টুইটাৰত এতিয়া ‘হেছটেগ ষ্টপ অফলাইন ক্লাছেছ’ৰ জোৱাৰ

সন্ধিয়া পাঁচ বজাৰ পৰা টুইটাৰত অফলাইন, ক্লাছ, পৰীক্ষাৰ বিৰোধিতা কৰি শিক্ষাৰ্থীসকলে প’ষ্টৰ জোৱাৰ তুলিছে । গুৱাহাটী বিশ্ববিদ্যালয় আৰু অধীনস্থ ছাত্ৰ-ছাত্ৰীসকলে অনলাইন প্ৰতিবাদ আৰম্ভ কৰিছে ।

হেছটেগ ষ্টপ অফলাইন ক্লাছেছ, ষ্টপ অফলাইন এগজামছ, ষ্টুডেণ্টছ লাইফ মেটাৰছ ইত্যাদিৰে টুইটাৰৰ ৱাল ভৰ্তি কৰিছে ।

 

Exit mobile version