Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ধিঙৰ এদল যুৱকৰ

হাড়ভঙা পৰিশ্ৰমেৰে পতিত মাটিও শ্যামলী কৰিছে, আঠগাঁও চাপৰিৰ পতিত মাটিতে আশাবোৰে ঠণ ধৰি উঠিছে একুৰি নিবনুৱাৰ

publisher by publisher
October 24, 2021
in Assam, India, News
Reading Time: 1 min read
0
কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰয়াস ধিঙৰ এদল যুৱকৰ
2
SHARES
20
VIEWS
ShareShareShareShare

“মন কৰিলেই ছন, বাকৰি মাটিতেই ধন ।” তাহানিৰ এই আপ্তবাক্যশাৰীক আখৰে আখৰে সঁচাত পৰিণত কৰিছে নগাঁও জিলাৰ ধিঙৰ এদল কৰ্মঠ যুৱকে । শ শ বিঘা পতিত মাটিত হাড়ভঙা পৰিশ্ৰমেৰে বিভিন্ন খেতি কৰি চৰকাৰী চাকৰিয়েই যে জীৱন আৰু জীৱিকাৰ একমাত্ৰ সম্বল হ’ব নোৱাৰে তাকো প্ৰতিপন্ন কৰিছে যুৱকৰ দলটোৱে । কৰ্মঠ যুৱকৰ দলটোৱে ধিং চহৰৰ পাৰ্শ্বৱৰ্তী আঠগাঁও চাপৰি ৰিজাৰ্ভৰ পতিত মাটি চহাই তাত কৃষি কাৰ্যৰ জৰিয়তে এক সেউজ বিপ্লৱৰ সূচনা কৰিছে ।‌ সৌ সিদিনালৈকে অটব্য হাবি জংঘলে আগুৰি থকা পতিত মাটিক আজি দূৰ দিগন্তলৈকে সেউজীয়া কৰি তুলিছে । এশ বিঘা মাটিত তিলৰ খেতি কৰিছে । চকুৰে মনিব পৰালৈকে এতিয়া কেৱল তিল ফুল । কিয়নো তিল বিলাক এতিয়া ফুলা আৰম্ভ কৰিছে । ইয়াৰ লগে লগে আন এশ বিঘা মাটিটো যুৱকৰ দলটোৱে সৰিয়হ খেতি কৰাৰ যাৱতীয় সকলো প্ৰস্ততি সম্পূৰ্ণ কৰি তুলিছে ।

ADVERTISEMENT

উল্লেখ্য যে, নগাঁও জিলাৰ ধিং চহৰৰ পাৰ্শ্বৱৰ্তী আঠগাঁও চাপৰি ৰিজাৰ্ভৰ ৫৫০বিঘা মাটিত তদানীন্তন অগপ চৰকাৰৰ আমোলত ১৮০কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল ধিং চেক ক্ৰাফট কাগজ প্ৰকল্পৰ । কিন্তু চৰকাৰৰ অকৰ্মন্যতা আৰু অদক্ষতাৰ বাবেই নিৰ্মাণৰত অৱস্থাতে বহু প্ৰত্যাশিত উদ্যোগটো বন্ধ হৈ পৰে । ১৯৯০ৰ জানুৱাৰীৰ পৰাই প্ৰকল্প ক্ষেত্ৰ গৰাকী বিসীন সম্পত্তিৰ দৰে পৰি আছিল ।‌ পতিত মাটিত পৰিণত হৈছিল মৃত উদ্যোগটোৰ শ শ বিঘা মাটি । সুদীৰ্ঘ ডেৰকুৰি বছৰ এনেয়ে অব্যৱহৃত অৱস্থাতে পৰি আছিল উদ্যোগটোৰ বিশাল ভূখণ্ড । কিন্তু বিগত ২০২০ত উদ্যোগ বিভাগৰ পৰা অনুমতি লৈ ভাৰতীয় জনতা পাৰ্টিৰ কলিয়াবৰ জিলা কিষাণ মৰ্চাৰ উদ্যোগত আৰু স্বাধীন কৃষক গোটৰ সহযোগত কলিয়াবৰ জিলা কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক মিণ্টু বৰাৰ নেতৃত্বত ধিঙৰ প্ৰায় একুৰি যুৱকৰ দল এটাই সেই পতিত মাটি ভাঙি তাত কৃষিকাৰ্য আৰম্ভ কৰে ।

RelatedPosts

Dainik Agradoot Today’s Edition – 27 April

Shocking robbery in Nagaon:নগাঁও চহৰৰ মৰিকলঙত নিশা চাঞ্চল্যকৰ ডকাইতি

Heroin Seize in Juria:নগাঁৱৰ জুৰীয়াত আৰক্ষীৰ জালত হে’ৰইন সহ দুই সৰবৰাহকাৰী

অসমীয়া নিবনুৱা যুৱক কৃষি কাৰ্যৰ প্ৰতি আগ্ৰহী নহয় বুলি থকা বদনামক মিছাত পৰিণত কৰি হাড়ভঙা পৰিশ্ৰমেৰে আঠগাঁও চাপৰিৰ মৃত উদ্যোগটোৰ শতাধিক বিঘা মাটি শ্যামলী কৰি তোলে মিন্টু বৰা,‌ বিপ্লৱ ভৌমিক, বিদ্যুৎ বৰা (বিপ্লৱ), দীপক শইকীয়া, বুবুল বৰা, গজেন বৰা, প্ৰদীপ বৰা, হেমকান্ত বৰা, গুণ হাজৰিকা, পাপুল দাস, গোপাল দাস, খগেন দাস, বোধেন দাস, হৰ বৰা, দিব্যজ্যোতি দাস, ৰবীন বৰা, শৰৎ বৰা প্ৰমুখ্যে কৰ্মঠ যুৱকৰ দলটোৱে ।

