Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দৈয়ুংমুখৰ ঘটনাই কঁপনি তুলিছে ৰাজ্য প্ৰশাসনত

পাঁচজন চালক-হেণ্ডিমেনৰ মৃত্যু, পাঁচখন ট্ৰাক ভস্মীভূত

publisher by publisher
August 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
দৈয়ুংমুখৰ ঘটনাই কঁপনি তুলিছে ৰাজ্য প্ৰশাসনত
দৈয়ুংমুখৰ ঘটনাই কঁপনি তুলিছে ৰাজ্য প্ৰশাসনত
3
SHARES
29
VIEWS
ShareShareShareShare

অসম চৰকাৰে ৰাজ্যত সম্পূৰ্ণ শান্তি বিৰাজ কৰি থকা বুলি দাবী কৰি অহাৰ সময়তে বৃহস্পতিবাৰে নিশা ডিমা হাচাও জিলাৰ দৈয়ুংমুখ ৰেঞ্জৰ বিলত সংঘটিত হিংসাত্মক ঘটনাই চৰকাৰৰ দাবীক অসাৰ প্ৰতিপন্ন কৰিলে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে আলফাই ঘোষণা কৰিছিল একপক্ষীয় যুদ্ধ বিৰতি ৷ একেদৰে পাহাৰৰ পাচঁটাকৈ মূলতে কাৰ্বি আৰু কুকি জনগোষ্ঠীয় উগ্ৰপন্থী সংগঠনেও অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ বাটলৈ ঘূৰি আহিছিল ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগে স্পষ্ট কৰিছিল যে পাহাৰত আৰু কোনো উগ্ৰপন্থী সংগঠন নাই ৷ পাহাৰত এতিয়া শান্তিয়ে শান্তি ৷ পিছে চৰকাৰৰ এই দাবী বৃহস্পতিবাৰে মিছা বুলি প্ৰতিপন্ন কৰিলে ডি এন এল এ নামৰ সংগঠনটোৱে ৷

ADVERTISEMENT

শান্ত হৈ পৰা ডিমা হাচাও জিলাত বৃহস্পতিবাৰে নিশা ৮-৯ বজাৰ ভিতৰত উগ্ৰপন্থী সংগঠটোৱে চলোৱা নিৰ্বিচাৰ গুলী বৰ্ষণত পাঁচজনকৈ নিৰীহ ট্ৰাক চালক-হেণ্ডিমেনে প্ৰাণ দিব লগা হয় ৷ আন দিনাৰ দৰেই ট্ৰাকসমূহে উমৰাংচ’ৰ চিমেণ্ট কাৰখানাৰ পৰা ক্লিংকাৰ আৰু কয়লা লংকালৈ আনিছিল ৷ আগৰ পৰা দৈয়াংমুখৰ ৰেঞ্জৰ বিলত খাপ পিটি আছিল ডি এন এল এৰ এটা ৭-৮ জনীয়া দলে ৷

RelatedPosts

Nagaon:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

Piyanka Gandhi Vadra:হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে অভিযোগনামা মুকলি প্ৰিয়ংকাৰ

PIL:মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত পি আই এল দাখিল প্ৰাক্তন উপ-ৰাজ্যপাল সহ ১২ গৰাকী বিশিষ্ট ব্যক্তিৰ

ট্ৰাকসমূহক ৰখাই উগ্ৰপন্থী দলটোৱে ট্ৰাকসমূহলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ এই গুলীচালনাত লংকাৰ ট্ৰাক চালক প্ৰণৱ সিংহা কথমপি ৰক্ষা পৰে যদিও আনজন চালক ফাৰুক আহমেদৰ ভৰিত গুলী লাগে ৷ তেওঁলোক দুয়োৱে কথমপি প্ৰণৰক্ষা কৰি তেওঁলোকেই নিশা গুলীচালনা আৰু ট্ৰাক জ্বলাই দিয়াৰ খবৰ দিয়ে ৷

উগ্ৰপন্থীৰ দলটোৱে গুলীয়াই জ্বলাই দিয়া ট্ৰাকত মৃত্যু হোৱা চালক-হেণ্ডিমেনসকল হ’ল লংকাৰ বিপ্লৱ সিং, আছগৰ আলি, ছিকণ্ডৰ আলি, গৌৰ মজুমদাৰ আৰু দিলোৱাৰ হুছেইন ৷ সতীৰ্থ চালকৰ ভাষ্য অনুসৰি, এগৰাকী চালক আছিল অসমৰ বাহিৰৰ ৷ জ্বলি ছাই হৈ যোৱা পাঁচজন চালকৰ মৃতদেহ চিনাক্ত কৰা সহজ নহয় ৷

গুলীবিদ্ধ হৈ নগাঁৱত চিকিৎসাধীন হৈ থকা চালক ফাৰুক আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে, উগ্ৰপন্থীৰ দলটোৱে ট্ৰাক ৰখাই তেওঁৰ ভৰিত গুলী কৰে ৷ ইয়াৰ পাছতে তেওঁ ট্ৰাকৰ বাওঁফালৰ দৰ্জাৰে ওলাই এটা খালত পৰি প্ৰাণ ৰক্ষা কৰে ৷ তেওঁৰ লগত থকা হেণ্ডিমেনজনক পলাবলৈ কৈছিল যদিও সি পলাব নোৱাৰিলে আৰু ট্ৰাকতে জ্বলি ছাই হয় ৷

