সুধাকণ্ঠৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি

WhatsApp Image 2021 09 08 at 5.51.52 PM

অসম জাতীয় পৰিষদৰ এটা প্ৰতিনিধি দলে আজি জালুকবাৰীস্থিতি সমাধি ক্ষেত্ৰলৈ সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি প্ৰয়াত গণশিল্পীগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ৷

দলৰ উপসভাপতি চমছেৰ সিঙৰ নেতৃত্বত যোৱা দলটোত আছিল সম্পাদক ৰাজু ফুকন, অমৃত খাটনিয়াৰ, যুটীয়া সম্পাদক প্ৰিন্স ফাইজুল হক, কাৰ্যনিবাহক সদস্য নিখিল ভট্টাচাৰ্য, যুৱ শক্তিৰ আহ্বায়ক ইফটিকাৰ হুছেইন আৰু মানিক গগৈ ৷

Exit mobile version