Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

আৰু এটা আন্দোলনৰ উকমুকনি

প্রাঞ্জলসেন ডেকা

publisher by publisher
December 13, 2021
in Opinion
Reading Time: 1 min read
0
আৰু এটা আন্দোলনৰ উকমুকনি
2
SHARES
21
VIEWS
ShareShareShareShare

২০১৯ৰ ১১ ডিচেম্বৰত সংসদত বহুচর্চিত নাগৰিকত্ব সংশােধনী বিধেয়ক গৃহীত হােৱাৰ দুবছৰ পূৰ্তিৰ সমান্তৰালভাৱে ৰাজ্যত এই আইনৰ বিৰুদ্ধে পুনৰ এটি আন্দোলন আৰম্ভ হােৱাৰ উকমুকনি পৰিলক্ষিত হৈছে।

ADVERTISEMENT

চুবুৰীয়া দেশ ক্রমে বাংলাদেশ,পাকিস্তান আৰু আফগানিস্তানত ধর্মীয় আতিশয্যৰ বলি হৈ ভাৰতত আশ্রয় ল’ব বিচৰা সেই দেশসমূহৰ সংখ্যালঘু অমুছলমান ধৰ্মাৱলম্বী লােকক এই দেশৰ নাগৰিকত্ব প্রদানৰ উদ্দেশ্যে নাগৰিকত্ব আইন সংশােধনী ঘটোৱা হৈছে।

RelatedPosts

Dainik Agradoot Today’s Edition: 8th March 2026

Dainik Agradoot Today’s Edition -3 March

Dainik Agradoot Today’s Edition : 22 Feb

অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ উপৰি আন কেবাখনাে ৰাজ্যত এনে সংশােধনৰ বিৰুদ্ধাচাৰণ কৰি তীব্র আন্দোলন হয় যদিও নিজৰ স্থিতিত অটল থাকি নৰেন্দ্ৰ মােদী চৰকাৰে এই বিধেয়ক অনায়াসে সংসদত গৃহীত কৰে।

অৱশ্যে ভাৰতক হিন্দু ৰাষ্ট্ৰৰূপে প্রতিষ্ঠাৰ পােষকতা কৰি অহা বিজেপিয়ে দলৰ গঠন কালৰ পৰাই এই দেশ সকলাে হিন্দুৰ মাতৃভূমি বুলি অভিহিত কৰি আহিছে। লগতে পৃথিৱীৰ যি প্রান্তৰে নহওক, সকলাে হিন্দুকে আদৰি ল’বলৈ ভাৰত মাতৃ প্রস্তুত বুলিও কৈ আহিছে।

সেয়েহে বিজেপি চৰকাৰে নাগৰিকত্ব আইনৰ এই সংশােধনী গৃহীত কৰাত কোনাে অস্বাভাৱিকতা নাই। সেই বাবেই যথেষ্ট বিৰােধ সত্ত্বেও সংসদত নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰ সুযােগ লৈ আইনখন গৃহীত কৰা হ’ল।

অৱশ্যে বিগত দুবছৰে এই আইনৰ বিধিসমূহ প্ৰস্তুত কৰি তুলিবলৈ চৰকাৰ সক্ষম হােৱা নাই। তাৰ বাবে চৰকাৰে প্রতিবাৰে সংসদৰ পৰা অধিক সময় বিচাৰিবলগীয়া হৈছে।

যথেষ্ট তৎপৰতাৰে বিধেয়কখন গৃহীত কৰাৰ পাছত দুবছৰ উকলি যােৱা সত্ত্বেও এই বিধিসমূহ প্রস্তুত নকৰাৰ আঁৰতাে কোনাে উদ্দেশ্য লুকাই আছে নেকি তাকে লৈ বিভিন্ন মহলত প্রশ্ন উত্থাপিত হৈছে।

ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাতে ধর্মনিৰপেক্ষ নীতি গ্রহণৰ বিষয়ে স্পষ্টভাৱে উল্লেখ কৰা হৈছে। সেই নীতিৰ পৰিপ্ৰেক্ষিতত দৰাচলতে ধৰ্মৰ ভিত্তিত নাগৰিকত্ব আইন সংশােধনৰ কোনাে সুযােগ নাই।

