আদাবাৰীৰ পৰা ভূতনাথলৈ যোৱা ৰাজপথত যানযত । ফুটপাথত পথচাৰীৰ বাবে নাই ঠাই।ফুটপাথত পথচাৰীৰ বিপৰীতে গৈছে বাইক আৰোহী।
ADVERTISEMENT
বহুকেইগৰাকী আৰক্ষী আৰু যান বাহন আৰক্ষীয়েও সাধাৰণ জনতাৰ দৰেই ফুটফাথত বাইক চলাই পাৰ কৰিছে। নাই কোনো নিয়ন্ত্ৰণ ।
পথচোৱাৰ ফুটপাথত এতিয়া বাইক আৰোহীসকলে দখল কৰিছে।