তিনিচুকীয়াত অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি ভুপেন কুমাৰ বৰা

সভাপতি পদ লাভ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে তিনিচুকীয়াত উপস্থিত হৈ জিলা কংগ্ৰেছৰ এক কৰ্মী সভাত অংশ লয় কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

তিনিচুকীয়াত উপস্থিত হৈ গৰুখুটি কাণ্ডকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

ইফালে ভুপেন বৰাই উপাধি চাই চাৰ্ট ফালে বুলি মন্ত্ৰী পিযুষ হাজৰিকাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ভুপেন কুমাৰ বৰাই ।

Exit mobile version