Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Ukraine Crisis : কিভত আৰু কোনো ভাৰতীয় নাই, জনালে কেন্দ্র‌ই

শিক্ষাৰ্থীসকলক উদ্ধাৰ কৰিবলৈ প্ৰেৰণ কৰা হৈছে ২৬খন বিমান

publisher by publisher
March 2, 2022
in India, International, News
Reading Time: 1 min read
0
Ukraine Crisis : কিভত আৰু কোনো ভাৰতীয় নাই, জনালে কেন্দ্র‌ই
1
SHARES
9
VIEWS
ShareShareShareShare

কিভত আৰু কোনো ভাৰতীয় আবদ্ধ হৈ থকা নাই । তেওঁলোকক দেশত উভতাই আনিবৰ বাবে অহা তিনি দিনত ইউক্রেইনৰ পার্শ্বৱর্তী দেশসমূহৰ বিভিন্ন বিমানবন্দৰত যাব মুঠ ২৬খন বিমান । মঙলবাৰে জনালে কেন্দ্র‌ই ।

ADVERTISEMENT

ৰাছিয়া-ইউক্রেইন যুদ্ধত কিভসহ একাধিক স্থানত আবদ্ধ হৈ আছিল হেজাৰৰো অধিক ভাৰতীয় । তেনে সময়তে মঙলবাৰে দুই দেশৰ যুদ্ধৰ বলি হয় এজন ভাৰতীয় ছাত্ৰ । বিভিন্ন বাংকাৰত আশ্রয় লোৱা শিক্ষাৰ্থীসকলক দেশত উভতাই আনিবৰ বাবে চৰকাৰক আবেদন জনাইছে । এই পৰিপ্রেক্ষিতত বৈদেশিক সচিব হর্ষবর্ধন শ্রীংলাই জনায়, প্রধানমন্ত্রীয়ে এই বিষয়ত উচ্চ পর্যায়ৰ বৈঠক কৰিছে । ইউক্রেইনত আবদ্ধ হৈ থকা প্রত্যেক ভাৰতীয়ক উদ্ধাৰত সর্বত্ৰ চেষ্টা চলাইছে । তেওঁ আৰু কয়, ‘‘ৰোমানিয়াৰ বুখাৰেষ্ট, হাংগেৰীৰ বুদাপেষ্ট, পোলেণ্ড আৰু শ্লোভাক প্রজাতন্ত্রৰ বিমানবন্দৰসমূহেৰে এই উদ্ধাৰকাৰ্য চলিব ।’’

RelatedPosts

পুতিনৰ স’তে আমেৰিকাৰ দূত–কুশনাৰৰ বৈঠক!

ইউক্রেনত পুনৰ ৰাছিয়াৰ আক্ৰমণ!

ৰুছ তেল ক্ৰয়ত কঠোৰ আমেৰিকা! ৫০০ শতাংশ শুল্কৰ বিলত অনুমোদন ট্ৰাম্পৰ

কেন্দ্রৰ দাবী, ইউক্রেইনৰ ৰাজধানী কিভত আৰু কোনো ভাৰতীয় আবদ্ধ হৈ থকা নাই । বৈদেশিক সচিবে জনায়, কিভত ভাৰতীয় দূতাবাস বন্ধ কৰি দিয়া হৈছে । ৰুছ সামৰিক অভিযানৰ বাবে দূতাবাসৰ কর্মচাৰীসকলকো অন্য স্থানত স্থানান্তৰিত কৰা হৈছে ।

কেন্দ্র‌ই জনাইছে, ইউক্রেইনত প্রায় ২০ হেজাৰ শিক্ষাৰ্থী আছিল । ইতিমধ্যে ১২ হেজাৰ শিক্ষাৰ্থীয়ে ইউক্রেইন ত্যাগ কৰিছে । বাকী সকলৰ কোনো কোনো খাৰকিভ অঞ্চলত আবদ্ধ হৈ আছে । কোনো কোনোৱে পূৱ ইউক্রেইনেৰে সীমান্ত পাৰ হৈছে । এই অঞ্চলত যুদ্ধৰ প্ৰভাৱ সিমান পৰা নাই । আবদ্ধ হৈ থকা সমস্ত ভাৰতীয় নাগৰিকক উদ্ধাৰ কৰিবলৈ তিনি দিন সময় লাগিব ।

আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ স’তে যোগাযোগৰ বাবে এটা টুইটাৰ হেণ্ডেল তৈয়াৰ কৰিছে চৰকাৰে । উদ্ধাৰকাৰ্যৰ গতি বৃদ্ধি কৰিবলৈ ভাৰতীয় বিমান বাহিনীকো কামত লগোৱা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Harsh Vardhan ShringlaUkraine
publisher

publisher

Related Posts

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d