ঘটনা সন্দৰ্ভত ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে কয় যে ৫-৬ জনীয়া দল আহি এই ঘটনা নিশা সংঘটিত কৰে ৷ এতিয়া আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান অব্যাহত ৰখা বুলি তেওঁ কয় ৷ অৱশ্যে কোন উগ্ৰপন্থী সংগঠনে এই নাৰকীয় ঘটনা সংঘটিত কৰিলে সেই সম্পৰ্কে কোনো মন্তব্য নকৰিলে বিষয়াগৰাকীয়ে ৷

২০১৬ত গঠন হৈছিল ডিমাছা নেচনেল লিবাৰেচন আৰ্মী ৷ কাৰ্বি আংলং, ডিমাপুৰ, ডিমা হাচাও, হোজাই আৰু কাছাৰ জিলাক লৈ এখন সুকীয়া ৰাজ্যৰ দাবী কৰি আহিছে সংগঠটোৱে ৷ পুৰণি ডিমাছা ৰজাৰ শাসনত থকা সকলো এলেকাক লৈ এখন ৰাজ্যৰ দাবী কৰা সংগঠটোৰ অধ্যক্ষগৰাকীয়ে ২০১৬ৰ পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ ধনশিৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল ৷

ইটিকা ডিপুছা নামৰ নেতাগৰাকী নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতে নিৰুদ্দেশ হৈ পৰে ৷ পাছতহে সকলোৱে গম পাই তেওঁ উগ্ৰপন্থী সংগঠনত যোগ দিছে ৷ ডিমাপুৰত বাহৰ পাতি উগ্ৰপন্থী সংগঠনটোৱে সংগঠনৰ কাম-কাজ চলাই আহিছে ৷ ইয়াৰ মাজতে কাৰ্বি আংলং জিলাৰ নাগালেণ্ড সীমান্তৰ মিছিবাইলামত ২৩ মাৰ্চত সংগঠনটোৰ সাতগৰাকী কেডাৰৰ মৃত্যু হৈছিল অসম আৰক্ষীৰ কামাণ্ড বাহিনীৰ হাতত ৷ ইয়াৰ পাছতে উগ্ৰপন্থীৰ দলটোৱে কাৰ্বি আংলং জিলা ত্যাগ কৰি ডিমা হাছাও জিলাৰ মাইবং মহকুমাত খোপনি পুতে ৷

সংগঠনটোৱে ১৪ আগষ্টত ৩৬ ঘন্টীয়া প্ৰস্তাৱিত ৰাজ্য এলেকা বন্ধ দিয়ে ৷ ডিমা হাচাও জিলাত বন্ধ সফল হয় ৷ ১৫ আগষ্টত সংগঠনটোৱে কালাচান্দত শূন্যলৈ গুলী ফুটাই বন্ধ সফল হোৱা কথাক স্বাগতম জনায় ৷ সংগঠটোত বহু কেডাৰ নাই যদিও এনে কাণ্ড সংঘটিত কৰিবলৈ বেছি লোকৰ প্ৰয়োজন নহয় ৷ ডিমা হাছাও জিলা প্ৰশাসনে সংগঠনটোৰ বিৰুদ্ধে অভিযান চলাইছে যদিও চোৰাংচোৱাৰ ব্যৰ্থতাৰ বাবেই হওক কিম্বা আন কাৰণত সফল হ’ব পৰা নাই ৷ ইয়াৰ পৰিণতিতে বৃহস্পতিবাৰে নিশা সংগঠনটোৱে ৰাজ্য কঁপাই যোৱা অভিযান চলাই পাচঁখনকৈ ট্ৰাক জ্বলাই দিয়াৰ লগতে ছগৰাকী চালক-হেণ্ডিমেনক হত্যা কৰে ৷

লক্ষ্যণীয় যে উমৰাংচ’ত থকা ডালমিয়া চিমেণ্ট কাৰখানাকে ধৰি আন চিমেণ্ট কাৰখানা আৰু কয়লা ব্যৱসায়ীসকলৰ পৰা উগ্ৰপন্থী সংগঠনটোৱে দীৰ্ঘদিনৰ পৰা ধন দাবী কৰি আহিছিল ৷ ডিমা হাছাও জিলাৰ চূণশিল আৰু কয়লাৰ ওপৰত পুঁজিপতিৰ যি হাতোৰা চলি আছে তাক সহজে ল’ব পৰা নাই সংগঠনটোৱে ৷ দৈনিক বৃহস্পতিবাৰৰ দৰেই ট্ৰাকত ক্লিংকাৰ আৰু কয়লা আহে ৷ সেয়ে উগ্ৰপন্থীৰ সহজ লক্ষ্য হৈ পৰে নিৰীহ ট্ৰাক চালক আৰু হেণ্ডিমেনসকল ৷

ৰাজ্য চৰকাৰে ১০০ দিনীয়া সফলতাত পাহাৰত শান্তিয়ে শান্তি বিৰাজ কৰি থকা বুলি দাবী কৰি অহাৰ সময়তে ডি এন এল এ নামৰ সংগঠটোৱে গৃহ বিভাগক যেন প্ৰত্যাহ্বান জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DNLAHimanta Biswa Sarma
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d