প্ৰথমবাৰৰ বাবে দক্ষিণ কোৰিয়াই অত্যাধুনিক ‘কিলাৰ’ ছাবমেৰিনৰে সমুদ্ৰৰ তলত ক্ষেপণাস্ত্ৰৰ আক্ৰমণ সম্পন্ন কৰিলে ।
ADVERTISEMENT
অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এইখন এফ এল বি এম ক্ষমতাসমৃদ্ধ ছাবমেৰিনে কে’বাদিনলৈ শত্ৰুৰ চকুত ধূলি দি সমুদ্ৰত আত্মগোপন কৰি থাকিব পাৰিব ।
দক্ষিণ কোৰিয়াই এইদৰে ছাবমেৰিনৰে সফলতাৰে ক্ষেপণাস্ত্ৰ পৰীক্ষণ কৰাৰ ঘটনাত স্বাভাবিকতে উত্তৰ কোৰিয়াৰ উদ্বেগ বৃদ্ধি পালে ।