Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সাক্ষী-প্ৰমাণৰ অভাৱত দোষী সাৰি যাব নেকি অনিমেষ ভূঞাৰ হত্যাকাৰী ?

সাক্ষ্য দিবলৈ অহা নাই প্ৰত্যক্ষদৰ্শী, আহ্বান জনাই হতাশ আৰক্ষী

publisher by publisher
December 17, 2021
in Assam, India, News
Reading Time: 1 min read
0
সাক্ষী-প্ৰমাণৰ অভাৱত দোষী সাৰি যাব নেকি অনিমেষ ভূঞাৰ হত্যাকাৰী ?
1
SHARES
12
VIEWS
ShareShareShareShare

দিন-দুপৰতে এজন তেজাল যুৱকক নগৰৰ মাজ-মজিয়াত হানি-খুচি হত্যা কৰা মুহূৰ্তত বাধা দিবলৈ ওলাই নাহি একাংশ লোকে লজ্জানত কৰিছিল যোৰহাটবাসীক । সেই নিৰ্মম ঘটনাটো নিৰৱে প্ৰত্যক্ষ কৰি থকা এইসকল প্ৰত্যক্ষদৰ্শীয়ে পুনৰ বিশ্ববাসীৰ ওচৰত যোৰহাটক লজ্জানত কৰাৰ পৰিৱেশ সৃষ্টি কৰিছে । কিয়নো দেৰগাঁৱৰ ছাত্ৰনেতা অনিমেষ ভূঞাৰ নাৰকীয় হত্যাকাণ্ডৰ জোৰদাৰ তদন্ত চলাই থকা আৰক্ষীৰ ওচৰত সাক্ষী দিবলৈ ওলাই অহা নাই কোনো এজন প্ৰত্যক্ষদৰ্শী । যাৰ বাবে তদন্তৰ গতি লেহেমীয়া হোৱাৰ সমান্তৰালকৈ এনে নাৰকীয় ঘটনাৰ লগত জড়িত দোষী লোকসকল সাৰি যোৱাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে । যাৰ বাবে এতিয়া প্ৰায় হতাশ হৈ পৰিছে স্বয়ং আৰক্ষীও ।

ADVERTISEMENT

যোৱা ২৯ নৱেম্বৰত যোৰহাট নগৰৰ নিৰ্মল চাৰিআলিত সামান্য ভুল বুজাবুজিৰ বাবে এদল উন্মত্ত লোকৰ উন্মাদনাৰ বলি হৈ লোকচক্ষুৰ সন্মুখতে মৃত্যু দেৰগাঁৱৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰসন্থাৰ শিক্ষা বিভাগৰ সম্পাদক অনিমেষ ভূঞাৰ । অনিমেষৰ দুই সংগী প্ৰণৱ দত্ত‌ আৰু মৃদুষ্মন্ত বৰুৱা এই গণপ্ৰহাৰত গুৰুতৰভাৱে আহত হৈছিল । এনে এক নাৰকীয় ঘটনা সংঘটিত হৈ থকাৰ সময়ত নিৰাপদ দূৰত্বৰ পৰা বহুসংখ্যক লোকে নিজ নিজ ম’বাইল ফোনেৰে সেই নাৰকীয় ঘটনাৰ ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰিছিল । অথচ মৃত্যু যন্ত্ৰণাত ছটফটাই থকা অসহায় তিনি যুৱকক সহায় কৰিবলৈ কোনো লোকে আগবাঢ়ি আহিবলৈ সাহস কৰা নাছিল । নগৰৰ হেজাৰ হেজাৰ লোকৰ সমাগমৰ মাজৰ পৰা এজনো লোক সহায়ৰ বাবে আগবাঢ়ি নহাৰ বাবে যোৰহাটবাসীক সৰ্বত্ৰে সমালোচনাৰে থকা-সৰকা কৰিছিল ।

RelatedPosts

Jorhat : যোৰহাটৰ ৫ নং স্পাৰত ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ

Soybean oil seized in Tittabor:তিতাবৰত আৰক্ষীৰ বৃহৎ পৰিমাণৰ চুৰি মিঠাতেল জব্দ

Jorhat Heroin Seized With Paddlar Arrested:যোৰহাটত দুই সৰবৰাহকাৰী সহ বুজন পৰিমাণৰ হেৰ’ইন জব্দ

অসমৰ সাংস্কৃতিক ৰাজধানী বুলি জাহিৰ কৰি ফুৰা যোৰহাটবাসী এতিয়া আকৌ এবাৰ এইসকল ভিৰু লোকৰ বাবে লজ্জানত হোৱাৰ সময়ত সমাগত হৈছে । অনিমেষ হত্যাৰ আজি ১৯ দিনত ভৰি দিয়াৰ পাছতো ঘটনাৰ তদন্তত আৰক্ষীয়ে ৰাইজৰ পৰা যি ধৰণৰ সহযোগিতা পাব লাগিছিল, সেয়া পোৱা নাই বুলি মুকলিকৈ স্বীকাৰ কৰিছে স্বয়ং যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে ।