এই আইনে দেশত নতুনকৈ বিভাজন সৃষ্টিৰ সুযােগহে আনি দিব বুলি দীর্ঘদিন ধৰি আশংকাৰ সৃষ্টি হৈ আহিছে। উল্লিখিত চুবুৰীয়া দেশকেইখনৰ নির্যাতিত সংখ্যালঘুসকলৰ প্ৰতি ভাৰত সদায় সহানুভূতিশীল হৈ আহিছে।

অঞ্চলটোৰ এক নেতৃস্থানীয় দেশৰ ভূমিকা লৈ অহা ভাৰতত চুবুৰীয়া দেশৰ নির্যাতিতসকলে আশ্রয় বিচৰাটো অস্বাভাৱিক বুলি ক’ব নােৱাৰি; কিন্তু তেনে লােকসকলক আশ্রয় দিবলৈ গৈ দেশত নতুনকৈ বিদ্বেষৰ সৃষ্টি কৰাও বাঞ্ছনীয় নহয়।

সর্বোচ্চ ন্যায়ালয়েও ইতিপূর্বে নিদের্শনা দি থৈছে যে সংবিধানৰ মৌলিক অধিকাৰ খর্ব কৰিব পৰা সিদ্ধান্ত সংসদেও গ্ৰহণ কৰিব নােৱাৰে। গতিকে এই কথা স্পষ্ট যে সংশােধিত নাগৰিকত্ব আইনে হিন্দু আৰু মুছলমানৰ মৌলিক অধিকাৰৰ ক্ষেত্ৰত বৈষম্য আনি দিছে।

সেই অর্থ এই আইন সংবিধানৰ দৃষ্টিতাে গ্রহণযােগ্য নহয়। ই যাতে পৰৱর্তী পর্যায়ত অধিক জটিলতাৰ সৃষ্টি কৰিব নােৱাৰে তাৰ প্ৰতি চৰকাৰৰ সমান্তৰালভাৱে ন্যায়ালয়েও কঠোৰ দৃষ্টি ৰখাটো বাঞ্ছনীয়।

প্রায় ডেৰ বছৰ কাল ধৰি দিল্লীৰ সীমান্তত ধাৰাবাহিকভাৱে আন্দোলনৰত পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, দিল্লী আদি ৰাজ্যৰ কৃষকসকলে অৱশেষত বিতর্কিত তিনিখন কৃষি আইন বাতিলৰ বাবে কেন্দ্রীয় চৰকাৰক বাধ্য কৰাবলৈ সক্ষম হ’ল।

এই আইন বাতিলৰ পাছত কৃষক সংগঠনসমূহৰ অন্যতম মূল দাবী উৎপাদিত ফচলৰ ন্যূনতম সমর্থন মূল্য (এমএছপি) নিশ্চিতকৰণৰ প্ৰস্তাৱ আদায় কৰি কৃষকসকলে ইতিমধ্যে আন্দোলনস্থলীৰ পৰা স্বগৃহ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে।

সংযুক্ত কৃষক মৰ্চাৰ অধীনত বিভিন্ন ৰাজ্যৰ কৃষক সংগঠনসমূহ ঐক্যবদ্ধ হৈ কৃষক আৰু কৃষিখণ্ডৰ বাবে ক্ষতিকাৰকৰূপে চিহ্নিত আইন তিনিখন বাতিলৰ দাবীত চলােৱা এই আন্দোলনৰ কালছােৱাত সাত শতাধিক কৃষকে ছহিদবৰণ কৰিবলগীয়া হয়।

কৃষক আন্দোলনৰ এনে বিৰল সাফল্যৰ পৰিপ্ৰেক্ষিতত সম্প্রতি সংশােধিত নাগৰিকত্ব আইনবিৰােধী আন্দোলনকাৰীসকলাে উৎসাহিত হৈ পৰিছে। কৰ’না মহামাৰী আৰু বিধানসভা নির্বাচন আদিৰ পৰিপ্ৰেক্ষিতত দুবছৰ কাল স্তব্ধ হৈ পৰা এই আন্দোলন পুনৰ আৰম্ভ কৰিবলৈ কেইটিমান সংগঠন সক্রিয় হৈছে।

এই আন্দোলনত আৰক্ষীৰ গুলিত প্রাণ হেৰুওৱা পাঁচগৰাকী ছহিদলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ জৰিয়তে ৰাজ্যত পুনৰ তৎপৰতা আৰম্ভ কৰা হৈছে। ইয়াৰ লগে লগে প্রশ্ন উত্থাপিত হৈছে যে আৰু এটি আন্দোলনে দৰাচলতে অসম আৰু অসমবাসীৰ কি স্বার্থ পূৰণ কৰিবলৈ সক্ষম হ’ব ?

