচ্ছানুসাৰে ভাড়া বৃদ্ধি কৰাৰ পাছতো সাধাৰণ যাত্ৰীয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল । কিন্তু সম্প্ৰতি পুনৰ ৫০ শতাংশ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

RelatedPosts

চি পি আই (এম) নেতা সঞ্জীৱ দেৱৰ মৃত্যু 

Opposition Unity Forum Failed in the Assam:ৰাজ্যত থানবান বিৰোধী ঐক্য !

Assam Ministers lost his constituency: সমষ্টি হেৰুৱালে ৰাজ্যৰ ৰাজনীতিৰ ডেৰকুৰি ৰথী-মহাৰথীয়ে

এই বাছ ভাড়া বৃদ্ধিৰ ফলত বেপাৰ-বাণিজ্য কৰি পৰিয়াল পোহপাল দিয়ে আ লোকসকল অধিক ক্ষতিগ্ৰস্ত হ’ব বুলি হাজোৰ পৰা দৈনিক গুৱাহাটীলৈ অহা পদপথৰ ব্যৱসায়ী উমেশ দাসে সদৰী কৰি কয়, ‘ক’ভিডত ক্ষতিগ্ৰস্ত‌ই সকাহ পাবলৈ ক্ষতিগ্ৰস্তৰ ওপৰতে মাধমাৰ শোধোৱাৰ এক সিদ্ধান্ত গ্ৰহণ কৰিছে । এতিয়া ৫০ শতাংশ ভাড়া বৃদ্ধি কৰিব । ক’ভিড নৌহ‌ওঁতেই হাজোৰ পৰা ৩০ টকাত আমবাৰীলৈকে আহিছিলো । এতিয়া ৬০ টকাত আহো । ৫০ শতাংশ বঢ়ালে প্ৰায় ৯০-১০০ টকা ভাড়া হ’ব ।’

এই ভাড়া কাৰ্যকৰী হ’লে অহা-যোৱা কৰোতেই ভাড়াৰ নামত দুশ টকা খৰচ হ’ব বুলি উল্লেখ কৰি দাসে কয় যে তেতিয়া আৰু গুৱাহাটীলৈ ব্যৱসায় কৰিবলৈ অহা বাদেই দিব লাগিব । মহানগৰীৰ পদপথত তামোল-পাণৰ দোকান তিনি-চাৰিশ টকা উপাৰ্জন কৰি দুশ টকা যদি ভাড়াতে দিব লগা হয় সাধাৰণ শ্ৰেণীৰ লোকসকলে বাছত অহা-যোৱা কৰি ব্যৱসায় কৰাটো অসম্ভৱ হৈ উঠিব বুলি তেওঁ মন্তব্য কৰে ।

বাছ ভাড়া বৃদ্ধিয়ে কেৱল দিন-হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া সকলকহে মাধমাৰ শোধাব বুলি দাসে কয় । সমান্তৰালভাৱে মহানগৰীৰ কে’বাটাও বাছ আস্থানত বাছৰ বাবে ৰৈ থকা কাম কৰা সবিতা কলিতা, চতুৰ্থবৰ্গৰ চৰকাৰী কৰ্মচাৰী মাধৱ দাস, ৰঙিয়াৰ পৰা অহা নৃপেন লহকৰ আদিয়ে ৫০ শতাংশ বাছ ভাড়া বৃদ্ধিয়ে সকলোকে সমস্যাত পেলাব বুলি মন্তব্য কৰি এই ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ দাবী কৰে ।

