Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

প্ৰথমবাৰলৈ ক’ভিডৰ কৱলত পৰিল দ্বীপ ৰাষ্ট্ৰ কুক

দুবছৰীয়া বাধাৰ প্ৰাচীৰ ভাঙিলে কৰ'নাই

publisher by publisher
December 6, 2021
in International, News
Reading Time: 1 min read
0
প্ৰথমবাৰলৈ ক’ভিডৰ কৱলত পৰিল দ্বীপ ৰাষ্ট্ৰ কুক
2
SHARES
16
VIEWS
ShareShareShareShare

২০১৯ ৰ অন্তিমভাগৰ পৰা কৰ’নাৰ আতংকত কঁপি আছে সমগ্র বিশ্ব। প্রথম আৰু দ্বিতীয় লহৰত কৰ’নাৰ গ্ৰাসত পৰিল অসংখ্য লােক ।

ADVERTISEMENT

আক্রান্ত হােৱাৰ উপৰি অগণন ক’ভিড ৰােগীয়ে প্রাণ হেৰুৱায়। পৃথিৱীৰ সকলাে উন্নত দেশেই কৰ’নাৰ আঘাতত কাহিল হৈ পৰিছে।

RelatedPosts

আমেৰিকাত নতুনকৈ ত্রাস সৃষ্টি কৰিছে ক’ভিডে

ক’ভিড ভেকচিনৰ ফলত বৃদ্ধি পাইছে নেকি অকাল মৃত্যু?

দেশত দ্ৰুতগতিত হ্ৰাস পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

বিগত দুটা বছৰত সলনি হৈ পৰিছে পৃথিৱীৰ স্বাস্থ্যসেৱাৰ পৰিস্থিতি, প্রভাৱ পৰিছে বিশ্ব অর্থনীতিতো। অথচ এইবােৰৰ পৰা একেবাৰে দূৰত আছিল দক্ষিণ প্রশান্ত মহাসাগৰৰ বুকুত থকা এখন প্রায় অপৰিচিত ক্ষুদ্র দ্বীপ ৰাষ্ট্র।

ইমানদিনে কুক আইলেণ্ড নামৰ এই ক্ষুদ্র দেশখনে কৰ’নাৰ বাবে দুর্ভেদ্য প্রাচীৰ থিয় কৰি ৰাখিছিল। যদিও শেষ ৰক্ষা নহ’ল। প্রায় দুবছৰৰ মূৰত কুক আইলেণ্ডৰ সেই দুর্ভেদ্য প্রাচীৰ লংঘন কৰি দ্বীপ ৰাষ্ট্ৰখনত প্ৰৱেশ কৰিলে কৰ’না ভাইৰাছে।

কুক আইলেণ্ডৰ প্রধানমন্ত্রী মার্ক ব্রাউনে দেওবাৰে সদৰী কৰে যে যােৱা বৃহস্পতিবাৰে নিউজিলেণ্ডৰ পৰা অহা এটি ১০ বছৰীয়া শিশুৰ শৰীৰত সংক্রমণ ধৰা পৰিছে।

বিমানকোঠতে কৰা পৰীক্ষাত সংক্রমণ ধৰা পৰাত শিশুটিক লগে লগে নিভৃতবাসলৈ প্রেৰণ কৰা হয়। উল্লেখ্য যে ক’ভিডে অতিমাৰীৰ ৰূপ ল’বলৈ আৰম্ভ কৰাৰ সময়তে তাৎক্ষণিক তৎপৰতাৰে নিউজিলেণ্ডৰ প্রতিবেশী দেশখনে পদক্ষেপ গ্রহণ কৰিছিল।

পর্যটকৰ আগমন নিষিদ্ধ কৰি দিয়া হয়। বহিঃবিশ্বৰ পৰা দ্বীপ ৰাষ্ট্ৰখন বিচ্ছিন্ন হৈ পৰিছিল। অন্যান্য পদক্ষেপে গ্রহণ কৰাত ইমানদিনে কৰ’নাই দেশখনত আক্রমণ কৰিব পৰা নাছিল।

বছৰৰ আৰম্ভণিৰ পৰা ক’ভিডৰ প্রকোপ হ্রাস পাবলৈ ধৰাত দেশখনৰ সীমান্ত খুলি দিয়া হৈছিল। যােৱা ১৪ জানুৱাৰীৰ পৰা কেৱল নিউজিলেণ্ডৰ পৰা যােৱা যাত্রীসকলক কুক আইলেণ্ডত প্রৱেশৰ অনুমতি দিয়া হৈছিল।

কোনাে নিভৃতবাসৰাে নিয়ম নাছিল। শেহতীয়াকৈ বিভিন্ন দেশৰ পৰ্যটকৰ বাবে দুৱাৰ খুলি দিয়াৰ সুযােগতে দক্ষিণ প্রশান্ত মহাসাগৰৰ মাজৰ প্রায় অকলশৰীয়া দ্বীপটোতাে প্রৱেশ কৰিলে কৰ’না ভাইৰাছে।

এই সন্দৰ্ভত কুক আইলেণ্ডৰ প্রধানমন্ত্রী ব্রাউনে কয়, ‘যি দিনাৰ পৰাই সীমান্ত খােলাৰ সিদ্ধান্ত লােৱা হৈছিল, সেই দিনাৰ পৰাই সংক্রমণ ৰােধৰ বাবে সম্পূর্ণ ব্যৱস্থা কৰা হৈছিল। সীমান্ততে যাতে সংক্রমিত লােকসকলক আবদ্ধ কৰিব পাৰি,তাৰ ব্যৱস্থাও কৰা হৈছিল। ‘অথচ তাৰ পাছতাে সংক্রমণ ৰােধ কৰিব নােৱাৰিলে কুক আইলেণ্ডে।

মাত্র ১৭ হেজাৰ জনসংখ্যাবিশিষ্ট দেশখনত এই পর্যন্ত বিশ্বৰ ভিতৰতে সর্বাধিক টিকাকৰণ হৈছে। বহু উন্নত দেশৰ তুলনাত কুক আইলেণ্ডৰ ৯৬ শতাংশ নাগৰিকেই ইতিমধ্যে প্রতিষেধকৰ দুটা পালি গ্ৰহণ কৰিছে।

দুবছৰ সংক্রমণ ৰােধ কৰিলেও অৱশেষত কৰ’নাৰ প্রথম সংক্রমণ ধৰা পৰাৰ পাছত এতিয়া দেশখনৰ প্রশাসন চিন্তিত হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cook IslandCovid-19
publisher

publisher

Related Posts

দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d