এই সন্দৰ্ভত আৰক্ষী অধীক্ষক জৈনে কয়, আমি লক্ষ্য স্থিৰ কৰি লৈছিলো যে ২০ দিনৰ ভিতৰতে ঘটনাৰ অভিযোগনামা দাখিল কৰিম, কিন্তু এতিয়া ন্যূনতম দুই-এজনৰ বাদে ঘটনাৰ সাক্ষী দিবলৈ ওলাই অহা নাই কোনো এজন প্ৰত্যক্ষদৰ্শী । সেয়ে এতিয়া তদন্তৰ গতি স্থবিৰ হৈ পৰিছে ।’ আৰক্ষী বিষয়াজনে লগতে কয় যে ঘটনাৰ দিনা বহু লোক সেই স্থানত আছিল আৰু ইয়াৰে বহুসংখ্যকে ভিডিঅ’ কৰিছিল । এনে ভালেসংখ্যক ভিডিঅ’ পৰীক্ষাৰ হাতত পৰিছিল । তেনেবোৰ ভিডিঅ’ত অভিযুক্তসকলৰ উপৰি আন বহু লোক দেখা গৈছিল, যিষকলে এতিয়া আৰক্ষীৰ ওচৰত সাক্ষ্য দিবলৈ অস্বীকাৰ কৰা বুলি সংবাদ মাধ্যমক জনায় আৰক্ষী অধীক্ষকজনে ।

জৈনে কয় যে তেনে লোকৰ লগত বাৰম্বাৰ যোগাযোগ কৰিও ব্যৰ্থ হোৱা আৰক্ষীয়ে সংবাদ মাধ্যমযোগে বিজ্ঞাপন দিও তদন্তত ৰাইজৰ সহযোগ কামনা কৰিছিল । আনকি সাক্ষী সকলৰ পৰিচয় গোপনে ৰখাৰো প্ৰতিশ্ৰুতি দিছিল আৰক্ষীয়ে । এই সংক্ৰান্তত দুটা ফোন নম্বৰ মুকলি কৰি দিছিল আৰক্ষীয়ে, কিন্তু তাৰ পাছতো সহযোগ নোপোৱাত স্বাভাৱিকতে চিন্তাত পৰিছে তদন্তকাৰী আৰক্ষী বিষয়া ।

ইপিনে, আৰক্ষীৰ উপৰি যোৰহাট জিলা ছাত্ৰ সন্থায়ো প্ৰত্যক্ষদৰ্শীসকলক উপযুক্ত সাক্ষ্য দিবলৈ আহ্বান জনাইছিল । যদি কোনো লোকে আৰক্ষীৰ ওচৰত যাবলৈ সংকোচ কৰে, তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰিব বুলি আহ্বান জনাই আছুৱে দুটা ফোন নম্বৰ ৰাজহুৱা কৰিছিল । এই সন্দৰ্ভত যোৰহাটবাসী ৰাইজলৈ আহ্বান জনাই জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে ‘দৈনিক অগ্ৰদূত’ক কয়, ন্যায় প্ৰতিষ্ঠাৰ স্বাৰ্থত আৰু দিন-দুপৰতে মৰিয়াই মৰিয়াই মানুহ মাৰিব পৰা নৰপিশাচকেইটাৰ উপযুক্ত শাস্তিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যক্ষদৰ্শীসকলে মুক্তমনে আৰক্ষীৰ ওচৰত নিজৰ নিজৰ সাক্ষী দিয়ক । সেয়া প্ৰতিজন সচেতন নাগৰিকৰে পবিত্ৰ কৰ্তব্য ।’ বুলি ছাত্ৰ নেতাজনে মহন্তব্য কৰিছে ।

উল্লেখ্য যে সমগ্ৰ দেশক কঁপাই তোলা এই ঘটনাৰ সন্দৰ্ভত যোৰহাট সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ১৪৭/১৪৮/১৪৯/৩২৬/৩০২ নম্বৰ ধাৰাৰ অধীনত ২৬২০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । এই পৰ্যন্ত ১৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে । ইয়াৰে মূল অভিযুক্ত নিৰজ দাস ওৰফে কুলা ল’ৰাৰ ইতিমধ্যে ৰহস্যজনকভাৱে ঘটনাৰ পাছনিশাই দুৰ্ঘটনাত মৃত্যু হয় । বাকী ১৪ জন অভিযুক্ত সম্প্ৰতি যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে ।

যোৰহাটৰ শীৰ্ষ আৰক্ষী সূত্ৰ‌ই সদৰী কৰা অনুসৰি, প্ৰৱল গতিত ঘটনাৰ অনুসন্ধান অব্যাহত আছে । এই সন্দৰ্ভত গঠিত বিশেষ তদন্তকাৰী দলৰ উপৰি এজন অতিৰিক্ত আৰক্ষী অধীক্ষক পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত তদন্ত প্ৰক্ৰিয়া চলি আছে । এই সন্দৰ্ভত চিআইডিৰ সহায়ো লোৱা বুলি সদৰী কৰি শীৰ্ষ সূত্ৰটোৱে কয়, ‘অতি কম দিনৰ ভিতৰতে ঘটনাৰ অভিযোগনামা দিবলৈ আমি সক্ষম হ’ম, কিন্তু যি ধৰণে আশা কৰা হৈছিল সেই উচ্ছাস সাক্ষী দিয়াৰ ক্ষেত্ৰত দেখা নাই ।’ এই ক্ষেত্ৰত স্বতঃস্ফূৰ্ততাৰ অভাৱ বুলি মন্তব্য কৰে সূত্ৰটোৱে ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Animesh BhuyanJorhat Police
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d