কৰ’নাৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ সংক্ৰমণ পাকিস্তানতো ধৰা পৰিল । দেশখনৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি, কৰাচীত ৬৫ বছৰীয়া বয়সৰ এগৰাকী মহিলা ৰোগীৰ শৰীৰত অ’মিক্রন প্ৰজাতিৰ সংক্ৰমণ চিনাক্ত কৰা হৈছে । সম্প্ৰতি অ’মিক্ৰন আক্ৰান্ত মহিলাগৰাকীক কৰাচীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৰখা হৈছে ।
ADVERTISEMENT
চিকিৎসকে জনোৱা মতে, ক’ভিডৰ নতুন প্ৰজাতিত আক্ৰান্ত মহিলাগৰাকীয়ে কৰ’নাৰ এপালিও প্ৰতিষেধক গ্ৰহণ কৰা নাছিল ।