Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাউথিৰ আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

    ‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

    দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

    জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ

    মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

    মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Opposition Unity Forum Failed in the Assam:ৰাজ্যত থানবান বিৰোধী ঐক্য !

ইটোৰ পিছত সিটোকৈ দলে এৰিলে বিৰোধী ঐক্য মঞ্চ, আপে ইতিমধ্যে ঘোষ কৰিছিল তিনি প্ৰাৰ্থীৰ নাম, যোৰহাটত প্রার্থী ঘোষণা চিপিআইৰ, তৃণমূলেও প্রার্থিত্ব দিব চাৰি সমষ্টিত !

publisher by publisher
March 7, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Opposition Unity Forum Failed in the Assam:ৰাজ্যত থানবান বিৰোধী ঐক্য !
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

Opposition Unity Forum Failed in the Assam:

ৰাজ্যৰ বিৰোধী ঐক্যত ছিৰালফাট ৷ ইটোৰ পিছত সিটোকৈ দলে এৰিলে বিৰোধী ঐক্য মঞ্চ ৷ অসমৰ ঐক্যবদ্ধ বিৰোধী মঞ্চই আসন বুজাবুজি চূড়ান্ত কৰাৰ পূৰ্বেই প্রার্থী ঘোষণা কৰিলে চিপিআই-এ ৷

ADVERTISEMENT

ইপিনে, মঞ্চৰ অংশীদাৰ আন এটা দল অসম তৃণমূল কংগ্রেছেও নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। নিৰ্বাচনত প্রতিদ্বন্দ্বিতা কৰা আৰু প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰাক লৈ বুধবাৰে চিপিআইৰ মহানগৰীৰ ৰাজগড়স্থিত ৰাজ্যিক কার্যালয়ত ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ এখন জৰুৰী সভা অনুষ্ঠিত হয়।

ইয়াত দলৰ ৰাষ্ট্ৰীয় সমিতিৰ প্রতিনিধি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় সম্পাদক পল্লর সেন। অসমৰো তত্ত্বাৱধায়কৰ দায়িত্বত থকা সেনে সভাত ৰাষ্ট্রীয় নেতৃত্বই অসমৰ এটা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰিবলৈ গ্রহণ কৰা সিদ্ধান্তৰ বিষয়ে সদৰী কৰে। সেই অনুসৰি, দলৰ সাংগঠনিক দিশবোৰ পৰ্যালোচনা কৰি যোৰহাট লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে দলৰ অসমৰ সম্পাদক কনক গগৈক প্রার্থী হিচাপে প্ৰক্ষেপৰ সিদ্ধান্তও চূড়ান্ত কৰা হয়।

উল্লেখ্য যে ,যোৰহাট সমষ্টিত বিৰোধী মঞ্চৰ প্রার্থী কোন হ’ব তাকে লৈ দীর্ঘদিন চর্চা চলি আহিছে। যোৰহাটত কংগ্ৰেছে প্রতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈছে। আনকি দলৰ প্রার্থী সাংসদ গৌৰৱ গগৈ হ’ব বুলিও চর্চা তুংগত আছে। এনে সময়তে চিপিআয়ে নিজাকৈ প্রার্থী ঘোষণা কৰাটো তাৎপর্যপূর্ণ বুলি বিবেচিত হৈছে।

অৱশ্যে সভাত সিদ্ধান্ত লোৱা হয় যে যোৰহাটৰ বাদে ৰাজ্যৰ আন ১৩ টা সমষ্টিত চিপিআয়ে ঐক্যবদ্ধ বিৰোধী মঞ্চৰ প্ৰাৰ্থীক সমর্থন জনাব। ইপিনে, যোৱা নিশা অসম তৃণমূল কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ লগত তৃণমূল কংগ্রেছৰ জ্যেষ্ঠ কেন্দ্রীয় নেতা ডেৰেক অ’ব্রায়ানৰ উপস্থিতিত এখন আন্তঃদলীয় বৈঠক গুৱাহাটীত অনুষ্ঠিত হয়।

