Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

একশৰণ নামধৰ্মৰ বাণী প্ৰচাৰ কৰি সত্ৰ‌ই সত্ৰ‌ই বিচৰণ চান্দ মিঞাৰ

৩৩ বছৰ পূৰ্বে মাহপুৰুষীয়া ধৰ্মত শৰণ লৈ হৈছিল চান্দ ওজা

publisher by publisher
August 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
একশৰণ নামধৰ্মৰ বাণী প্ৰচাৰ কৰি সত্ৰ‌ই সত্ৰ‌ই বিচৰণ চান্দ মিঞাৰ
5
SHARES
45
VIEWS
ShareShareShareShare

সুদীৰ্ঘ ৩৩ বছৰ পূৰ্বে বৰপেটা জিলাৰ ময়নবৰীৰ চান্দ মিঞাই সিদ্ধান্ত লৈছিল যে গুৰু দুজনাই যি আদৰ্শৰে অসমীয়া সমাজখনক যাউতিযুগলৈ মহিমামণ্ডিত কৰি থৈ গৈছে, সেই ধাৰাত তেওঁ নিজকে সমৰ্পণ কৰিব । এইক্ষেত্ৰত তেওঁৰ বাবে পথ প্ৰদৰ্শক হৈ আহিছিল ঐতিহাসিক ময়নবৰী সত্ৰৰ তদানীন্তন সত্ৰাধিকাৰ ভগৱান চন্দ্ৰ অধিকাৰী । আৰু ১৯৮৮ৰ এটি শুভ দিনত এখন গোড়া ইছলামধৰ্মী সমাজৰ পৰা অহা চান্দ মিঞাক মহাপুৰুষীয়া ধৰ্ম অনুসৰি শৰণ দিছিল একশৰণ ভাগৱতী সমাজৰ মুৰব্বী প্ৰয়াত আচাৰ্য ইলাৰাম দাসে । তাৰ পাছৰ পৰা মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰত এখন্তেকো ৰৈ থকা নাই তেতিয়াৰ চান্দ মিঞা তথা বৰ্তমানৰ চান্দ ওজাই ।

ADVERTISEMENT

কীৰ্তনঘোষা, নামঘোষা তেওঁৰ কণ্ঠস্থ । সৰসৰকৈ কণ্ঠেৰে নিগৰে ভাগৱতৰ পদবোৰ । চান্দ সাই তেওঁৰ বাবে আদৰ্শ । আজিৰ চান্দ ওজাৰ ময়নবৰী স্থায়ী ঠিকনা হ’লেও তেওঁ আজি একপ্ৰকাৰ যাযাবৰ । ইখনৰ পাছত সিখন সত্ৰ ভ্ৰমি ফুৰা, সমাজত গুৰু দুজনাৰ বাণী প্ৰচাৰ কৰোতেই তেওঁৰ দিন উকলে, ৰাতি বাগৰি যায় । সম্পূৰ্ণ উদাসীন ভকতৰ জীৱনক তেওঁ আঁকোৱালি লৈছে । কেতিয়াবা ময়নবৰীৰ ফালে গ’লে নিজৰ ঘৰত সোমায় ।

RelatedPosts

Barpeta Trianga yatra: বৰপেটা জিলা নাগৰিক সমাজৰ উদ্যোগত বৰপেটাত ত্ৰিৰংগা যাত্ৰা

Devastating fire broke out in Barpeta Shila: বৰপেটাৰ শিলাত নিশা বিধ্বংসী অগ্নিকাণ্ড

Baghbar Revenue Circle Officer suspended: বৰপেটাৰ বাঘবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক নিলম্বন

পৰিয়ালত মাতৃ, জ্যেষ্ঠ ভাতৃ, ভাতৃ আদি সকলো আছে । তেওঁলোকৰো কোনেও আজিলৈকে চান্দ ওজাক তেওঁৰ দৰ্শনক লৈ প্ৰশ্ন কৰা নাই । বৰঞ্চ তেওঁৰ আদৰ্শত যাতে কোনো ধৰণৰ আঘাত নপৰে তাৰ বাবেহে সকলো সতৰ্ক হৈ থাকে । একমাত্ৰ মাতৃৰ হাতৰ চাহ গ্ৰহণ কৰে ভকত চান্দ ওজাই । মুখত অনবৰত তেওঁৰ উচ্চাৰিত হৈ থাকে কৃষ্ণৰ নাম । সাম্প্ৰতিক সময়ত ব্যতিক্ৰমী এক ব্যক্তিত্বৰূপে থিয় হৈ ৰৈছে এই চান্দ ওজা ।

