Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত

    DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

    যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

    কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

    Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

    ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ইউএছটিএমৰ সপ্তম সংখ্যক দীক্ষান্ত সমাৰােহৰ সফল সামৰণি

publisher by publisher
December 15, 2021
in Assam, News
Reading Time: 1 min read
0
ইউএছটিএমৰ সপ্তম সংখ্যক দীক্ষান্ত সমাৰােহৰ সফল সামৰণি
1
SHARES
13
VIEWS
ShareShareShareShare

ইউনিভাৰচিটী অক্ চায়েন্স এণ্ড টেকনলজি মেঘালয় (ইউএছটিএম) ৰ সপ্তম সংখ্যক দীক্ষান্ত সমাৰােহখনি ভালেসংখ্যক শিক্ষানুষ্ঠানৰ উপাচার্য, শিক্ষানুষ্ঠানৰ মুৰব্বী আৰু বিশিষ্ট অতিথিৰ উপস্থিতিত আজি সফল সামৰণি পৰে।

ADVERTISEMENT

এই সমাৰােহত সৰ্বমুঠ ১৩৩২ গৰাকী শিক্ষার্থী ডিগ্রী প্রদান কৰা হয়। ইয়াৰ ভিতৰত ১১ গৰাকীক পি.এইচ.ডি ডিগ্রী, ৮২৩ গৰাকী বিদ্যার্থী স্নাতকোত্তৰ ডিগ্ৰী আৰু ৪৯৮ গৰাকী ছাত্ৰ-ছাত্ৰীক স্নাতক ডিগ্রী প্রদান কৰা হয়।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

কাছাৰ কেঞ্চাৰ হাস্পতালৰ সঞ্চালক পদ্মশ্রী ডাঃ ৰবি কান্নানক সন্মানীয় ডক্টৰেট অক্ চায়েন্স (ডি.এছচি) প্রদান কৰা হয়। আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাইট ষ্টেট বিশ্ববিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ডাঃ আব্দুল ৱেজক সন্মানীয় ডি.এছচি অর্পণ কৰা হয় আৰু প্ৰাগ নিউজ চেনেলৰ মুখ্য সম্পাদক শ্রী প্রশান্ত ৰাজগুৰুক সন্মানীয় ডক্টৰেট অ লেটাৰ্ছ (ডি.লিট) প্রদান কৰা হয়।

তেওঁলােকে নিজ নিজ ক্ষেত্ৰত আগবঢ়োৱা প্রভুত বৰঙণিৰ বাবে এই সম্মান প্রদান কৰা হয়। এই আড়ম্বৰপূৰ্ণ শৈক্ষিক অনুষ্ঠানটিত অধ্যক্ষতা কৰি ডিগ্ৰীসমূহ প্রদান কৰে ইউএছটিএমৰ আচার্য মেহবুবুল হকে।

দীক্ষান্ত সমাৰােহত অন্যান্য অতিথিৰ লগতে ইগনৌ, নতুন দিল্লীৰ উপাচার্য প্রফেছাৰ নাগেশ্বৰ ৰাও, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় (অৰুণাচল প্রদেশ)ৰ উপাচার্য চাকেট কুৱাহা, নেহুৰ উপাচার্য, প্রফেছাৰ প্ৰভা শংকৰ শুক্লা আৰু আইআইটি, গুৱাহাটীৰ সঞ্চালক ড° টি.জি. সীতাৰ্মণ, চিআইডিচিৰ সঞ্চালক প্রধান ড° পি আৰ স্বৰূপ আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ডিগ্রী প্রদানৰ অন্তত বিদ্যার্থীসকলক অভিনন্দন জ্ঞাপন কৰি ইগনৌ, নতুন দিল্লীৰ উপাচার্য প্রফেছাৰ নাগেশ্বৰ ৰাওৱে কয়, “এখন জ্ঞান ভিত্তিক সমাজ গঠনৰ বাবে উচ্চ শিক্ষা হৈছে অতি শক্তিশালী আহিলা আৰু আর্থিক উন্নয়ন প্রসাৰৰ বাবে ইয়াক এক দীর্ঘম্যাদী সামাজিক বিনিয়ােগ হিচাপে দৃষ্টিপাত কৰা উচিত। ইউএছটিএম-য়ে আর্থিকভাৱে দুর্বল পৰিয়ালৰ মেধা ছাত্র-ছাত্রীসকলক বিনামূলীয়া শিক্ষা প্রদান কৰি থকা কথাটো জানিবলৈ পাই মই নথৈ আনন্দিত হৈছাে।”

