Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

দুই শতাধিক ভুৱা বিমান টিকট, ষ্টেডিয়াম ৰং কৰাৰ নামতো লুণ্ঠন

publisher by publisher
December 17, 2021
in Assam, India, News
Reading Time: 1 min read
0
দুই শতাধিক ভুৱা বিমান টিকট, ষ্টেডিয়াম ৰং কৰাৰ নামতো লুণ্ঠন
2
SHARES
20
VIEWS
ShareShareShareShare

একেৰাহে দুনিশা আৰক্ষীৰ লক-আপত কটালে কোটি কোটি টকা আত্মসাৎ কৰি বিলাসী জীৱন কটোৱা অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁয়ে । যোৱা নিশা মহানগৰীৰ ফটাশিল আমবাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে টিংখাঙত গ্ৰেপ্তাৰ কৰাৰ পাছত আজি এচিএৰ প্ৰাক্তন সম্পাদকজনক গ্ৰেপ্তাৰ কৰা হয় । আজি তেওঁক আদালতত হাজিৰ কৰাব বুলি আৰক্ষী সূত্ৰ‌ই জনাইছে । নিজৰ কাৰ্যকালত নানা জালিয়াতিৰে কে’বা কোটি টকা সৰকোৱা বুঢ়াগোহাঁইৰ বিৰুদ্ধে ফটাশিল আমবাৰী আৰক্ষী থানাত ইতিমধ্যে ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৪০৬/৪০৯/৪২০/৪৬৯/৩৪ ধাৰাৰ অধীনত ৮১৭/২১ নম্বৰত এটা গোচৰ পঞ্জীয়ন হৈছে ।

ADVERTISEMENT

উল্লেখ্য যে বিগত ২০১৬ৰ পৰা ২০১৯লৈ সংঘটিত বিত্তীয় খেলিমেলিৰ সন্দৰ্ভত ফটাশিল আমবাৰী আৰক্ষী থানাত অসম ক্ৰিকেট সন্থাই এখন এজাহাৰ দাখিল কৰিছিল । সন্থাৰ বৰ্তমানৰ সমিতিখনে তৰা গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি যোৱা নিশা ডিব্ৰুগড়ৰ টিংখাংস্থিত বাসগৃহৰ পৰা ফটাশিল আমবাৰী আৰক্ষীয়ে বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰে । উল্লেখ্য যে উল্লিখিত সময়ছোৱাত বুঢ়াগোহাঁই অসম ক্ৰিকেট সন্থাৰ সম্পাদকৰ দায়িত্বত আছিল ।

RelatedPosts

LPG Cylinder :ৰন্ধন গেছ, পেট্ৰ’ল-ডিজেলক লৈ কেন্দ্ৰৰ বৈঠক

Gaurav Gogoi:গৌৰৱ গগৈৰ সোমবাৰৰ সংবাদমেলৰ পাছতে অতিৰিক্ত নিৰাপত্তা প্ৰদান অসম আৰক্ষীৰ

HSLC Examination Started:আজিৰে পৰা আৰম্ভ হ’ল মেট্রিক পৰীক্ষা

তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ পাছত মহাধিবক্তা দেৱজিৎ শ‌ইকীয়াই সম্পাদকৰ দায়িত্ব লাভ কৰে আৰু তাৰ পাছতে উক্ত সময়ছোৱাৰ হিচাপ পৰীক্ষা কৰিবলৈ ২০১৯ৰ ২৭ আগষ্টত এখন সমিতি গঠন কৰে । সমিতিখনে ২০২০ৰ আগষ্টত প্ৰতিবেদন দাখিল কৰে । এই প্ৰতিবেদনত উল্লিখিত সময়ছোৱাত অসম ক্ৰিকেট সন্থাত সংঘটিত হোৱা কোটি কোটি টকাৰ বিত্তীয় খেলিমেলিৰ ঘটনা পোহৰলৈ আহে ।

শেহতীয়াকৈ অনুষ্ঠিত সন্থাৰ সাধাৰণ পৰিষদৰ সভাত উক্ত প্ৰতিবেদনৰ সন্দৰ্ভত বিতংভাৱে আলোচনা হয় আৰু বিত্তীয় কেলেংকাৰিৰ সন্দৰ্ভত আইনৰ কাষ চাপে অসম ক্ৰিকেট সন্থা । এই ঘটনাত ইতিমধ্যে আৰক্ষীয়ে কে’বাজনো বিষয়া-কৰ্মচাৰীক সোধ-পোছ অব্যাহত ৰাখিছে । তদন্ত প্ৰক্ৰিয়াৰ অংশৰূপেই মহানগৰীৰ পৰা যোৱা আৰক্ষীৰ দল এটাই টিংখাঙৰ পৰা বুঢ়াগোহাঁইক আটক কৰাৰ পাছত নিশাই ফটাশিল আমবাৰী আৰক্ষী থানালৈ আনে ।

পুৱতি নিশা প্ৰায় দুই বজাত মহানগৰীত উপস্থিত হোৱাৰ পাছত ফটাশিল আমবাৰী আৰক্ষীয়ে কালি অভিযুক্ত ক্ৰীড়া সংগঠকজনক স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ নিয়ে । অৱশ্যে কালিয়ে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বিত্তীয় কেলেংকাৰিত অভিযুক্ত বুঢ়াগোহাঁইক আজি‌আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জনাইছে ।

ইপিনে, এচিএৰ বৰ্তমানৰ সম্পাদক দেৱজিৎ শ‌ইকীয়াই বুঢ়াগোহাঁইৰ গ্ৰেপ্তাৰৰ প্ৰসংগত কয়, ‘ৰাজ্যৰ এজন ক্ৰীড়া সংগঠকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাতো লজ্জাজনক বিষয় । বুঢ়াগোহাঁই সম্পাদক থকাৰ সময়ত অসম ক্ৰিকেটত হোৱা যি বহু কোটি টকাৰ বিত্তীয় অনিয়ম পোহৰলৈ আহিছে, সেয়া আপোচবিহীন ।’

শ‌ইকীয়াই লগতে কয় যে, বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ৰং কৰাৰ বাবদ বুঢ়াগোহাঁয়ে চাৰি-পাঁচ গুণ অধিক খৰচ দেখুৱাই কোটি টকা হেৰফেৰ কৰিছিল । আনহাতে, নিজে দুশৰ অধিকবাৰ বিমানত ভ্ৰমণ কৰা দেখুৱাই বিমানৰ টিকট ক্ৰয়ৰ নামতো তেওঁ কে’বা কোটি টকা আত্মসাৎ কৰাটো অনুসন্ধান কমিটীৰ প্ৰতিবেদনত পোহৰলৈ আহিছে বুলিও শ‌ইকীয়াই কয় । তেওঁ লগতে সদৰী কৰে যে সকলো তথ্য ইতিমধ্যে অসম ক্ৰিকেট সন্থাই আৰক্ষীক দিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Cricket AssociationAssam PolicePradip Buragohain
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d