‘এখন ৰক্ষণশীল সমাজৰ ইছলামধৰ্মী হৈও মোক সত্ৰাধিকাৰ ভগৱান চন্দ্ৰ অধিকাৰীয়ে নিজৰ আলধৰাৰূপে ৰাখিছিল । সেই মহানতা, সেই উদাৰতাৰ গভীৰতাক কোনেও কেতিয়াও জুখিব নোৱাৰে । অসম আন্দোলনৰ সময়ত মোৰ জীৱন যোৱাৰ উপক্ৰম হৈছিল; কিন্তু একমাত্ৰ সত্ৰাধিকাৰ অধিকাৰীদেৱৰ বাবে মোৰ জীৱন ৰক্ষা পৰিছিল । সত্ৰাধিকাৰগৰাকীৰ আদৰ্শ‌ই মোক বচাইছিল । তেওঁৰ পৰা বুজি পাইছিলো যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, শ্ৰীশ্ৰীমাধৱদেৱ, নাৰায়ণ দাস ঠাকুৰ আতা আদি মহাপুৰুষসকলে সমাজখনক যি আদৰ্শ দেখুৱাই গৈছে তাত হিংসা-দ্বেষ, সৰু-বৰ নাই । মানুহ সকলো সমান । শ্ৰীমন্ত শংকৰদেৱে সকলোকে এক কৰি ৰাখিছিল । একশৰণ হৰি নাম ধৰ্মক ম‌ই ভাল পাওঁ । এয়াই এতিয়া মোৰ জীৱনৰ মূলমন্ত্ৰ ।’ এইদৰে ‘দৈনিক অগ্ৰদূত’ৰ আগত জীৱনৰ অনুভূতি ব্যক্ত কৰে চান্দ ওজাই ।

৬১ বছৰীয়া ভকত ওজাই কয় যে কেতিয়াবা পৰিয়াল অথবা অন্য দুই-এক লোকে তেওঁক সংসাৰ পতাৰ কথা কয় । তেওঁ সেই কথা হাঁহি উৰুৱাই দিয়ে । উদাসীন ভকতৰ জীৱনত যি মাধুৰ্য বিচাৰি পাইছে সেয়া অনিৰ্বচনীয় বুলি কয় । আনহাতে, নিজৰ ধৰ্ম এৰি বৈষ্ণৱ হোৱাৰ সন্দৰ্ভত আগতে এৰি অহা ধৰ্মৰ দুই-একে নেতিবাচক মন্তব্য কৰিছিল যদিও এতিয়া আৰু কোনেও তেনে একো নকয় ।

দীঘল চুলি, চুৰীয়া, পাঞ্জাবী, গামোচা আদিৰে সম্পূৰ্ণ ভকতৰ সাজৰ চান্দ ওজাৰ বাবে প্ৰতিখন সত্ৰৰ দুৱাৰ খোলা থাকে । তেওঁ নহ’লে বহু সত্ৰৰ কাম-কাজো আধৰুৱা হৈ ৰয় । নাৰায়ণ দাস ঠাকুৰ আতাই প্ৰতিষ্ঠা কৰা ময়নবৰী সত্ৰক মূল আধাৰ কৰি জীৱনচৰ্যা চলাই ৰোৱা চান্দ ওজাৰ প্ৰত্যাশা – ‘সকলোকে এক কৰি লোৱা, হিংসা-দ্বেষ একশৰণ নামধৰ্ম জীৱনৰ অন্তিম দিনটোলৈ আন্তঃকৰণেৰে সমাজৰ মাজলৈ লৈ যোৱাই হ’ব মোৰ কাম । তাৰ বাবে মোক প্ৰচাৰ নালাগে । প্ৰচাৰ কিয় লাগে, কামহে মুখ্য ।’

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Barpeta
publisher

publisher

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d