■ নগাঁও-কাছাৰ কাগজকলৰ কৰ্মচাৰীয়ে পাব ধন ।
■ দুয়োটা কাগজকলৰ কৰ্মচাৰীক ৬৫০ কোটি টকা আৰু কৰ্মচাৰীৰ ১০০ জন সন্তানক চাকৰি দিবলৈ সাজু ৰাজ্য চৰকাৰ ।
■ ইতিমধ্যে কৰ্মচাৰী সংগঠন আৰু বিষয়া সংগঠনৰ স’তে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ।
■এসপ্তাহৰ ভিতৰতে কৰ্মচাৰীসকললৈ ধন মুকলি কৰি দিয়া হ’ব ।
ADVERTISEMENT