- কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ৮,৫০৩ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
- দৈনিক সংক্ৰমণৰ হাৰ ০.৬৬ শতাংশ ।
- মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে ৩,৪৬,৭৪,৭৪৪ জন ।
- ইতিমধ্যে ৪,৭৪,৭৩৫ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
- বিগত ২৪ ঘণ্টাত ৬২৪ জন ক’ভিড ৰোগীৰ মৃত্যু হয় ।
- সম্প্ৰতি দেশত ৯৪,৯৪৩ জন সক্ৰিয় ক’ভিড ৰোগী আছে ।
ADVERTISEMENT