Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ই-ৰিক্সা চালক সৰলা বণিক্য

publisher by publisher
September 1, 2021
in Assam, News
Reading Time: 1 min read
0
ই-ৰিক্সা চালক সৰলা বণিক্য
4
SHARES
35
VIEWS
ShareShareShareShare

দিনটো আছিল ১৫ আগষ্ট। ভাৰতৰ স্বাধীনতা দিৱস। ত্ৰিৰংগ পতাকা উত্তোলন কৰি দেশৰ প্রধান মন্ত্রী নৰেন্দ্ৰ মােদীয়ে ভাৰতবাসীলৈ আহ্বান জনাইছে আত্মনিৰ্ভৰ হােৱাৰ বাবে। এয়া কৰ’না ভাইৰাছে দিয়া শিক্ষা।

ADVERTISEMENT

অৱশ্যে প্রধান মন্ত্ৰীৰ আহ্বানৰ পূর্বেই কৰ’নাই বিধ্বস্ত কৰা সৰ্বসাধাৰণ নাগৰিকে জীৱন-জীবিকা ৰক্ষাৰ বাবে নিজৰ চেষ্টাৰে আত্মনিৰ্ভৰ হােৱাৰ সংগ্ৰামত ইতিমধ্যে ব্ৰতী হৈছে। কাৰণ কৰ’না আৰু তলা বন্ধই চৰকাৰী কৰ্মচাৰীক ৰাজসুখ দিয়াৰ বিপৰীতে আন সকলােৰে জীৱনলৈ লৈ আনিছে ক’লা ডাৱৰৰ প্রত্যাহ্বান।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

ইফালে, যমদূতৰূপী কৰ’নাৰ লগতে একেসময়তে সর্বসাধাৰণক সমান্তৰালকৈ দানৱৰ ৰূপত টেটুচেপি ধৰিছে। অনিয়ন্ত্রিত খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে। সেয়ে ৰজাইনকলেও প্রজাই জীয়াই থকাৰ স্বাৰ্থত আত্মনিৰ্ভৰ হােৱাৰ উপায় নিজেই বাচি লৈছে।বঙাইগাঁও ৰেল ষ্টেছনৰ বাহিৰত দেখিলাে চাৰিখন ই- ৰিক্সা।

তাৰে মাজৰ এখন ই-ৰিক্সাৰ চালক মহিলা। বাঘেশ্বৰী মন্দিৰলৈ যাব নে সােধাত যাব বুলি ক’লে। ময়াে বহি ললাে। অসমলৈ ই- ৰিক্সা অহাৰ বেছি দিন হােৱা নাই। তাতে আকৌ মহিলাই ই-ৰিক্সা চলােৱাটো কৰবাত মাজে-সময়হে দেখিবলৈ পােৱা যায়।

এনে এক পৰিস্থিতিত বঙাইগাঁও ৰেল ষ্টেছনৰ বাহিৰত এগৰাকী মহিলাৰ বিকল্প চিন্তা আৰু সাহস-দৃঢ়তা প্রত্যক্ষ কৰি স্বাভাৱিকতে মােৰ তেওঁৰ প্রতি শ্রদ্ধা উপজিল। মনত প্রশ্নও উদয় হ’ল।সেয়ে ১৫ মিনিটৰ যাত্ৰাত কথা-বতৰা আৰম্ভ কৰিলাে।

মহিলাগৰাকীৰ নাম সৰলা বণিক্য। বঙাইগাঁও নগৰ অঞ্চলৰ পৰা পাঁচ কিলােমিটাৰমান দূৰত তেওঁৰ ঘৰ। দুটা সন্তানৰ মাতৃ সৰলা। প্রায় এমাহ আগৰ পৰাই তেওঁ ই ৰিক্সা চলােৱা আৰম্ভ কৰিছে। যিহেতু বাছৰ যাতায়ত বন্ধ সেয়ে মানুহে ৰেলেৰে যাত্রা কৰিব লগা হৈছে। ৰেল ষ্টেছনলৈ আহিবৰ বাবে কম খৰছৰ ই-ৰিক্সাৰ যাত্রা নগৰবাসীৰ বাবে সুন্দৰ বিকল্প হৈ পৰাত সৰলাৰ উপার্জনাে আশাপ্রদ হৈছে বুলি জনালে।

কৰ’নাই বিধ্বস্ত কৰা সৰলাৰ মুখত এতিয়া সুখৰ প্রতিচ্ছবি জিলিকি উঠিছে যদিও মনত কিন্তু দুখৰ গধুৰ বােজা লৈ দিন পাৰ কৰিব লগা হৈছে। কৰ’নাই এটা সমাধান নহােৱা প্রশ্ন সৰল মনৰ সৰলাৰ সন্মুখত থৈ গ’ল। তেওঁৰ স্বামী সুভাষ বণিক্য জীয়াই আছে নে নাই গুজৰাটৰ এটা কোম্পানীত শ্ৰমিকৰূপে কৰ্মৰত হৈ আছিল সুভাষ।

প্রায় এবছৰমান আগতে ঘৰ এৰি গুজৰাটলৈ গৈছিল সুভাষ। পূর্বে সুভাষ আৰু সৰলাৰ উপাৰ্জনৰ মূল পথ আছিল গাে-পালন। তিনিজনী গাই গৰু পালন কৰিছিল তেওঁলােকে। দৈনিক 12-15 লিটাৰ গাখীৰ তেওঁলােকে বিক্রি কৰে বঙাইগাঁৱৰ এখন মিঠাই দোকানত। দৈনিক 350-400 টকা পায়; কিন্তু লাহে-লাহে খৰছ বৃদ্ধি পােৱাত সুভাষে বিকল্প কামৰ সন্ধানত এদিন বন্ধুৰ স’তে অসমৰ বাহিৰলৈ গ’ল।

