গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া বিজেপি নেতা মমিনুল আৱালৰ ।
গৰুখুঁটিৰ মানুহক ভুল মেডিচিন খুৱাই আছে ।
তেওঁলোকে মেডিচিন বাছনি কৰাত গণ্ডগোল কৰিছে ।
মেডিচিন সলাব লাগিব তেওঁলোকে ।
কাৰ্যপালিকাই যদি ভুল কৰিছে তেন্তে ন্যায়পালিকালৈ যোৱাৰ উপায় আছে ।
© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.