তেওঁ ডিগ্ৰীধাৰী শিক্ষার্থীসকলক বিশেষ দায়িত্ব কান্ধ পাতি ল’বলৈ আহ্বান কৰি কয় যে, বিশ্ববিদ্যালয়ত আহৰণ কৰা জ্ঞানৰ পৰিসৰ প্ৰমাণ কৰিবলৈ কেৱল পঢ়া শুনাতে আবদ্ধ নাথাকি সমাজৰ উন্নতিৰ বাবে কাম কৰি যাব লাগে। দীক্ষান্ত সমাৰােহত ভাষণ প্রদান কৰি আইআইটি, গুৱাহাটীৰ সঞ্চালক ড° টি.জি. সীতাৰমণে ডিগ্রীপ্রাপ্ত সকলক তেওঁলােকৰ কৃতিত্বৰ বাবে অভিনন্দন জনায় আৰু অলপতে নেশ্বনেল এচেছমেন্ট এণ্ড এক্রেডিটেশন কাউন্সিল (এনএএচি) দ্বাৰা “এ গ্রেড” লাভ কৰা উত্তৰ পূব ভাৰতৰ প্ৰথমখন বিশ্ববিদ্যালয়ত পৰিণত হােৱা বাবে সমূহ ইউএছটিএম পৰিয়ালকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে, এজন ব্যক্তি যিমানেই অধিক শিক্ষিত আৰু দক্ষ হ’ব তেওঁ সিমানেই উৎপাদনশীল আৰু উদ্ভাৱনশীল হ’ব আৰু এনেদৰেই আর্থিক উন্নয়নত তেওঁলােকৰ বৰঙণি বৃহৎ হ’ব।

ইয়াৰ পূর্বে, ইউএছটিএমৰ আচার্য শ্রী মেহবুবুল হকে সকলােকে আদৰণি জনাই কয়, “আমি ইউএছটিএমক এখন বিশ্বমানৰ বিশ্ববিদ্যালয় হিচাপে গঢ়িব বিচাৰাে আৰু এইক্ষেত্ৰত সকলাে পণধাৰীকে এই বিশ্ববিদ্যালয়খনক বিশ্বমানৰ প্রতিষ্ঠান হিচাপে ৰূপান্তৰকৰণৰ আমাৰ প্ৰয়াসত আৰু ৰাষ্ট্র গঠন প্রক্রিয়াত অংশগ্রহণ কৰিবলৈ আহ্বান জনাও।”

ইউএছটিএম গঢ়ি তােলাত সহায়-সহযােগিতা আগবঢ়োৱাৰ বাবে তেওঁ মেঘালয় চৰকাৰকো কৃতজ্ঞতা জ্ঞাপন কৰে। ইউএছটিএমৰ উপাচার্য প্রফেছাৰ জি. ডি. শর্মাই বিশ্ববিদ্যালয়খনৰ ৰিপাের্ট উত্থাপন কৰে। ইয়াৰ পাছতে ডিগ্ৰী আৰু সােণৰ পদক প্রদান কার্যসূচী আৰম্ভ হয়। ড° এপিজে আব্দুল কালাম সর্বোত্তম স্নাতকোত্তৰ সােণৰ পদক লাভ কৰে গণিত বিভাগৰ শ্ৰেহনাজ বেগমে আৰু পি এ চাংমা সর্বোত্তম স্নাতক সােণৰ পদক সান্যা চতুর্বেদী (বি.এছচি মাইক্রবায়’লজি) ক প্রদান কৰা হয়।