এই কথা পাহৰিলে নচলিব যে এই বিধেয়ক গৃহীত হােৱাৰ পাছত অনুষ্ঠিত হােৱা বিধানসভা নির্বাচনত বিজেপি আৰু মিত্ৰজোঁটে বিপুল জয়লাভ কৰিবলৈ সক্ষম হৈছে।

তাৰ বিপৰীতে সেই আইনৰ বিৰােধিতাৰে আন্দোলনৰ নেতৃত্ব প্রদান কৰা অথবা তালৈ সমর্থন প্রদান কৰা দলসমূহ ৰাইজৰ দ্বাৰা প্রত্যাখিত হৈছে; অর্থাৎ নাগৰিকত্ব আইন সংশােধন ঘটাই বাংলাদেশ,পাকিস্তান, আফগানিস্তানৰ হিন্দুসকলক এই দেশত নাগৰিকত্ব প্রদানৰ দুৱাৰ মুকলি কৰি দিয়া বিজেপিৰ পক্ষতে অসমৰ ৰাইজে ভােটদান কৰিছে।

গতিকে অসমৰ ৰাইজক সংশােধিত নাগৰিকত্ব আইনৰ বিৰােধী বুলি ক’ব পৰা যাবনে? বৰঞ্চ এই আইনৰ বিৰােধিতা কৰি গঠন হােৱা দলসমূহৰ ৯০ শতাংশ প্রার্থীয়েই আমানতৰ ধন হেৰুৱাবলগীয়া হয়।

গণতন্ত্রত যিহেতু ৰাইজৰ মতেই শেষ সিদ্ধান্ত; সেয়ে এই ক্ষেত্ৰত ইংগিত স্পষ্ট হৈয়ে আছে। ভাৰতৰ দৰে দেশত গণতান্ত্রিকভাৱে কৰা অহিংস আন্দোলনৰ গুৰুত্ব অপৰিসীম। শেহতীয়া কৃষি আইন বিৰােধী আন্দোলনেই ইয়াক পুনৰ স্পষ্ট কৰি দিছে; কিন্তু ঈপ্সিত লক্ষ্য পূৰণৰ বাবে আন্দোলনকাৰী আৰু ইয়াৰ নেতৃত্ববাহীসকলৰ যি স্পষ্ট লক্ষ্য, নিঃস্বার্থ উদ্দেশ্য আৰু দৃঢ়তাৰ প্রয়ােজন সেয়া অন্ততঃ অসমত অনুষ্ঠিত হােৱা শেহতীয়া আন্দোলনসমূহৰ ক্ষেত্ৰত দৃষ্টিগােচৰ হােৱা নাই।

নাগৰিকত্ব আইনৰ আন্দোলনৰ সুযােগ লৈ ৰাজ্যত একাধিক আঞ্চলিক ৰাজনৈতিক দল গঠনতহে জোৰ দিয়া হ’ল; যাৰ লক্ষ্য নির্বাচন। ফলস্বৰূপে ৰাইজৰ চকুত ধূলি দিবলৈ সময়ে সময়ে নাগৰিকত্ব আইনৰ বিৰুদ্ধে হুংকাৰ দিয়াতেই তাৰ সমাপ্তি ঘটিল।

ইয়াৰ বিপৰীতে এচামে এই আন্দোলনৰ সুযােগ লৈ ব্যাপক হাৰত চান্দা আদায়ত নামি পৰিল। যি পাঁচগৰাকী ছহিদ হ’লতেওঁলােকৰ বলিদান যে অথলে গলৈ তাৰ ব্যাখ্যা নিষ্প্রয়ােজন।

নাগৰিকত্ব আইনবিৰােধী আন্দোলনকাৰী নেতৃত্বই এই সম্পর্কত দাঙি ধৰা শংকাসমূহৰ বিষয়ে ইতিমধ্যে যথেষ্ট আলােচনা হৈ গৈছে।তথাপি কেইটামান তথ্য কেৱল উনুকিয়াই দিব বিচাৰিছাে।

