ইউক্ৰেইনতৰ দ্বিতীয় বৃহত্তম চহৰত ৰাছিয়াৰ তৎপৰতা তীব্ৰ হোৱাৰত ভাৰতে খাৰকিভৰ নাগৰিকসকলক এটা জৰুৰী আবেদন পঠাইছে, তেওঁলোকক শীঘ্ৰে সেই ঠাই এৰিবলৈ কোৱা হৈছে । ভাৰতীয় দূতাবাসে ভাৰতৰ স্থানীয় সময় ছয় বজাত (আইএছটি ৯:৩০ পিএম) পিছোচিন, বাবাই বা বেজলিউডিভকা চহৰত যাব লাগে । প্ৰয়োজন হ’লে খোজকাঢ়িয়ে ।
URGENT ADVISORY TO ALL INDIAN NATIONALS IN KHARKIV.
FOR THEIR SAFETY AND SECURITY THEY MUST LEAVE KHARKIV IMMEDIATELY.
PROCEED TO PESOCHIN, BABAYE AND BEZLYUDOVKA AS SOON AS POSSIBLE.
UNDER ALL CIRCUMSTANCES THEY MUST REACH THESE SETTLEMENTS *BY 1800 HRS (UKRAINIAN TIME) TODAY*.— India in Ukraine (@IndiainUkraine) March 2, 2022
নিকটতম চহৰ পিছোচিন ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত । ছাত্ৰসকলে কয় যে গুলিয়াগুলিৰ বাবে খোজকাঢ়ি যোৱা সম্ভৱ নহয় ।
দ্বিতীয় জাননীত কোৱা হয় যে, ‘তেওঁলোকে নিজৰ নিৰাপত্তা বাবে অতি শীঘ্ৰে খাৰকিভ ত্যাগ কৰিব লাগে ।’
2nd Advisory to Indian Students in Kharkiv
2 March 2022.@MEAIndia @PIB_India @DDNewslive @DDNational pic.twitter.com/yOgQ8m25xh— India in Ukraine (@IndiainUkraine) March 2, 2022