পাঁচ নৱেম্বৰত বজালীত স্থানীয় বন্ধ ঘোষণা

WhatsApp Image 2020 01 08 at 2 23 07 PM

বজালী জিলাৰ জিলা দণ্ডাধীশ ভাৰত ভূষণ দেৱ চৌধুৰীয়ে দীপাৱলী উপলক্ষে পাঁচ নৱেম্বৰৰ দিনটো বজালীত স্থানীয় বন্ধ ঘোষণা কৰিছে ।

এন আই এক্টত জাৰি কৰা এক নিৰ্দেশত কোৱা হৈছে যে বন্ধৰ সময়ত চৰকাৰৰ অধীনস্থ সকলো কাৰ্যালয়, শিক্ষানুষ্ঠান , বিত্তীয় প্ৰতিষ্ঠান আদি বন্ধ থাকিব ।

অৱশ্যে কোনো শিক্ষানুষ্ঠানত যদি পৰীক্ষা চলি আছে তেনেহলে উক্ত শিক্ষানুষ্ঠানক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে । উল্লেখ্য জিলা দণ্ডাধীশে প্ৰকাশ কৰা নিৰ্দেশটোত ক’ভিড বিধি মানি দীপাৱলী উদযাপন কৰিবলৈ কোৱা হৈছে ।

Exit mobile version