50 Paise Coin : পুৰণি মুদ্ৰা বিক্ৰী কৰি আপুনিও হ’ব পাৰে লাখপতি, চাওক কি দৰে !

234289 new project 1

পুৰণি মুদ্ৰা আছে নেকি ? যদি আছে আপুনিও হ’ব পাৰে কুটিপতি । এইটো কোনো বিৰল ঘটনা নহয়। পুৰণি টকা আৰু মুদ্ৰা বহুতে সংগ্ৰহ কৰে।

মুদ্ৰাসংগ্রহকাৰীসকলে ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা পুৰণা মুদ্ৰা ক্ৰয় কৰাত আগ্ৰহ দেখুৱাইছে।

এটা অনলাইন পৰ্টেলত এনেকুৱা দৃশ্য। দেখা গ’ল ।OLX ৰ অনলাইনত এক লাখ টকাত বিক্ৰী হ’ল পুৰণি ৫০ পইচাৰ মুদ্ৰা ।

কিন্তু যিকোনো ৫০ পইচা নহয়। ২০১১ চনত, ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে এক বিশেষ ৫০ পইচা ছপা কৰিছিল। যিটো বৰ্তমান সংগ্ৰাহকসকলে লক্ষ্য কৰিছে।

এই পইচা বিক্ৰীৰ ক্ষেত্ৰত আপুনি OLX ৰ অফিচিয়েল ৱেবছাইটচাব https://www.olx.in/ ত যাব লাগিব।

কেনেকৈ বিক্ৰী কৰিব ? প্ৰথমে বিক্ৰেতাই OLX ত তেওঁলোকৰ প্ৰ’ফাইল তৈয়াৰ কৰিব লাগিব। প্ৰ’ফাইলটো তৈয়াৰ হোৱাৰ পাছত, ৫০ পইচা মুদ্ৰাৰ এখন তালিকা আছে সেইখন চাব লাগিব।

৫০ পইচাৰ কিছু ভাল মানদণ্ডৰ ছবি তুলিব লাগিব যিয়ে স্পষ্টভাৱে দেখুৱায় যে এইটো ২০১১ চনৰ মুদ্ৰা । তেতিয়াই ক্ৰেতাসকলেহে এই বিৰল পইচাটো কিনিবলৈ আপোনাৰ স’তে যোগাযোগ কৰা আৰম্ভ কৰিব। ভাগ্যৱান হ’লে আপুনিও হ’ব পাৰে লাখপতি ।

এই পৰ্টেলৰ উপৰিও, আপুনি পুৰণি আৰু সংগ্ৰহযোগ্য পুৰণি মুদ্ৰা আৰু নোট বিক্ৰী কৰিবলৈ ইণ্ডিয়ামাৰ্টৰ দৰে অন্যান্য ৱেবছাইট ব্যৱহাৰ কৰিব পাৰে।

কিন্তু এনে প্লেটফৰ্মৰ সকলোৱে সদায় ইউপিআই প্ৰৱঞ্চনাৰ পৰা সাৱধান হোৱা উচিত। কোনো পৰিস্থিতিত এজন বিক্ৰেতাই ইউপিআই ব্যৱহাৰ কৰি অনলাইন প্লেটফৰ্মত এজন ক্ৰেতাক ধন স্থানান্তৰ কৰা উচিত নহয়।

Exit mobile version