Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কেৱল বনাঞ্চলেই নহয়, নগাঁও জিলাৰ নৈ, বিল, জলাশয়ৰো শ শ হেক্টৰ মাটিত অবাধ বেদখল

জৈৱ বৈচিত্ৰ্যলৈ চৰম ভাবুকি

publisher by publisher
November 14, 2021
in Assam, India, News
Reading Time: 1 min read
0
কেৱল বনাঞ্চলেই নহয়, নগাঁও জিলাৰ নৈ, বিল, জলাশয়ৰো শ শ হেক্টৰ মাটিত অবাধ বেদখল
4
SHARES
37
VIEWS
ShareShareShareShare

নগাঁও জিলাত কেৱল বনাঞ্চল, চৰণীয়া পথাৰ, সত্ৰৰ ভূমিয়েই নহয় জিলাখনৰ একাধিক নৈ, তিনি কুৰিৰো অধিক বিল, জলাশয়ৰ শ শ হেক্টৰ মাটিও বেদখলকাৰীৰ কৱলত পৰিছে । নগাঁও জিলা প্ৰশাসনৰ অমনোযোগিতাৰ সুযোগ গ্ৰহণ কৰি বেদখলকাৰীসকলে নৈ, বিল, জলাশয়ৰ মাটিত বেদখল অব্যাহত ৰাখি নৈ-বিলৰ অস্তিত্ব সংকটাপন্ন কৰি তোলাৰ লগতে জিলাখনৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতিও চৰম ভাবুকিৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে । জিলাখনত প্ৰধানতঃ কলং, সোণাই, ডিজু, মিছা, চম্পাৱতী প্ৰমুখ্যে নদীসমূহৰ ভূমিত অবাধ বেদখল অব্যাহত আছে ।

ADVERTISEMENT

নগাঁও চহৰৰ মাজেৰে বৈ যোৱা কলং আৰু চহৰখনৰ কাষেদিয়েই বৈ যোৱা সোণাই নৈৰ ভূমি নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শৱৰ্তী এলেকাৰ ভিতৰতে সৰ্বাধিক বেদখল হোৱা পৰিলক্ষিত হৈছে । পুৰণিগুদামৰ ওচৰৰ পৰা শিয়ালমাৰী পৰ্যন্ত কলং নৈৰ ভূমিত সৰ্বাধিক বেদখল হৈছে । কলঙৰ মাটি বেদখল কৰি তাত নিৰ্মাণ কৰা হৈছে প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ, ব্যৱসায়িক প্ৰতিষ্ঠান।ঠিক একেদৰে নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী চলচলিত সোণাই নদীৰ ভূমি বেদখল কৰি তাতো গঢ়ি তোলা হৈছে অসংখ্য ব্যৱসায়িক প্ৰতিষ্ঠান আৰু বাসগৃহ । কিন্তু এইবোৰ দেখিও সদায় চকুমুদা কুলিৰ ভাও ধৰি আহিছে নগাঁও জিলা প্ৰশাসন । যাৰ ফলত বেদখলকাৰীৰ দৌৰাত্ম্য দুগুণে বৃদ্ধি পাইছে ।

RelatedPosts

Nagaon:নগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Batadova Doul Yatra:গুৰুজনাৰ ওপজাভূমি শ্ৰী শ্ৰী বটদ্ৰৱা থানত পাঁচদিনীয়াকৈ আৰম্ভ দৌলযাত্ৰা মহোৎসৱ

নগাঁও চহৰ এলেকা আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাত কলং আৰু সোণাই নৈৰ পাৰৰ মাটি বেদখল কৰা একাংশ লোকে বেদখলীকৃত নৈৰ পাৰৰ চৰকাৰী ভূমিকেই লাখ লাখ টকা মূল্যত বিক্ৰী কৰাও পৰিলক্ষিত হৈছে । এই বিষয়ে সংবাদ মাধ্যমত সময়ে সময়ে বাতৰি প্ৰকাশ পাই আহিছে যদিও এই সন্দৰ্ভত নগাঁও জিলা প্ৰশাসনে বিষয়টোক কাহানিও গুৰুত্ব আৰোপ কৰা নাই । জিলাখনৰ বিভিন্ন ঠাইতো কলং, সোণাই, ডিজু আৰু মিছা নৈত পাৰৰ ভূমিত বেদখল হৈছে । এতিয়াও সেই বেদখল অব্যাহত আছে ।

ইপিনে, নৈৰ সামন্তৰালকৈ জিলাখনৰ বিভিন্ন বিল-জলাশয়তো একাংশ লোকৰ বেদখল অব্যাহত থকাত বিল-জলাশয়সমূহৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আহিছে । জিলাখনৰ অধীনস্থ বিল আৰু ইয়াৰ জল এলেকাৰ ভূমিৰ পৰিমাণ চৰকাৰী নথিত উল্লেখ থকা অনুসৰি এনে ধৰণৰ-মৰিকলং-পোতাকলং (জল এলেকা-১০২হেক্টৰ), হাৰিভাঙ্গা(১২৫হেক্টৰ), ৯৭নম্বৰ ৰৌমাৰী(১৯.২৬হেক্টৰ), ডিমৌ(২০হেক্টৰ), ১৩০নম্বৰ ৰৌমাৰী(৩৬হেক্টৰ), ১৩৯নম্বৰ এৰা কপিলী(১৪৪হেক্টৰ), শিয়াল খাইটি(২৮হেক্টৰ), জলাগহগা(৬.৮০হেক্টৰ), ৱাৰীডেং কেন্দুগুৰি(৪০হেক্টৰ), শিলডুৱি(৮.৫হেক্টৰ), ৫২(এ)বৰপেটা(২৮.৫৩হেক্টৰ), শুকতিপোতা(১৩হেক্টৰ), দীঘলী-পটলী(২৪.২৮হেক্টৰ), লখনাবন্ধা(৩০হেক্টৰ), লুটুমাৰী গ্ৰান্ট(১৫০হেক্টৰ), চতিয়ান(৩১.৮১হেক্টৰ), বৰকপা(১৮.৫০হেক্টৰ), দীঘলী(১৫হেক্টৰ), লাওপানী(৬২.৬১হেক্টৰ), চামগুৰি(৬০হেক্টৰ), বৰঘূলি(২১.৯৬হেক্টৰ), মেৰ বিল(২২.২৭হেক্টৰ), শিৱস্থান পোতাকলং(৯২.১৩হেক্টৰ), গুৰগুৰীয়া-বৰচিঙা(১৬হেক্টৰ), গাগলমাৰী(৮.৪০হেক্টৰ), ফাকলি(১৫হেক্টৰ) ।

