#পকেটত নাই কৈড়ি, বিশ বজাৰ দৌৰা দৌৰি ।
ADVERTISEMENT
#ফাঁচীবজাৰ,গণেশগুৰি,মালিগাঁওৰ বজাৰত গ্ৰাহকৰ সোঁত।
# শ্বপিং মল,শ্ব’ৰুমত অফাৰৰ বাহাৰ।
# অনলাইনত উপলব্ধ হোৱা ড্ৰেচ বিচাৰি হাহাকাৰ ক্রেতা।
# শাৰী, ষ্ট্ৰেইট কুৰটা-পেন্ট, হেণ্ডলুম কুৰটা-পালাজ’, কুৰ্তা-পায়জামা, কেজুৱেল ড্ৰেচ, ট্রেণ্ডী কালেকচন গ্ৰাহকৰ প্ৰথম পছন্দ।
# পাট-মুগাৰ শ্ব’ৰুমতো গ্ৰাহকৰ ভীৰ।