Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দৈয়ুংমুখৰ ঘটনাই কঁপনি তুলিছে ৰাজ্য প্ৰশাসনত

পাঁচজন চালক-হেণ্ডিমেনৰ মৃত্যু, পাঁচখন ট্ৰাক ভস্মীভূত

publisher by publisher
August 27, 2021
in Assam, India, News
Reading Time: 1 min read
0
দৈয়ুংমুখৰ ঘটনাই কঁপনি তুলিছে ৰাজ্য প্ৰশাসনত
দৈয়ুংমুখৰ ঘটনাই কঁপনি তুলিছে ৰাজ্য প্ৰশাসনত
3
SHARES
28
VIEWS
ShareShareShareShare

অসম চৰকাৰে ৰাজ্যত সম্পূৰ্ণ শান্তি বিৰাজ কৰি থকা বুলি দাবী কৰি অহাৰ সময়তে বৃহস্পতিবাৰে নিশা ডিমা হাচাও জিলাৰ দৈয়ুংমুখ ৰেঞ্জৰ বিলত সংঘটিত হিংসাত্মক ঘটনাই চৰকাৰৰ দাবীক অসাৰ প্ৰতিপন্ন কৰিলে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে আলফাই ঘোষণা কৰিছিল একপক্ষীয় যুদ্ধ বিৰতি ৷ একেদৰে পাহাৰৰ পাচঁটাকৈ মূলতে কাৰ্বি আৰু কুকি জনগোষ্ঠীয় উগ্ৰপন্থী সংগঠনেও অস্ত্ৰ সম্বৰণ কৰি শান্তিৰ বাটলৈ ঘূৰি আহিছিল ৷ ইয়াৰ পাছতে মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগে স্পষ্ট কৰিছিল যে পাহাৰত আৰু কোনো উগ্ৰপন্থী সংগঠন নাই ৷ পাহাৰত এতিয়া শান্তিয়ে শান্তি ৷ পিছে চৰকাৰৰ এই দাবী বৃহস্পতিবাৰে মিছা বুলি প্ৰতিপন্ন কৰিলে ডি এন এল এ নামৰ সংগঠনটোৱে ৷

ADVERTISEMENT

শান্ত হৈ পৰা ডিমা হাচাও জিলাত বৃহস্পতিবাৰে নিশা ৮-৯ বজাৰ ভিতৰত উগ্ৰপন্থী সংগঠটোৱে চলোৱা নিৰ্বিচাৰ গুলী বৰ্ষণত পাঁচজনকৈ নিৰীহ ট্ৰাক চালক-হেণ্ডিমেনে প্ৰাণ দিব লগা হয় ৷ আন দিনাৰ দৰেই ট্ৰাকসমূহে উমৰাংচ’ৰ চিমেণ্ট কাৰখানাৰ পৰা ক্লিংকাৰ আৰু কয়লা লংকালৈ আনিছিল ৷ আগৰ পৰা দৈয়াংমুখৰ ৰেঞ্জৰ বিলত খাপ পিটি আছিল ডি এন এল এৰ এটা ৭-৮ জনীয়া দলে ৷

RelatedPosts

Himanta Biswa Sarma:যুদ্ধকালীন পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰৰ চতুৰ্থ বর্ষপূর্তিত নহয় কোনো বিশেষ অনুষ্ঠান

Richest CM in India has a net worth of 930 crore. দেশৰ ধনাঢ্য মুখ্যমন্ত্ৰী দহ গৰাকী কোন কোন

CM met the Union Road Transport Minister regarding the NH under construction in East Assam:উজনিৰ নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথ সমূহক লৈ দিল্লীত পর্যালোচনা বৈঠক

ট্ৰাকসমূহক ৰখাই উগ্ৰপন্থী দলটোৱে ট্ৰাকসমূহলৈ লক্ষ্য কৰি গুলীচালনা কৰে ৷ এই গুলীচালনাত লংকাৰ ট্ৰাক চালক প্ৰণৱ সিংহা কথমপি ৰক্ষা পৰে যদিও আনজন চালক ফাৰুক আহমেদৰ ভৰিত গুলী লাগে ৷ তেওঁলোক দুয়োৱে কথমপি প্ৰণৰক্ষা কৰি তেওঁলোকেই নিশা গুলীচালনা আৰু ট্ৰাক জ্বলাই দিয়াৰ খবৰ দিয়ে ৷

উগ্ৰপন্থীৰ দলটোৱে গুলীয়াই জ্বলাই দিয়া ট্ৰাকত মৃত্যু হোৱা চালক-হেণ্ডিমেনসকল হ’ল লংকাৰ বিপ্লৱ সিং, আছগৰ আলি, ছিকণ্ডৰ আলি, গৌৰ মজুমদাৰ আৰু দিলোৱাৰ হুছেইন ৷ সতীৰ্থ চালকৰ ভাষ্য অনুসৰি, এগৰাকী চালক আছিল অসমৰ বাহিৰৰ ৷ জ্বলি ছাই হৈ যোৱা পাঁচজন চালকৰ মৃতদেহ চিনাক্ত কৰা সহজ নহয় ৷

গুলীবিদ্ধ হৈ নগাঁৱত চিকিৎসাধীন হৈ থকা চালক ফাৰুক আহমেদে সংবাদ মাধ্যমৰ আগত কয় যে, উগ্ৰপন্থীৰ দলটোৱে ট্ৰাক ৰখাই তেওঁৰ ভৰিত গুলী কৰে ৷ ইয়াৰ পাছতে তেওঁ ট্ৰাকৰ বাওঁফালৰ দৰ্জাৰে ওলাই এটা খালত পৰি প্ৰাণ ৰক্ষা কৰে ৷ তেওঁৰ লগত থকা হেণ্ডিমেনজনক পলাবলৈ কৈছিল যদিও সি পলাব নোৱাৰিলে আৰু ট্ৰাকতে জ্বলি ছাই হয় ৷