সেইসময়তে এজনী গাই বিক্রি কৰিছিল অর্থৰ বাবে। আনহাতে, সৰলাৰ বাবে তিনিজনী গাই পালন কৰাটোও কঠিন আছিল। গুজৰাটত কাম লাভ কৰি সৰলাৰ লগত ফোনযােগে যােগাযােগ চলাই থকাৰ লগতে সুভাষে মাহেকত ধনাে পঠিয়াই আছিল।

ইফালে, ঘৰত সৰলাই দুজনী গাইৰ গাখীৰ বিক্রি কৰি অসুবিধা নােহােৱাকৈ চলি থাকিল। সেইসময়তে আহিল কৰ’না আৰু তলা বন্ধ। সুভাষৰ কোম্পানী বন্ধ হ’ল। আনহাতে, ঘৰলৈ অহাৰাে কেনাে ব্যৱস্থা নাই। সৰলাৰ লগত ফোনত কথা পাতি আছিল যদিও ১০-১৫ দিনমান পাছত সেয়াও বন্ধ হৈ
পৰিল।

তেতিয়াৰে পৰা আজিলৈ সুভাষ-সৰলাৰ কোনাে যােগাযােগ হােৱা নাই। টিভিত হেজাৰ হেজাৰ শ্ৰমিকে খালী পেটে খােজকাঢ়ি অহা দৃশ্যবােৰ সৰলাই দেখিছিল। বিভিন্ন স্থানত অচিন ব্যক্তিৰ নিথৰ দেহ পৰি থকা ভিডিঅ’ম’বাইলত সঘনাই দৃশ্যমান হৈছিল।

সৰলাৰ বুকু কপি উঠিছিল; কিন্তু তাতকৈয়াে কঠিন পৰিস্থিতি সন্মুখত ৰৈ আছিল সৰলাৰ বাবে। দোকান বন্ধ হৈ পৰাত গাখীৰ বিক্রিও বন্ধ হৈ পৰিল। দুই সন্তান আৰু নিজে কিদৰে জীয়াই থাকে তাক লৈ চিন্তাত পৰিল সৰলা। লগতে গাই দুজনীক বচাই ৰখাৰ প্রত্যাহ্বানাে আহিল।

জমা ধনেৰে পাঁচটা জীৱ কিছুদিনলৈ অভাৱৰ মাজেৰে চলিল; কিন্তু দুই- তিনিমাহ পাছত জমা থকা ধনাে শেষ।কোনাে সন্ধান নাই সুভাষৰ। উপায়হীন হৈ গাই দুজনী বিক্রি কৰি দিলে। সেইসময়তে টিভিত দেখিছিল গুৱাহাটীত মহিলাই ই-ৰিক্সা চলােৱাটো।

সৰলাৰ পিতৃ আছিল ৰিক্সা চালক। বিয়া হােৱাৰ পূর্বে গাঁৱত ধেমালিতে ৰিক্সাখন তেওঁ চলাইছিল। সেই ধেমালিৰ শিক্ষাই আত্মবিশ্বাস দিলে সৰলাক। পৰিবেশ কিছু স্বাভাৱিক হােৱাত সৰলাই গৰু বিক্রি কৰা ধনৰে এখন ই-ৰিক্সা ল’লে মাহেকীয়া কিস্তিত। পূৱা পাঁচ বজাৰ পৰা আৰম্ভ কৰি আবেলি পাঁচ বজালৈ ৰাজপথত থাকে সৰলা।

দৈনিক ৪০০-৫০০ টকা পায়। পৰিয়াল ঠিকে- ঠাকে চলি থাকিলেও কপালত সেন্দুৰৰ ফোঁটটো লােৱাৰ সময়ত, ফোনটো বাজি উঠাৰ সময়ত সৰলাৰ হৃদয়ত এটা হাতুৰীৰ কোব পৰে। প্ৰতিটো ক্ষণতে সুভাষৰ সমাধান নােহােৱা প্রশ্নই সৰলাক দৃঢ়তাৰ মাজতাে দুর্বল কৰি তােলে।

ইফালে, পথৰ গৈ থকাৰ সময়ত মিঠাইৰ দোকানখন দেখিলেইমনত পৰে মৰমৰ গাই তিনিজনীলৈ। সৰলাৰ লগত আৰু কথা পতাৰ ইচ্ছা আছিল; কিন্তু মই বাঘেশ্বৰী মন্দিৰ পােৱাত ৰিক্সাৰ পৰা নামিলাে আৰু সৰলাৰ ফটো এখন ল’লাে কাৰণটো তেওঁক অবগত কৰি। পেটৰ ভােক আৰু দায়িত্বই সকলােকে শিক্ষা দিয়ে।

কঠিন সময়তাে যুঁজ দিবলৈ শক্তি দিয়ে। স্বাৱলম্বী আৰু আত্মনিৰ্ভৰ হােৱাৰ পথৰ সন্ধান দিয়ে। ইয়াৰ বাবে লালকিল্লাৰ পৰা উপদেশ দিয়াৰ কোনাে প্রয়ােজন নাই। আচলতে সৰলাৰ দৰে লক্ষ্যজনৰ পৰা শিক্ষা ল’ব লাগে লালকিল্লাত বসকলে। সৰলাই কিদৰে নিজৰ সন্তান দুটাক কঠিন পৰিস্থিতিতে অসুবিধাত নপৰাকৈ উদ্ধাৰ কৰিলে। সেই কামটো দেশবাসীৰ ক্ষেত্ৰত লালকিল্লাত বহাসকলে কৰিব পাৰিছেনে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBongaigaon
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d