Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Appointment Letter Distribution Programme In Sankardev kalakhetra:শংকৰদেৱ কলাক্ষেত্ৰত ৮৩৯গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান মুখ্যমন্ত্ৰীৰ

    Assam Police:অসম আৰক্ষীত এদিনতে বৃহৎ পদোন্নতি

    ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

    APSC Scam Update:নগাঁৱৰ কৰ অধীক্ষক ৱাহিদা বেগমক ডিফুৰ পৰা গ্ৰেপ্তাৰ এছ আই টিৰ

    Sarbanandra Sonowal:তিনি ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাত উপশমৰ বাবে দায়িত্ব ন্যস্ত ৯ পৰ্যবেক্ষকক

    Cocaine Seized In Hengerabai:মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Papaya Leaves Prevention Of Dengue:অমিতা পাতৰে ডেংগু ৰোধ

    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

‘দৈনিক অগ্ৰদূত’ৰ বাতৰিৰ পাছতে বেলতলা বজাৰত অভিযান, ৰঙা পিয়াঁজৰ সৰ্বোচ্চ খুচুৰা মূল্য ৪২ টকা নিৰ্ধাৰণ কৰি ৪৫টকাত বিক্ৰীৰ অনুমতি, সকাহ পাবনে খুচুৰা ব্যৱসায়ীয়ে ?

আৰক্ষী-প্ৰশাসনৰ সন্মুখতে গুণ্ডাকৰ

publisher by publisher
November 22, 2021
in Assam, India, News
Reading Time: 1 min read
0
‘দৈনিক অগ্ৰদূত’ৰ বাতৰিৰ পাছতে বেলতলা বজাৰত অভিযান, ৰঙা পিয়াঁজৰ সৰ্বোচ্চ খুচুৰা মূল্য ৪২ টকা নিৰ্ধাৰণ কৰি ৪৫টকাত বিক্ৰীৰ অনুমতি, সকাহ পাবনে খুচুৰা ব্যৱসায়ীয়ে ?
1
SHARES
13
VIEWS
ShareShareShareShare

বিগত কে’বামাহ ধৰি মহানগৰীকে ধৰি ৰাজ্যৰ পাচলি বজাৰত আকাশলংঘী মূল্যবৃদ্ধি তথা মূল্যৰ ব্যাপক তাৰতম্যৰ পাছতাে শুই থকা আৰক্ষী প্রশাসনে অৱশেষত সংবাদ মাধ্যমত প্রকাশিত বাতৰিৰ হেঁচাত সাৰ পাবলৈ বাধ্য হ’ল।

ADVERTISEMENT

আৰক্ষী-প্ৰশাসনৰ একাংশ বিষয়া-কৰ্মচাৰীৰে গােপন বুজাবুজিৰ বলতে একোজন পাচলি ব্যৱসায়ীৰ পৰা পাঁচশ টকা পর্যন্ত গুণ্ডাকৰ সংগ্ৰহৰ গুৰুতৰ অভিযােগ উত্থাপন হৈ আহিছে।

RelatedPosts

Dainik Agradoot Print Edition

Dainik Agradoot Print Edition 31 October

Dainik Agradoot Print Edition 2 October

ফলত দিকবিদিক হেৰুওৱা পাচলি ব্যৱসায়ীয়ে মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হয়। পাইকাৰী আৰু খুচুৰা মূল্যৰ মাজত বৃহৎ তাৰতম্যৰ প্রধান কাৰক খুচুৰা ব্যৱসায়ীৰ পৰা দাদাগিৰিৰে আদায় কৰা গুণ্ডাকৰ আৰু এই গুণ্ডাকৰৰ বাবেই যে খুচুৰা ব্যৱসায়ীয়ে অত্যাধিক মূল্যত সামগ্রী বিক্ৰী কৰি অতিৰিক্ত ব্যয় গ্রাহকৰ পৰা সংগ্রহ কৰিবলগীয়া হয় সেয়া ‘দৈনিক অগ্রদূত’-ত প্রকাশ পােৱাৰ পাছতে দেওবাৰে মহানগৰীৰ বেলতলা বজাৰত চলিল জিলা প্রশাসনৰ অভিযান।

গুৱাহাটী পৌৰ নিগমৰ তত্ত্বাৱধানত থকা বজাৰখনত প্রশাসনৰ অভিযানৰ উমান পাই সৌসিদিনালৈকে শ্লিপ নিদিয়াকৈ অত্যাধিক কৰ সংগ্ৰহকাৰীসকলে আজি সঠিক পৰিমাণত কৰ সংগ্ৰহ কৰাত প্রতিবিধ সামগ্ৰীৰ খুচুৰা মূল্য পাঁচৰ পৰা ২০ টকা পর্যন্ত হঠাৎ হ্রাস পায়।

