Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশ্ববজাৰত অসমৰ জহা চাউল! ইউকে–ইটালীলৈ ২৫ মেট্ৰিক টন ৰপ্তানিৰ আৰম্ভণি

    LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

    দেশত পেট্ৰ’ল-ডিজেলৰ কোনো সংকট নাই, আশ্বস্ত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

    Assam Disabled Protection Association:গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সংন্থাৰ সংবাদমেল

    ইৰানৰ স’তে সংঘাত চলালে আমেৰিকাৰ বিপুল ব্যয়!

    Gamblers arrested in Barpeta Road:বৰপেটা জিলাত T-20 বিশ্বকাপক লৈ অনলাইন জুৱা !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Narendra Modi : প্ৰমাণপত্ৰত মোদীৰ ছবি কিয়, অভিযোগ কেৰালা উচ্চ ন্যায়ালয়ত

publisher by publisher
November 24, 2021
in India, News
Reading Time: 1 min read
0
Narendra Modi : প্ৰমাণপত্ৰত মোদীৰ ছবি কিয়, অভিযোগ কেৰালা উচ্চ ন্যায়ালয়ত
1
SHARES
9
VIEWS
ShareShareShareShare

ক’ভিড-প্রতিষেধকৰ প্ৰমাণপত্রৰ পৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ছবি প্ৰত্যাহাৰ কৰাৰ দাবীত গোচৰ ৰুজু কৰিলে এজন যুৱকে । এই গোচৰত মঙলবাৰে কেৰালা চৰকাৰ আৰু কেন্দ্রৰ মতামত জানিব বিচাৰিলে উচ্চ ন্যায়ালয়ে ।

ADVERTISEMENT

পিটাৰ ময়ালিপাৰম্পিল নামৰ লোকজনৰ অভিযোগ, তেওঁৰ ক’ভিড প্রতিষেধকৰ প্ৰমাণপত্রত প্রধানমন্ত্রীৰ ছবি মৌলিক অধিকাৰৰ পৰিপন্থী । ন্যায়াধীশ এন নাগাৰেশে আবেদনত মান্যতা দি এই বিষয়ত কেন্দ্র আৰু কেৰালা চৰকাৰৰ অৱস্থান জানিব বিচাৰে জাননী দিছে । কোৱা হৈছে, পৰৱর্তী শুনানিৰ আগতে সেয়া হলফনামাৰ আকাৰত জমা দিব লাগিব ।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

আবেদনকাৰীয়ে জনায়, তেওঁ বেচৰকাৰী হাস্পাতালৰ পৰা প্রতিষেধকৰ দুটা ডোজ লৈছে । সেয়ে তেওঁৰ প্ৰমাণপত্র ব্যক্তিগত তথ্যযুক্ত ‘নিজস্ব পৰিসৰ’ । তাত অনুপ্রৱেশ মানি ব্যক্তি-পৰিসৰ উল্লংঘন কৰা হৈছে । আবেদনপত্রত আমেৰিকা, ইজৰায়েল, জার্মানিসহ বিভিন্ন দেশৰ ক’ভিড টিকাৰ প্ৰমাণপত্রৰ ছবি সংযোগ কৰিছে পিটাৰে । জনায় যে, এই দেশসমূহৰ প্ৰমাণপত্রত কোনো ৰাষ্ট্রনেতাৰ ছবি নাই । এই তথ্যৰ-অধিকাৰ কর্মচৰীজনৰ দাবী, কেন্দ্রীয় চৰকাৰৰ পৰা বিচৰা প্রধানমন্ত্রীৰ ছবি নোহোৱা প্ৰমাণপত্রৰ প্ৰত্যুত্তৰ পোৱা নাই ।

২০১৫ত সর্বোচ্চ আদালতে এটা নির্দেশত জনাইছিল, চৰকাৰী খৰচত প্রকাশিত বিজ্ঞাপনত কোনো নেতা-মন্ত্রীৰ ছবি দিয়া নহ’ব । কেন্দ্র আৰু কিছুসংখ্যক ৰাজ্য চৰকাৰৰ আবেদনৰ ভিত্তিত সেয়া পুনর্বিবেচনা কৰা হয় । ২০১৬ত শীর্ষ আদালতে জনায়, প্রধানমন্ত্রী, মুখ্যমন্ত্রী, আৰু কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ মন্ত্রীৰ ছবি বিজ্ঞাপনত দিব নোৱাৰিব ।

পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ আগতে কিছু চৰকাৰী বিজ্ঞাপনৰ লগতে ক’ভিড-টিকাৰ প্ৰমাণপত্রত প্ৰধানমন্ত্ৰী মোদীৰ ছবি থকাক লৈও নির্বাচন কমিছনত অভিযোগ কৰিছিল তৃণমূলে । কমিছনে নতুনকৈ নির্দেশ দিয়ে, নির্বাচনী বিধিৰ প্ৰতি লক্ষ্য ৰাখি পশ্চিমবংগ, তামিলনাডু, অসম, কেৰালা আৰু পুদুচেৰিত মোদীৰ ছবি দিয়া কৰ’না টিকাৰ প্ৰমাণপত্র দিয়া নহ’ব । কেন্দ্রৰ তৰফৰ পৰা দাবী কৰা হয়, টিকা লোৱাৰ পাছতো সকলোৱে যাতে ক’ভিড-বিধি অনুসৰণ কৰে, সেই বার্তা দিবলৈ প্রধানমন্ত্রীৰ ছবি ব্যৱহাৰ কৰা হৈছে ।

পশ্চিমবংগত তৃণমূলে ক্ষমতাত অহাৰ পাছত ৰাজ্যৰ স্বাস্থ্য বিভাগৰ তৰফৰ পৰা দিয়া ক’ভিড-টিকাৰ প্ৰমাণপত্রত মুখ্যমন্ত্রী মমতা বন্দ্যোপাধ্যায়ৰ ছবি আৰু বার্তা থাকিব বুলি জনোৱা হয় । প্ৰমাণপত্রত প্রধানমন্ত্রীৰ সলনি মুখ্যমন্ত্রীৰ ছবি দিয়াক লৈও বিতর্কৰ সৃষ্টি হয় ছত্তীশগঢ় আৰু ঝাৰখণ্ডত ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: COVID CertificateNarendra Modi
publisher

publisher

Related Posts

বিশ্ববজাৰত অসমৰ জহা চাউল! ইউকে–ইটালীলৈ ২৫ মেট্ৰিক টন ৰপ্তানিৰ আৰম্ভণি
News

March 12, 2026
LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক
News

LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

March 12, 2026
দেশত পেট্ৰ’ল-ডিজেলৰ কোনো সংকট নাই, আশ্বস্ত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে
News

দেশত পেট্ৰ’ল-ডিজেলৰ কোনো সংকট নাই, আশ্বস্ত কৰিলে কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে

March 12, 2026
Assam Disabled Protection Association:গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সংন্থাৰ সংবাদমেল
News

Assam Disabled Protection Association:গুৱাহাটীত প্ৰতিবন্ধী সুৰক্ষা সংন্থাৰ সংবাদমেল

March 12, 2026
ইৰানৰ স’তে সংঘাত চলালে আমেৰিকাৰ বিপুল ব্যয়!
News

ইৰানৰ স’তে সংঘাত চলালে আমেৰিকাৰ বিপুল ব্যয়!

March 12, 2026
Gamblers arrested in Barpeta Road:বৰপেটা জিলাত T-20 বিশ্বকাপক লৈ অনলাইন জুৱা !
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d