ইফালে, ক’ভিডৰ ফলত ইচ্ছাকৃতভাৱে বৃদ্ধি কৰা ভাড়া নে ক’ভিডৰ আগত প্ৰচলিত ভাড়াৰ লগত সামঞ্জস্য ৰাখি মটৰ পৰিবহণ সন্থাই এই ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়াইছে সেয়া স্পষ্ট নোহোৱা বিষয়টোৱেও ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । এই সন্দৰ্ভত ৰঙিয়াৰ পৰা দৈনিক গুৱাহাটীলৈ অহা লহকৰে কয়, ‘এতিয়া বলৱৎ হৈ থকা ভাড়াৰ লগত পুনৰ ৫০ শতাংশ ভাড়া বৃদ্ধি হ’ব নে পূৰ্বৰ ভাড়াৰ লগত হ’ব ? যদি এতিয়া লৈ থকা ভাড়া লগত হয় তেন্তে ১৫০-২০০ শতাংশ পৰ্যন্ত বাছ ভাড়া বৃদ্ধি হ’ব । কিয়নো ক’ভিডৰ আগতে ৰঙিয়াৰ পৰা আমিনগাঁৱলৈ ৫০ টকা আছিল আৰু য’ত এতিয়া এশ শতাংশ টকা লয় । অৰ্থাৎ ক’ভিডৰ ফলত এশ শতাংশ বাছ ভাড়া বৃদ্ধি হৈয়ো প্ৰৱৰ্তন হৈ আছে ।’

উল্লেখ্য যে কেৱল চিটি বাছৰ বা আন্তঃজিলা চলাচল কৰা বাছসমূহে নহয়, এই সময়ছোৱাত দিবা-নৈশ সকলো ব্যক্তিগত যাত্ৰীবাহী বাহনৰ বাছ ভাড়া বৃদ্ধি হৈছিল আৰু এতিয়াও বহু স্থানত এই ব্যৱস্থা চলি আছে বুলি লহকৰে মন্তব্য কৰি সমগ্ৰ বিষয়টো পৰিবহণ বিভাগৰ হস্তক্ষেপৰ জৰিয়তে সমস্যা সমাধানৰ দাবী জনায় ।

৫০ শতাংশ ভাড়া বৃদ্ধি গ্ৰহণযোগ্য নহয় : চিপিআই

ক’ভিড পৰিস্থিতিৰ ফলত বাছৰ মালিক-চালকসকল যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে যদিও একপক্ষীয়ভাৱে বাছ মালিকসকলে ৫০ শতাংশ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলি উল্লেখ কৰিছে ভাৰতীয় কমিউনিষ্ট পাৰ্টি , অসম ৰাজ্যিক পৰিষদে । চিপিআইৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত‌ই প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত এই কথা উল্লেখ কৰি বাছ ভাড়া বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে । মালিক সংগঠনসমূহৰ লগত এই সন্দৰ্ভত চৰকাৰক আলোচনা কৰিবলৈ দাবী জনাই মহন্ত‌ই ক্ষতিগ্ৰস্ত বাছ মালিকসকলক পৰ্য্যাপ্ত ক্ষতিপূৰণ দিয়া, চালক-হেণ্ডীমেনক এককালীন আৰ্থিক সাহায্য প্ৰদান কৰি প্ৰস্তাৱিত ৫০ শতাংশ বাছ ভাড়া বৃদ্ধিৰ সংশোধন কৰি হ্ৰাস কৰিবলৈ আহ্বান জনায় । অন্যথা নিম্ন মধ্যবিত্ত, মধ্যবিত্ত আৰু বিভিন্ন জিলাত কৰ্মসূত্ৰে অহা-যোৱা কৰা শ্ৰমিকৰ জীৱনলৈ সংকট নামি আহিব বুলি তেওঁ কয় ।

বৃদ্ধি নহয় বাছ ভাড়া : স্পষ্ট কৰিলে মন্ত্ৰী পাটোৱাৰীয়ে

যাত্ৰীবাহী দিবা-নৈশ বাছৰ ভাড়া ৫০ শতাংশ বৃদ্ধিৰ সিদ্ধান্ত মটৰ পৰিবহণ সন্থাই গ্ৰহণ কৰিলেও কোনো কাৰণতে বাছ ভাড়া বৃদ্ধি নহয় বুলি স্পষ্ট কৰিছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । যিসকলে বাছত যাতায়ত কৰে অৰ্থাৎ সাধাৰণ লোকসকলে এতিয়া অৰ্থনৈতিকভাবে ক্ষতিগ্ৰস্ত হৈ থকাৰ সময়ত এই লোকসকলক মাধমাৰ শোধাই কোনোধৰণৰ ভাড়া বৃদ্ধি নহয় বুলি তেওঁ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰি ৰাইজক শংকিত নহ’বলৈ আহ্বান জনায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam State Transport CorporationChandra Mohan PatowaryCPI
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d