জি এছ টি বৃদ্ধিৰ প্রভাৱত মূল্যবৃদ্ধি হ’ব পাৰে সাজ-পােছাক, জোতাৰ

Prices of clothes and shoes may go up due to

কেন্দ্রীয় চৰকাৰে সাজ-পােছাক আৰু জোতা সামগ্রী আৰু সেৱাকৰ (জি এছ টি) বর্তমানৰ পাঁচ শতাংশ পৰিৱর্তে ১২ শতাংশলৈ বৃদ্ধিৰ পৰিকলনা গ্রহণ কৰিছে।

জি এছ টি পৰিষদে যােৱা ১৭ ছেপ্টেম্বৰত এই বিষয়ত আলােচনা কৰিছিল। জি এছ টি ১২ শতাংশলৈ বৃদ্ধি কৰিলে ভাৰতত পহিলা জানুৱাৰীৰ পৰা ৰেডিমেড সাজ-পােছাক আৰু জোতাৰ মূল্যবৃদ্ধি হােৱাটো নিশ্চিত।

Exit mobile version