Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

গ্রীষ্মকালত বিদ্যুতৰ বিল বাঢ়িছে নেকি? এই টিপছ মানি চলক

publisher by publisher
April 25, 2025
in Lifestyle
Reading Time: 1 min read
0
গ্রীষ্মকালত বিদ্যুতৰ বিল বাঢ়িছে নেকি? এই টিপছ মানি চলক
4
SHARES
38
VIEWS
ShareShareShareShare

RelatedPosts

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

গৰমত শৰীৰটো সুস্থ ৰাখিবলৈ কিমান সঘনাই গা ধুব লাগে?

Electricity Bill :ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাছুল !

গৰমৰ দিনত ঘৰতে বিদ্যুতৰ বিলৰ বাবে সকলোৱে চিন্তিত হৈ পৰে। কিন্তু ঘৰত ৰখা কিছুমান যন্ত্র যদি সঠিকভাৱে চলাব পৰা যায়, তেন্তে তাত পৰিত্ৰাণৰ পথ বিচাৰি পোৱা যাব পাৰে। গৰমৰ দিনত এচি আৰু কুলাৰ বেছিকৈ ব্যৱহাৰ কৰা হয়। কিন্তু এইবোৰৰ বাহিৰেও এনে কিছুমান সঁজুলি আছে যাৰ ফলত বিদ্যুতৰ বিল অধিক হ’ব পাৰে। সকলোৱে জানে যে ঘৰত যদি এচি চলি থাকে তেন্তে ইয়াৰ পৰাই সৰ্বাধিক বিদ্যুত বিল উৎপাদিত হয়। যদি আপুনি ইয়াক বুদ্ধিমানৰূপে চলাব পাৰে তেন্তে আপোনাৰ বিদ্যুতৰ বিল বহু পৰিমাণে হ্ৰাস পাব। এই সময়ত ঘৰত পানী গৰম কৰা যন্ত্ৰৰ বিশেষ প্রয়োজন নাই। যদি গৰমৰ দিনত ইয়াক কম ব্যৱহাৰ কৰিব পাৰে তেন্তে আপোনাৰ বিদ্যুতৰ বিল বহুত কম হ’ব।

ADVERTISEMENT

বহুতে ঘৰ গৰম কৰিবলৈ বৈদ্যুতিক হিটাৰ ব্যৱহাৰ কৰে। কিন্তু গ্ৰীষ্মকালত বেছি সময় নালাগে। ফলত তাৰ ব্যৱহাৰ বন্ধ কৰিব পাৰিলে বিদ্যুত বিল কম হ’ব।

বহুতে ঘৰত কাপোৰ শুকুৱাবলৈ কাপোৰ শুকান কৰা যন্ত্ৰ ব্যৱহাৰ কৰে। ইয়াৰ ফলত বহু বিদ্যুতৰ বিলৰ সৃষ্টি হয়। যদি আপুনি ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰে তেন্তে আপোনাৰ বিল বহুত কম হ’ব।

গৰম হওক বা ঠাণ্ডা হওক, গৰমৰ দিনত প্ৰতিটো ঘৰতে সকলো সময়তে চলি থকা বস্তুটোক ফ্ৰীজ বোলে। ঘৰতে ৰন্ধা খাদ্যৰ পৰা আৰম্ভ কৰি কেঁচা শাক-পাচলি, ফলমূল, শীতল পানীয় আদি সকলো ইয়াত উপলব্ধ। কিন্তু দিনটোৰ ভিতৰত কিছু সময়ৰ বাবে বন্ধ কৰিব পাৰিলে বা লেহেমীয়া কৰিব পাৰিলে তাৰ পৰা বিল কম হ’ব। বহুতে ঘৰতে বৈদ্যুতিক অভেন বা চৌকা ব্যৱহাৰ কৰি ৰন্ধা-বঢ়া কৰে। ইয়াৰ ফলত যথেষ্ট বিদ্যুৎ খৰচ হয়। যদি আপুনি আপোনাৰ ব্যৱহাৰ কম কৰিব পাৰে আৰু আন ধৰণে ৰান্ধিব পাৰে তেন্তে আপোনাৰ বিদ্যুতৰ বিল কমি যাব ।

ঘৰত ৱাশ্বিং মেচিন থাকিলে গৰমৰ দিনত ইয়াৰ ব্যৱহাৰ অলপ কমাই দিব। গ্ৰীষ্মকালত ইয়াৰ যথেষ্ট বিদ্যুৎ খৰচ হয়। যদি আপুনি ইয়াৰ ব্যৱহাৰ হ্ৰাস কৰিব পাৰে, তেন্তে আপোনাৰ বিল বহু পৰিমাণে হ্ৰাস পাব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Electricity BillSummer
publisher

publisher

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d