এই কৃষি কাৰ্যৰ নেতৃত্ব বহন কৰা স্বাধীণ কৃষক গোটৰ সম্পাদক তথা বিজেপিৰ কলিয়াবৰ জিলা কৃষান মৰ্চাৰ সাধাৰণ সম্পাদক মিন্টু বৰাই “দৈনিক অগ্ৰদূত”ক কয়, “আমি উদ্যোগ বিভাগৰ পৰা যাৱতীয় অনুমতি লৈ মৃত অৱস্থাত থকা ধিং চেকক্ৰাফট্ কাগজ প্ৰকল্পৰ পতিত মাটি মোকলাই টেক্ট্ৰৰেৰে হাল মাৰি খেতি কৰিবলৈ আৰম্ভ কৰো ২০২০ৰ পৰা । বিজেপিৰ কলিয়াবৰ জিলা কিষান মৰ্চাৰ উদ্যোগত আৰু স্বাধীন কৃষক গোটৰ সহযোগত প্ৰায় একুৰি শিক্ষিত নিবনুৱা যুৱকে এই কৃষি কাৰ্যৰ স’তে জড়িত হৈ পৰে । সমগ্ৰ কৃষি কাৰ্যৰ নেতৃত্ব বহন কৰো মই । আমি শতাধিক বিঘা মাটিত খেতি কৰিছো । যোৱা বছৰ আমি ৭০বিঘা মাটিত সৰিয়হৰ খেতি কৰি যথেষ্ট পৰিমাণে লাভৱান হৈছিলো ।‌‌ এইবাৰ ৩০ বিঘা মাটিত মৰাপাট খেতি আৰু সম পৰিমাণৰ মাটিত বিভিন্ন পাচলি (বেঙেনা, জলকীয়া, জাতিলাও)ৰ খেতি কৰিছিলো ।মৰাপাট খেতিত লাভ হয় যদিও পাচলিৰ খেতিত লোকচান হয় । লকডাউনৰ বাবে বজাৰ বন্ধ থকাত আমি উৎপাদিত পাচলি বিক্ৰী কৰিব পৰা নাছিলো । ইয়াৰ মাজতো আমি এইবাৰ ৩০বিঘা মাটিত শালি ধানৰ কঠিয়া পেলাই তাক কৃষক ৰাইজৰ মাজত বিতৰণ কৰো ।”

স্বাধীণ কৃষক গোটৰ সম্পাদক বৰাই লগতে আৰু কয়, “এইবাৰ আমি কুৰি জনীয়া যুৱকৰ দলটোৱে এশ বিঘা মাটিত তিল খেতি কৰিছো । বৰ্তমান তিলগছবোৰ জকমকাই ফুলিছে । এই তিল খেতিৰ জৰিয়তে আমি লাভান্বিত হ’ম বুলি আশাবাদী ।” স্মৰ্তব্য যে, তিল খেতিৰ বাবে যুৱকৰ দলটোৱে এশ কেজি তিলৰ বীজ ক্ৰয় কৰিবলগীয়া হয় ।যাৰ মূল্য আছিল বজাৰত ১০ হেজাৰ টকা । তেওঁলোকক কৃষি বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ বীজ যোগান ধৰা নাছিল বুলিও বৰাই কয় ।

উল্লেখ্য যে, কৃষি কাৰ্যৰ জৰিয়তে স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা যুৱকসকলে এতিয়ালৈকে নগাঁও জিলা কৃষি বিভাগৰ পৰা কোনো ধৰণৰ সহায়-সহযোগিতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । আনকি তেওঁলোকৰ কৃষিকাৰ্য পৰিদৰ্শনৰ বাবেও কোনো এজন কৃষি বিষয়া, কৃষি কৰ্মী ইয়ালৈ অহা নাই ।

স্বাধীন কৃষক গোটৰ সম্পাদক বৰাই তেওঁলোকৰ পৰিকল্পনাৰ বিষয়ে কয়, “আমি সৰিয়হৰ খেতিৰ বাবেও মাটি চহ কৰি সাজু হৈ আছো । এশ বিঘা মাটিত সৰিয়হৰ খেতি কৰিম ।‌ এসপ্তাহৰ পাছত সৰিয়হৰ বীজ সিঁচা হ’ব । অৱশ্যে এই বীজ চৰকাৰৰ পৰা বিচৰা হৈছে ।”

অসমীয়া নিবনুৱা যুৱকে যে কাম নকৰে তেনে নহয় । সেই কথা প্ৰতীয়মান হৈছে ধিঙৰ আঠগাঁও চাপৰিৰ ৰিজাৰ্ভত । চৰকাৰৰ পৰা অলপ সহায় সহযোগিতা লাভ কৰিলে ধিঙৰ এই যুৱকসকলে যে ধিঙত এক সেউজ বিপ্লৱৰ সূচনা কৰিব সেইটো নিশ্চিত । অৱশ্যে ইয়াৰ বাবে তেওঁলোকক লাগিব আৰু অধিক শ্ৰম, সংগবদ্ধতা, বুজাপৰা আৰু চৰকাৰী সহযোগিতা ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dainik AgradootKisan MorchaNagaon
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d