বিগ বছ ১৩ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান

siddharthshukla Instagram 2092021 1200

বিগ বছ ১৩ৰ বিজয়ী সিদ্ধাৰ্থ শুক্লাৰ দেহাৱসান । মৃত্যুৰ সময়ত অভিনেতাজনৰ বয়স আছিল ৪০ বছৰ । তথ্য অনুসৰি, হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে সিদ্ধাৰ্থ শুক্লাৰ ।

Exit mobile version