বজাৰখনত দেওবাৰে প্রশাসনে অভিযান চলােৱাৰ পাছতে আৰু অতিৰিক্ত গুণ্ডাকৰ তিনিশ টকা পর্যন্ত হাস হােৱাৰ ফলত শনিবাৰৰলৈকে ৬০ টকা থকা বন্ধকবি দেওবাৰে ৪০ টকাত, ৩০ টকীয়া আগ্রাৰ আলু ২৫ টকাত, ৫৫-৬০ টকীয়া ৰঙা পিয়াজ ৪৫ টকাত, ৫০-৬০ টকাত বিক্ৰী কৰি অহা অন্যান্য শাক-পাচলি দেওবাৰে ৪০-৪৫ টকাত বিক্ৰী কৰে খুচুৰা ব্যৱসায়ীসকলে।

উল্লেখ্য যে খুচুৰা ব্যৱসায়ীসকলৰ পৰা একাংশ পৌৰকৰ্মী-আৰক্ষী-লােকেল গুণ্ডা-চাফাই কর্মীয়ে সংগ্রহ কৰা গুণ্ডাকৰেই যে মূল্যবৃদ্ধি তথা পাইকাৰী মূল্য আৰু খুচুৰা মূল্যৰ মাজত দেখা দিয়া বৃহৎ তাৰতম্যৰ মূল কাৰক, সেয়া ইতিমধ্যে প্রকাশ পাইছে।

তাৰ মাজতে কালি বেলতলা বজাৰত প্রশাসনে অভিযান চলােৱাৰ পাছতে প্রতিবিধ সামগ্ৰীৰ মূল্য হ্রাস হােৱাৰ মূল কাৰণ হ’ল গুণ্ডাকৰ হ্রাস হােৱা। জীৱনৰ প্ৰতি ভাবুকি আহে বুলিয়েই নাম প্রকাশত অনিচ্ছুক কে’বাজনাে ফল-মূল, শাক-পাচলি, মাছ-মাংস বিক্ৰী কৰা ব্যৱসায়ীয়ে কয় যে যােৱা সপ্তাহৰ বজাৰত পৌৰ নিগমৰ দ্বাৰা নিয়ােজিত কৰ সংগ্ৰহকাৰীয়ে একোজন শাক-পাচলিৰ ব্যৱসায়ীৰ পৰা পাঁচশ টকা পর্যন্ত কৰ আদায় কৰিছিল।

একেদৰে মাছ-মাংসৰ ব্যৱসায়ীৰ পৰা সাত-আঠশ টকা সংগ্রহ কৰিছিল। অথচ তাৰ বিপৰীতে ব্যৱসায়ীসকলক মাত্র এশ-ডেৰশ টকাৰহে শ্লিপ প্ৰদান কৰিছিল কৰ সংগ্ৰহকাৰীসকলে।

ফলত তিনিশৰ পৰা পাঁচশ টকা পর্যন্ত তেওঁলােকে গুণ্ডাকৰ সংগ্ৰহ কৰিছিল বুলি অভিযােগ তুলি কয়,‘আজি সৰু দোকানৰ পৰা এশ আৰু ডাঙৰ দোকানৰ পৰা দুশ টকাকৈ কৰ সংগ্ৰহ কৰিছে পৌৰ নিগমে।

একেদৰে আলু-পিঁয়াজৰ দৰাে নিৰ্ধাৰণ কৰি গৈছে প্রশাসনৰ এটা দলে। অৱশ্যে প্রশাসনৰ লােক অহাৰ বাবেহে এই টকা সংগ্রহ হ্রাস হৈছে নে ভৱিষ্যতে পুনৰ পূৰ্বৰ অৱস্থালৈ ঘূৰি আহিব সময়েহে ক’ব। ‘

উল্লেখ্য যে পৌৰ নিগমৰ কৰ্মীয়ে আজি শ্লিপ প্রদান কৰি এশ-দুশ টকা কৰ সংগ্ৰহ কৰিছে যদিও একাংশ ব্যৱসায়ীক পর্যাপ্ত শ্লিপ নিদিয়াৰ অভিযােগ উঠিছে। অর্থাৎ পৌৰ নিগমৰ দ্বাৰা নিয়ােজিত কৰ সংগ্ৰহকাৰীসকলৰ হাতত ৫০ টকীয়া শ্লিপ থাকে।

সংশ্লিষ্ট ব্যৱসায়ীজনৰ পৰা দুশ টকা কৰ সংগ্ৰহ কৰি কর্মচাৰীজনে ১৫০ টকাৰ অর্থাৎ তিনিখন শ্লিপ প্রদান কৰি বাকী ৫০ টকা আত্মসাৎ কৰে। ইফালে, গুণ্ডাকৰ হ্রাস হােৱাৰ পাছতে খুচুৰা ব্যৱসায়ীসকলে প্রতিদিনে বজাৰত অভিযান চলাবলৈ আহ্বান জনাইছে।

