Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

নলবাৰী সমষ্টিৰ সাহানবিষ্টুপুৰত এটি পথৰ বাবে ৰাইজৰ হাহাকাৰ

আগন্তুক পঞ্চায়তত যোগ্য প্রতিনিধি নাথাকিলে ভোট বৰ্জনৰ হুংকাৰ

publisher by publisher
April 26, 2025
in India, News
Reading Time: 1 min read
0
নলবাৰী সমষ্টিৰ সাহানবিষ্টুপুৰত এটি পথৰ বাবে ৰাইজৰ হাহাকাৰ
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

Nalbari:কৃষি কৰ্মৰ জৰিয়তে স্বাৱলম্বীতাৰ উজ্জ্বল নিদৰ্শন নলবাৰী বৰভাগৰ ৰাতুল ডেকাৰ

ৰাজ্য চৰকাৰৰ প্রভাৱশালী মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ গৃহ সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ ঘগ্রাপাৰ ৰাজহচক্ৰৰ অৰ্ন্তগত সাহানবিষ্টুপুৰ গাওৰ এটা পথ ৰাইজে হাহাকাৰ কৰিব লগা পৰিলক্ষিত হৈছে।যাক লৈ স্থানীয় ৰাইজে পথ মেৰামতিৰ বাবে শ্রমদান কাৰ্যসূচী ৰূপায়ন কৰা দেখা পোৱা যায়।

ADVERTISEMENT

উল্লেখযোগ্য যে নলবাৰী সমষ্টিৰ অন্তৰ্গত সোনামতি কেহেৰুৱা চক সংযোগী পথৰ মিলৰ চকৰ সন্মুখেৰে যোৱা পথটি দীৰ্ঘ সময় বিধ্বস্ত হৈ পৰিছে। এই পথটি পূৰ্বৰ ১৫ নং দিহজাৰী পঞ্চায়তৰ অন্তৰ্গত আছিল যদিও এতিয়া ১৫ নং সাগৰকুছি বিষ্টুপুৰ গাও পঞ্চায়তৰ অৰ্ন্তগত হল যদিও পঞ্চায়তে বছৰ বছৰ ধৰি পথটি মেৰামতি নকৰিলে ।

যাৰ বাবে গাঁও খনৰ লগতে অঞ্চলটোৰ ৰাইজে জীয়াতু ভুগি আহিছে। বিগত পোন্ধৰ বছৰ কংগ্ৰেছৰ শাসন কালত আৰু বৰ্ত্তমানৰ পৰিবৰ্তনকামী বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনটো এই পথছোৱা পকীকৰণৰতো দুৰৈৰ কথা বিশেষ উন্নয়নয়ো নকৰাত আজি স্হানীয় যুৱক আৰু ৰাইজে হাতে হাতে কোৰ, সাঙি লৈ নিজৰ পকেটৰ টকা খৰচ কৰি চেন্টগ্ৰেভেল আনি পথটো মেৰামতি কৰে।

উক্ত গাঁৱৰ ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ তুলিছে। বাৰিষা ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবে উপায় বিচাৰি নোপোৱা হৈছে । স্থানীয় ৰাইজ তথা গাঁও খনৰ সচেতন যুৱক সকলে পঞ্চায়ত প্ৰতিনিধি , স্থানীয় বিধায়ক তথা সাংসদকো উন্নয়নৰ বাবে আবেদন কৰি আহিছে যদিও এতিয়ালৈ সু-ফল পোৱা নাই ।

বৰ্ত্তমানৰ বিজ্ঞানৰ যুগতো গ্ৰামাঞ্চলটো এনেদৰে অৱহেলিত হৈ থকাত ৰাইজে দুখ প্ৰকাশ কৰিছে । ইপিনে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা , গাওঁ‌ পঞ্চায়তে এবাৰো এই জৰাজীৰ্ণ পথটি পৰিদৰ্শন নকৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

স্থানীয় যুৱক দেৱজিৎ কলিতাই বছৰ বছৰ ধৰি নিৰ্মান নোহোৱা পথটো অতি শীঘ্ৰে মেৰামতি কৰিবলৈ দাবী জনাই ৷

উল্লেখযোগ্য যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত পথচোৱা নিৰ্মাণ কৰিব পৰা নতুবা ৰাইজৰ সমস্যা সমাধান কৰিব পৰা যদি কোনো যোগ্য প্ৰতিনিধি নাথাকে তেনেহলে ভোট বৰ্জনৰ হুংকাৰো দিয়ে ৰাইজে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamNALBARIPanchayat Elections
publisher

publisher

Related Posts

তেজপুৰৰ মিছন চাৰিআলিৰ উৰণীয়া সেতুৰ নিৰ্মাণ: ঠিকাদাৰ প্ৰতিষ্ঠানৰ মইমতালিয়ে বিপদত পেলাইছে সৰ্বসাধাৰণক
Assam

October 1, 2026
খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ
Assam

খুমটাইত পঞ্চায়ত-বিধায়কৰ প্ৰতি আস্থাহীনতা, নিজ ধনেৰে পথ মেৰামতি নভেটাৰ ৰাইজৰ

October 1, 2026
পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d