ইয়াৰােপৰি, সংশ্লিষ্ট বিভাগসমূহৰ সর্বোত্তম স্নাতকোত্তৰক ২২টা সােণৰ পদক আৰু বিভিন্ন বিভাগৰ সর্বোত্তম প্রাকস্নাতক ছাত্র-ছাত্রীক ১৮টা সােণৰ পদক প্রদান কৰা হয়। সন্মানীয় ডি.এছচি প্রাপক কেইগৰাকীয়ে চিকিৎসাৰ ক্ষেত্ৰত সমাজলৈ প্রভূত বৰঙণি যােগাইছে।

চিকিৎসাৰ ক্ষেত্ৰত বিশেষকৈ উত্তৰ পূব ভাৰতৰ অৱহেলিত সম্প্রদায়ৰ কেঞ্চাৰ ৰােগীসকললৈ আগবঢ়োৱা ন্যায়নিষ্ঠ আৰু সুগম স্বাস্থ্যসেৱাৰ বাবে পদ্মশ্রী ডাঃ ৰবি কান্নান এক সর্বপৰিচিত নাম। ৰাইট ষ্টেট ইউনিভাৰচিটী নূন স্কুল অ মেডিচিন, ডে টন, অ’এইচ ইউএছএৰ মেডিচিনৰ প্ৰফেছাৰ ডাঃ আব্দুল ৱেজক মেডিচিন ক্ষেত্ৰত বিশেষকৈ কার্ডিয়েক কেয়াৰ আৰু অৱহেলিত সমাজৰ বাবে আগবঢ়োৱা বিস্তৃত আৰু উৎকৃষ্ট জনহিতকৰ সেৱাত তেওঁ যােগােৱা বৰঙণিৰ বাবে তেওঁক সন্মানিত কৰা হৈছে।

ডাঃ ৱেজে ভাচুৱেল যােগে ৰাজ্যপালৰ পৰা এই ডিগ্রী গ্রহণ কৰে কিয়নাে তেওঁ এই উপলক্ষে উপস্থিত হ’ব পৰা নাছিল। প্রবীণ সাংবাদিক আৰু ভাষ্যকাৰ, প্রাগ নিউজ চেনেলৰ মুখ্য সম্পাদক, শ্রী প্রশান্ত ৰাজগুৰুক সাংবাদিকতা তথা জনসাধাৰণ কণ্ঠক ন্যায়তা প্রদান আৰু মিডিয়াৰ ভূমিকা বৃদ্ধিত থকা তেওঁৰ প্ৰভুত বৰঙণিৰ বাবে সন্মানীয় ডি.লিট প্রদান কৰা হৈছে।

এক গাম্ভীর্যপূণ আৰু সুন্দৰ শৈক্ষিক শােভাযাত্ৰাৰে দীক্ষান্ত সমাৰােহ আৰম্ভ হয় য’ত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক, শৈক্ষিক পৰিষদৰ সদস্যসকল, বাের্ড অ গৱৰ্ণৰৰ সদস্যসকল, বিভিন্ন স্কুলৰ ডীনসকল, বিভিন্ন বিভাগৰ মুৰব্বী আৰু ডিগ্রী প্রাপকসকলে অংশগ্রহণ কৰে। অধ্যক্ষৰ ঘােষণাৰ লগে লগে দীক্ষান্ত সমাৰােহৰ।সামৰণি পৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamUSTM
publisher

publisher

Related Posts

উত্তৰ-পূৱ নাইজেৰিয়াৰ এডামাৱাত ভয়ংকৰ আক্ৰমণ, ২৯ জন নিহত
News

April 28, 2026
DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ
News

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

April 28, 2026
যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান
News

যুদ্ধৰ প্ৰকোপত বিশ্বৰ দীর্ঘতম ‘ডিজিটেল সংকট’ত ইৰান

April 28, 2026
কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’
India

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

April 28, 2026
Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত
News

Nagaon shocking robbery Incident update:নগাঁৱৰ মৰিকলঙৰ চিকিৎসক দম্পতীৰ স’তে ভয়ংকৰ কাণ্ড সংঘটিত কৰা তৃতীয়টো ডকাইত আৰক্ষীৰ জালত

April 28, 2026
ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল
News

ব্রাজিলৰ সেউজ যোদ্ধাই গঢ়িলে ৩১ হেক্টৰৰ বনাঞ্চল

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d