এজন শাক-পাচলিৰ ব্যৱসায়ীয়ে কয়, “পূর্বতে একোজন ব্যৱসায়ীৰ প্ৰায় এহেজাৰ টকাকৈ ব্যয় হয়। পাঁচশ টকা কৰ দিব লাগে, দুশ-তিনিশ টকা ভাত খােৱা আৰু পলিথিন, যাতায়াত আদিৰ বাবদ কমেও এহেজাৰ টকাকৈ ব্যয় হয়। এই ধন নিশ্চিতভাৱে গ্ৰাহকৰ পৰাই সংগ্রহ কৰিব লাগিব।

ফলত আজি তিনিশ টকাকৈ কৰ হ্রাস কৰাৰ পাছত সামগ্ৰীৰ মূল্য হ্রাস পাইছে।” উল্লেখ্য যে বেলতলাৰ বজাৰত সংশ্লিষ্ট কৰ সংগ্ৰহকাৰীক খুচুৰা ব্যৱসায়ীয়ে অতিৰিক্ত গুণ্ডাকৰ প্রদান নকৰিলে নির্দিষ্ট স্থানৰ পৰা দোকান স্থানান্তৰিত কৰাৰ ভাবুকি প্রদানৰ অভিযােগে উত্থাপিত হৈছে।

আজিৰ দৰে যাতে আগলৈও বৈধ কৰ সংগ্রহ হয় তাৰ বাবে জিলা প্রশাসন ব্যৱস্থা গ্ৰহণৰ লগতে বজাৰৰ দুয়াে মূৰত অভিযােগ বাকচ স্থাপন কৰিবলৈ দাবী। উত্থাপন কৰিছে, যাতে পৰৱৰ্তী সময়ত অতিৰিক্ত গুণ্ডাকৰ সংগ্ৰহ কৰিলে অভিযােগ দাখিল কৰিব পাৰে।

ৰঙা পিয়াজৰ সর্বোচ্চ খুচুৰা মূল্য ৪২ টকা নির্ধাৰণ কৰি ৪৫ টকাত বিক্ৰীৰ অনুমতি

আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ কামৰূপ মহানগৰ জিলা প্রশাসনে যােৱা ২০ নৱেম্বৰত কেতবােৰ সামগ্ৰীৰ দৰ নিৰ্ধাৰণ কৰিছিল যদিও প্রশাসনে নির্ধাৰণ কৰা দৰত আজি বেলতলা বজাৰত উপলব্ধ নহ’ল ৰঙা পিয়াঁজ।

উল্লেখ্য যে প্রশাসনে নাছিক, ৰাজস্থান, ইন্দোৰ, পাটনা আৰু বাংগালুৰুৰ পৰা অহা ৰঙা পিয়াঁজ প্রতি কিলােগ্রামত ৩৪ টকাৰ পৰা ৪২ টকা খুচুৰা মূল্য নির্ধাৰণ কৰিছিল; কিন্তু আজি প্রশাসনে বেলতলা বজাৰত খুচুৰা ব্যৱসায়ীসকলক ৪৫ টকা মূল্যত প্রতি কিলােগ্রাম ৰঙা পিয়াজ বিক্ৰী কৰিবলৈ মূল্য নির্ধাৰণ কৰি দিয়ে।

সমান্তৰালভাৱে প্রশাসনে নির্ধাৰণ কৰা তালিকা অনুসৰিয়ে দেওবাৰে বজাৰখনত ২৫ টকাত আগ্ৰাৰ আৰু ২০ টকাত পশ্চিমবংগৰ আলু বিক্ৰী কৰে খুচুৰা ব্যৱসায়ীসকলে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Dainik AgradootInflationMarket
publisher

publisher

Related Posts

Appointment Letter Distribution Programme In Sankardev kalakhetra:শংকৰদেৱ কলাক্ষেত্ৰত ৮৩৯গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান মুখ্যমন্ত্ৰীৰ
Assam

December 8, 2023
Assam Police:অসম আৰক্ষীত এদিনতে বৃহৎ পদোন্নতি
Assam

Assam Police:অসম আৰক্ষীত এদিনতে বৃহৎ পদোন্নতি

December 8, 2023
ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ
India

ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

December 8, 2023
APSC Scam Update:নগাঁৱৰ কৰ অধীক্ষক ৱাহিদা বেগমক ডিফুৰ পৰা গ্ৰেপ্তাৰ এছ আই টিৰ
Assam

APSC Scam Update:নগাঁৱৰ কৰ অধীক্ষক ৱাহিদা বেগমক ডিফুৰ পৰা গ্ৰেপ্তাৰ এছ আই টিৰ

December 8, 2023
Sarbanandra Sonowal:তিনি ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাত উপশমৰ বাবে দায়িত্ব ন্যস্ত ৯ পৰ্যবেক্ষকক
India

Sarbanandra Sonowal:তিনি ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাত উপশমৰ বাবে দায়িত্ব ন্যস্ত ৯ পৰ্যবেক্ষকক

December 8, 2023
Cocaine Seized In Hengerabai:মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান
Assam

Cocaine Seized In Hengerabai:মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান

December 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d