কৰ’নাত মৃত্যুৰ তালিকাত বিশ্বৰ তৃতীয় স্থানত ভাৰত

fortuneindia 2022 01 5b82b4e9 abb2 45c6 9d23 ee308fa89265 Covid 19 test

ভাৰতত কৰ’নাত মৃতকৰ সংখ্যাই পাঁচ লাখৰ সীমা অতিক্রম কৰিলে। ক’ভিডত মৃত্যুৰ তালিকাত বিশ্বৰ ভিতৰতে সম্প্রতি তৃতীয় স্থানত থকা ভাৰতত শুকুৰবাৰলৈকে মুঠ ৫,০০,০৮৭ জন ক’ভিড ৰােগীৰ মৃত্যু হ’ল।

ক’ভিডত মৃত্যুৰ ক্ষেত্ৰত বিশ্বৰ প্রথম স্থানত থকা আমেৰিকাত শুকুৰবাৰৰলৈকে ৯.১ লাখ লােকে প্রাণ হেৰুৱালে।

আনহাতে, দ্বিতীয় স্থানত থকা ব্রাজিলৰ ৬.৩ লাখ লােকৰ ক’ভিডত মৃত্যু হৈছে। ৰাছিয়াত ক’ভিডৰ সমগ্র পর্বটোত ৩.৩৩ লাখ লােকৰ মৃত্যু হ’ল।

Exit mobile version