কেন্দ্রীয় চৰকাৰে সাজ-পােছাক আৰু জোতা সামগ্রী আৰু সেৱাকৰ (জি এছ টি) বর্তমানৰ পাঁচ শতাংশ পৰিৱর্তে ১২ শতাংশলৈ বৃদ্ধিৰ পৰিকলনা গ্রহণ কৰিছে।
ADVERTISEMENT
জি এছ টি পৰিষদে যােৱা ১৭ ছেপ্টেম্বৰত এই বিষয়ত আলােচনা কৰিছিল। জি এছ টি ১২ শতাংশলৈ বৃদ্ধি কৰিলে ভাৰতত পহিলা জানুৱাৰীৰ পৰা ৰেডিমেড সাজ-পােছাক আৰু জোতাৰ মূল্যবৃদ্ধি হােৱাটো নিশ্চিত।