ঘটনা সন্দৰ্ভত ডিমা হাচাও জিলাৰ আৰক্ষী অধীক্ষক জয়ন্ত সিঙে কয় যে ৫-৬ জনীয়া দল আহি এই ঘটনা নিশা সংঘটিত কৰে ৷ এতিয়া আৰক্ষী আৰু অসম ৰাইফলছে যুটীয়া অভিযান অব্যাহত ৰখা বুলি তেওঁ কয় ৷ অৱশ্যে কোন উগ্ৰপন্থী সংগঠনে এই নাৰকীয় ঘটনা সংঘটিত কৰিলে সেই সম্পৰ্কে কোনো মন্তব্য নকৰিলে বিষয়াগৰাকীয়ে ৷

২০১৬ত গঠন হৈছিল ডিমাছা নেচনেল লিবাৰেচন আৰ্মী ৷ কাৰ্বি আংলং, ডিমাপুৰ, ডিমা হাচাও, হোজাই আৰু কাছাৰ জিলাক লৈ এখন সুকীয়া ৰাজ্যৰ দাবী কৰি আহিছে সংগঠটোৱে ৷ পুৰণি ডিমাছা ৰজাৰ শাসনত থকা সকলো এলেকাক লৈ এখন ৰাজ্যৰ দাবী কৰা সংগঠটোৰ অধ্যক্ষগৰাকীয়ে ২০১৬ৰ পৰিষদৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ ধনশিৰি সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল ৷

ইটিকা ডিপুছা নামৰ নেতাগৰাকী নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতে নিৰুদ্দেশ হৈ পৰে ৷ পাছতহে সকলোৱে গম পাই তেওঁ উগ্ৰপন্থী সংগঠনত যোগ দিছে ৷ ডিমাপুৰত বাহৰ পাতি উগ্ৰপন্থী সংগঠনটোৱে সংগঠনৰ কাম-কাজ চলাই আহিছে ৷ ইয়াৰ মাজতে কাৰ্বি আংলং জিলাৰ নাগালেণ্ড সীমান্তৰ মিছিবাইলামত ২৩ মাৰ্চত সংগঠনটোৰ সাতগৰাকী কেডাৰৰ মৃত্যু হৈছিল অসম আৰক্ষীৰ কামাণ্ড বাহিনীৰ হাতত ৷ ইয়াৰ পাছতে উগ্ৰপন্থীৰ দলটোৱে কাৰ্বি আংলং জিলা ত্যাগ কৰি ডিমা হাছাও জিলাৰ মাইবং মহকুমাত খোপনি পুতে ৷

সংগঠনটোৱে ১৪ আগষ্টত ৩৬ ঘন্টীয়া প্ৰস্তাৱিত ৰাজ্য এলেকা বন্ধ দিয়ে ৷ ডিমা হাচাও জিলাত বন্ধ সফল হয় ৷ ১৫ আগষ্টত সংগঠনটোৱে কালাচান্দত শূন্যলৈ গুলী ফুটাই বন্ধ সফল হোৱা কথাক স্বাগতম জনায় ৷ সংগঠটোত বহু কেডাৰ নাই যদিও এনে কাণ্ড সংঘটিত কৰিবলৈ বেছি লোকৰ প্ৰয়োজন নহয় ৷ ডিমা হাছাও জিলা প্ৰশাসনে সংগঠনটোৰ বিৰুদ্ধে অভিযান চলাইছে যদিও চোৰাংচোৱাৰ ব্যৰ্থতাৰ বাবেই হওক কিম্বা আন কাৰণত সফল হ’ব পৰা নাই ৷ ইয়াৰ পৰিণতিতে বৃহস্পতিবাৰে নিশা সংগঠনটোৱে ৰাজ্য কঁপাই যোৱা অভিযান চলাই পাচঁখনকৈ ট্ৰাক জ্বলাই দিয়াৰ লগতে ছগৰাকী চালক-হেণ্ডিমেনক হত্যা কৰে ৷

লক্ষ্যণীয় যে উমৰাংচ’ত থকা ডালমিয়া চিমেণ্ট কাৰখানাকে ধৰি আন চিমেণ্ট কাৰখানা আৰু কয়লা ব্যৱসায়ীসকলৰ পৰা উগ্ৰপন্থী সংগঠনটোৱে দীৰ্ঘদিনৰ পৰা ধন দাবী কৰি আহিছিল ৷ ডিমা হাছাও জিলাৰ চূণশিল আৰু কয়লাৰ ওপৰত পুঁজিপতিৰ যি হাতোৰা চলি আছে তাক সহজে ল’ব পৰা নাই সংগঠনটোৱে ৷ দৈনিক বৃহস্পতিবাৰৰ দৰেই ট্ৰাকত ক্লিংকাৰ আৰু কয়লা আহে ৷ সেয়ে উগ্ৰপন্থীৰ সহজ লক্ষ্য হৈ পৰে নিৰীহ ট্ৰাক চালক আৰু হেণ্ডিমেনসকল ৷

ৰাজ্য চৰকাৰে ১০০ দিনীয়া সফলতাত পাহাৰত শান্তিয়ে শান্তি বিৰাজ কৰি থকা বুলি দাবী কৰি অহাৰ সময়তে ডি এন এল এ নামৰ সংগঠটোৱে গৃহ বিভাগক যেন প্ৰত্যাহ্বান জনাইছে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DNLAHimanta Biswa Sarma
publisher

publisher

Related Posts

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d