তিনি নম্বৰ সোণাই খণ্ড১(জল এলেকা-১৫.৭৪হেক্টৰ), চাৰি নম্বৰ সোণাই খণ্ড ২-(৫৮.২৯হেক্টৰ), ১০নম্বৰ কলং খণ্ড-৪(১৩৩৩.২৩হেক্টৰ), ৯নম্বৰ কলং খণ্ড -৩ (১৫২.৫১হেক্টৰ), ১৪/১৫নিশাৰী/হাৰিয়া(১৫১.০৮হেক্টৰ)১২০নম্বৰ শিহুৱা পুঠিমাৰী(৩৯.৯৪হেক্টৰ), বৰপানী/ফাকলি(১৯৬.৭৩হেক্টৰ), ১৪১/১৪২বৰালিমাৰী/চিতলমাৰী(জল এলেকা-১৪.০৮হেক্টৰ), ১৪৪নম্বৰ জুৰীয়া(৫.২৪হেক্টৰ), ৫৩নম্বৰ সোণাইবেৰা/জৰামাৰী(২০হেক্টৰ), ৮নম্বৰ কলং খণ্ড-২(২৩২.৫৪হেক্টৰ), ১৯/২০/২১কপিলী(৬১২হেক্টৰ), তুলসীজান(৪৬.২৮হেক্টৰ), মাহৰোল(১৫হেক্টৰ), ননৈ(১৫৪হেক্টৰ), ভেৰভেৰী(১২হেক্টৰ), সাপেখাটি(৫৫.৭৬হেক্টৰ), কাটিমাৰী(১০৯.৮৩হেক্টৰ), চুলুং(৮.৬৯হেক্টৰ), বৰপাতলি/ভাটিখালি(৭২হেক্টৰ), মিছা বিল(২০.৮০ হেক্টৰ), এৰাকলং(১২.৪হেক্টৰ), বাঘমাৰী(১৪.২৬হেক্টৰ), পেনাই(১০.০৮হেক্টৰ), এৰাকলং শেনচোৱা(৩৫.৫হেক্টৰ), গাগলমাৰী(৬.৬হেক্টৰ), বোকাবিল(৯.৬হেক্টৰ), মোৱামাৰী(৫.৯হেক্টৰ), বকুলগুৰি(৭হেক্টৰ), লেতেৰী(২১৪.১৩হেক্টৰ)আৰু কদমসুতি(৬০হেক্টৰ), হাঁহিলা, শান্তিজান আদি ।

এই বিলসমূহে জিলাখনৰ অৰ্থনীতি, জৈৱ বৈচিত্ৰ্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি আহিছিল । কিন্তু নগাঁও জিলা প্ৰশাসন আৰু ৰাজহ বিভাগৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ লোকে জিলাখনৰ ইখনৰ পাছত সিখনকৈ বিলৰ ভূমিৰ ওপৰত বেদখল চলাই যোৱাত বিলসমূহৰ জল এলেকা চিন্তনীয়ভাৱে সংকোচিত হৈ পৰাত ইয়াৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে ।

একাংশ বিলৰ পাৰৰ মাটি বেদখল কৰি খেতি-বাতি কৰি অহাৰ পৰিৱৰ্তে আন একাংশ বিলৰ মাটি বেদখল কৰি তাতে বাসগৃহ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান পৰ্যন্ত গঢ়ি তোলা পৰিলক্ষিত হৈছে । আনকি একাংশ বেদখলকাৰীয়ে বেদখলীকৃত ভূমি অন্য লোকক বিক্ৰী কৰাৰো অভিযোগ উত্থাপিত হৈছে । জিলাখনৰ মৎস উৎপাদনৰ স্থলী নৈ, বিল, জলাশয়ৰ ওপৰত চলা অবাধ বেদখলৰ বাবে ইয়াৰ মীন ক্ষেত্ৰখনলৈকো চৰম ভাবুকি আহি পৰিছে । জিলাখনৰ নৈ, বিল, জলাশয়ৰ জল এলেকাৰ ভূমিত হোৱা বাধাহীন বেদখলৰ বাবে শীত কালত নৈ- বিল-জলাশয়সমূহলৈ দেশী-বিদেশী পৰিব্ৰাজক পক্ষীৰ আগমনো কমিবলৈ ধৰিছে ।

ইমানৰ পাছতো নগাঁও জিলা প্ৰশাসনে জিলাখনৰ নৈ-বিলৰ বেদখলীকৃত ভূমিত বেদখল উচ্ছেদ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । সেয়েহে ৰাইজে নৈ, বিল, জলাশয়ৰ বেদখলীকৃত ভূমি বেদখল মুক্ত কৰিবলৈ চৰকাৰক দাবী জনাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nagaon
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d