মেষঃ কৰ্মত উন্নতিৰ যোগ, নিবনুৱাৰ কৰ্মসংস্থাপন; সংঘাত আঁতৰিব, শুভ ৰং পাতল নীলা । শুভ সংখ্যা ৪ ।
বৃষঃ কামৰ ব্যস্ততা বাঢ়িব; আৰ্থিক উন্নতি, শিৱ মন্দিৰ দৰ্শন কৰক, খং কমাওক । বিদ্যাত মধ্যম, শুভ ৰং বগা, শুভ সংখ্যা ২ ।
মিথুনঃ কৰ্মক্ষেত্ৰত উন্নতি, অৰ্থ লাভৰ যোগ । ভ্ৰমণত মধ্যম, পাৰিলে তিতা নাখাব । শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫ ।
কৰ্কটঃ ৰাজনীতিৰ লগত জড়িত ব্যক্তিৰ ব্যস্ততা বৃদ্ধি, আৰ্থিক উন্নতি, কৰ্মব্যস্ততা বৃদ্ধি, খং নকৰিব । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩ ।
সিংহঃ ৰবি গ্ৰহৰ প্ৰভাৱত শাৰীৰিক মানসিক শক্তি বৃদ্ধি, হনুমানৰ পূজা কৰিব । আৰ্থিক উন্নতি বৃদ্ধি, শুভ ৰং কমলা, শুভ সংখ্যা ৪ ।
কন্যাঃ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি । ভ্ৰমণত শুভ, শৰীৰৰ প্ৰতি যত্ন লওক । শত্ৰু নাশ, শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৩ ।
তুলাঃ আত্মনিৰ্ভৰশীল হ’ব পাৰিব, বগলা দেৱী পূজা কৰক সংযম ৰক্ষা পৰিব । ভ্ৰমণত মধ্যম, অৰ্থ লাভ । শুভ ৰং ৰঙা । শুভ সংখ্যা ৯ ।
বৃশ্চিকঃ সা-সম্পত্তি ক্ৰয় কৰিব পাৰিব, শিল্প কলা কৌশলীৰ জড়িত ব্যক্তিৰ উন্নতি । যানবাহনৰ পৰা সাৱধান । শুভ ৰং ক্ৰীম । শুভ সংখ্যা ৬ ।
ধনুঃ ধীৰ স্থিৰ সৌভাগ্যশালী হোৱাৰ যোগ । হনুমান চালিচ পাঠ কৰক । শত্ৰু নাশ, কৰ্মত উন্নতি । শুভ ৰং পাতল নীলা, শুভ সংখ্যা ২ ।
মকৰঃ হতাশা আঁতৰিব । গহীন, ভ্ৰমণপ্ৰিয়, চিন্তাশীল লোক হিচাপে খ্যাতি । কৰ্মত মধ্যম । শুভ ৰং মেৰুণ । শুভ সংখ্যা ৪ ।
কুম্ভঃ ধাৰ্মিক দিক প্ৰকাশ, হতাশা আঁতৰিব । সৎ আৰু জ্ঞানী লোকৰ সান্নিধ্য পাব । মনত দুশ্চিন্তা নাৰাখিব । শুভ ৰং সোণালী । শুভ সংখ্যা ২ ।
মীনঃ কৰ্মোন্নতি, বন্ধুৰ পৰা দূৰত থাকক । পুৰণি ৰোগে কষ্ট দিব । খৰচ বৃদ্ধি, ভ্ৰমণত শুভ । শুভ ৰং হালধীয়া, শুভ সংখ্যা ১ ।