এই বৈঠকত কংগ্ৰেছৰ লগত মিলি নকৰিবলৈ সিদ্ধান্ত লোৱা হয়। দলটোক অবিশ্বাসৰ বাতাবৰণে ঘেৰি ধৰা, কোনো স্পষ্ট স্থিতি নথকা আদি কাৰণতে অসম তৃণমূল কংগ্ৰেছে কৰিমগঞ্জ, কোকৰাঝাৰ, ধুবুৰী আৰু লখিমপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতাৰ সিদ্ধান্ত লয়।

গুৱাহাটী মহানগৰ জিলা তৃণমূল কংগ্রেছৰ এখন বর্ধিত কার্যনির্বাহক সভাত অংশগ্রহণ কৰি দলৰ ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱে কয় যে তেওঁলোকে অসমত নিজাববীয়াকৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব। তাৰ বাবে চাৰিটা সমষ্টিৰ নাম চূড়ান্ত কৰি কেন্দ্রীয় কমিটীলৈ প্ৰেৰণ কৰিছে।

দেৱে কয়, ‘আমি কাৰোবাৰ ভোট কাটিবলৈ নির্বাচন নেখেলো। আমি জিকিবলৈ নির্বাচন খেলিম। খুঁজি খুঁজি নিৰ্বাচন জিকাই আমাৰ শ্ল’গান। আমি এইকাৰণেই এককভাৱে নির্বাচন খেলিম। কংগ্রেছ এটা বিভ্রান্তিত থকা দল। তেওঁলোকে আজি এটা কথা কয়, কালি আন এটা কথা কয়। আকৌ কংগ্রেছ দলটো নির্বাচনৰ সময়লৈ কিমান থকিব তাকে লৈও প্রশ্ন আহে; কিন্তু তৃণমূল কংগ্রেছ থাকিব। য’ত য’ত আমাৰ সংগঠন আছে, তাতে আমি নির্বাচন খেলিম।’

প্রসংগক্রমে উল্লেখ্য যে ইতিমধ্যে আম আদমী পার্টিয়েও তিনিটা সমষ্টিত নিজাকৈ প্রার্থী প্রক্ষেপ কৰিছে। দলটোৰ তিনি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবহি আপৰ মুৰব্বী অৰবিন্দ কেজৰিয়াল আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মানে ৷ ডিব্ৰুগড়ত এক বিশাল সভাত সম্বোধন কৰি দিল্লী -পঞ্জাৱৰ মুখ্যমন্ত্ৰীদ্বয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AAPAssamCPIOpposition Unity Forum FailedTMC
publisher

publisher

Related Posts

হাউথিৰ আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত
International

হাউথিৰ আক্ৰমণত ৰক্তাক্ত ছৌদি আৰব, ৰিয়াধ বিমানবন্দৰত ক্ষেপণাস্ত্ৰৰে আঘাত

October 11, 2026
‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ
India

‘পিছু হুঁহকি নাযাওঁ’, মুকলি হৈয়েই হুংকাৰ CJPৰ তিনি নেতাৰ

October 11, 2026
দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ
India

দিল্লীত প্ৰতিবাদৰ মাজতে চেন্নাইত মেট্ৰ’ ৰে’লৰ নতুন অংশ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ

October 11, 2026
জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ
India

জম্মু-কাশ্মীৰৰ ছ’পোৰত পাহাৰৰ গুহাৰ পৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ, বিস্ফোৰক উদ্ধাৰ

October 11, 2026
মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’
India

মুকলি পায়েই বিস্ফোৰক দাবী ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ, ‘মোক অপহৰণ কৰা হৈছিল’

October 11, 2026
মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু
India

মণিপুৰত পুনৰ হিংসাত্মক ঘটনা, ৪৮ ঘণ্টাত ৯জনৰ মৃত্যু

October 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d