এই সংশােধনী আইন গ্ৰহণৰ লগে লগে কোটি কোটি হিন্দু বাঙালীৰে অসম ভৰি পৰিব বুলি শংকাৰ সৃষ্টি কৰা হৈ আহিছে। যদি পৰিসংখ্যালৈ চোৱা যায় তেন্তে আফগানিস্তানত মুছলমানৰ জনসংখ্যা প্রায় এশ (৯৯.৭) শতাংশ। অর্থাৎ সেই দেশত হিন্দু বাদেই অমুছলমান আন ধৰ্মাৱলম্বী লােকো নাই বুলিব পাৰি।

তেনেদৰেই পাকিস্তানত মুছলমান জনসংখ্যা ৯৭ শতাংশ। ইয়াৰ বিপৰীতে বাংলাদেশত মাত্র ন শতাংশ হিন্দু আৰু প্রায় ৯০ শতাংশ মুছলমান জনসংখ্যা। গতিকে সেই দেশসমূহৰ পৰা কিমান অমুছলমান অর্থাৎ হিন্দু, শিখ, বৌদ্ধ আৰু খ্রীষ্টান ধর্মালম্বীয়ে ভাৰতত প্ৰৱেশ কৰিব সিও বিচার্য।

আমাৰ আন্দোলনকাৰীসকলৰ অভিযােগ ঘাইকৈ বাংলাদেশ হিন্দুসকলক লৈহে। এই কথাৰ উল্লেখ নিষ্প্রয়ােজন যে আর্থিক কাৰণতে সর্বাধিক প্রব্রজন হৈ আহিছে সমগ্র বিশ্বজুৰি। স্বদেশত আর্থিক বিকাশ তথা শান্তিপূর্ণ পৰিৱেশ অব্যাহত থাকিলে মানুহে প্ৰব্ৰজনৰ প্রয়ােজন অনুভৱ নকৰাটোৱে স্বাভাৱিক।

উন্নত জীৱনৰ সুযােগ-সুবিধাৰ আশাতে ভাৰতৰ পৰা আমেৰিকা, ইংলণ্ড, কানাডা, অষ্ট্রেলিয়া আদি উন্নত দেশলৈ লক্ষ লক্ষ লােকৰ, তাকো অতি মেধাৱীসকলৰ, প্ৰব্ৰজন ঘটিছে। তাৰ বিপৰীতে সেইবােৰ দেশৰ পৰা জীৱন-জীৱিকাৰ সন্ধানত কেইজন লােক ভাৰতলৈ আহিছে?

তেনেদৰেই সাধাৰণ কর্মসংস্থাপনৰ অভাৱতে অসমৰ লক্ষ লক্ষ যুৱক-যুৱতীয়ে বহিঃৰাজ্যলৈ ঢাপলি মেলিবলগীয়া হােৱা কথাটো পাহৰিলে নচলিব। সম্প্রতি বাংলাদেশ আর্থিক বিকাশ যথেষ্ট উৎসাহজনকেই কেৱল নহয়, কেতবােৰ ক্ষেত্ৰত ভাৰততকৈও উন্নতহে।

তদুপৰি বাংলাদেশৰ পৰা সম্প্রতি ইউৰােপ-আমেৰিকাৰ উন্নত দেশসমূহলৈহে প্ৰব্ৰজন ঘটিছে। সময়ে সময়ে ধর্মীয় আতিশয্য চলিলেও শ্বেখ হাছিনাৰ চৰকাৰে তেনে উপদ্ৰৱকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি শান্তি-শৃংখলা অটুট ৰখাৰ পার্মানে চেষ্টা চলাই আহিছে।

ঢাকাৰ এনে প্রচেষ্টাক ভাৰত চৰকাৰেও সাধুবাদ দিবলগীয়া হৈছে। এনে পৰিপ্ৰেক্ষিতত আইন বাতিলৰ দাবীত আৰু এটা আন্দোলন কিমান ফলপ্রসূ হ’ব তাক বিচাৰ কৰাৰ প্ৰয়ােজন আছে।ছবছৰীয়া অসম আন্দোলনৰ ৮৫৬গৰাকী ছহিদৰ বিনিময়ত কি পালাে এই মুহূর্তত পুনৰ তাৰ ব্যাখ্যা দাঙি ধৰিব বিচৰা নাই।

কেইজনমান লােকক নেতা হ’বলৈ অথবা আন কেইজনমানক চান্দা তােলাৰ সুবিধা দিবলৈ আজি আৰু এটা আন্দোলনৰ বােজা অসমবাসীয়ে বহন কৰিব জানাে?

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CAADainik Agradootpranjal sen deka
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d