Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকস্মিক জটিল সংকট!

    ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ

    ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

    Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক

    বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

    Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Bank Notes : দুহেজাৰ বা পাঁচশ টকাৰ এটা নোট তৈয়াৰ কৰোতে চৰকাৰৰ ব্যয় কিমান টকা  ?

publisher by publisher
March 7, 2022
in India, News
Reading Time: 1 min read
0
Bank Notes : দুহেজাৰ বা পাঁচশ টকাৰ এটা নোট তৈয়াৰ কৰোতে চৰকাৰৰ ব্যয় কিমান টকা  ?
4
SHARES
36
VIEWS
ShareShareShareShare

পাঁচশ বা দুহেজাৰ টকাৰ এখন কাগজত নোট তৈয়াৰ কৰোতে চৰকাৰৰ কোষাগৰৰ পৰা কিমান টকা ব্যয় হয় ?

ADVERTISEMENT

১০ হ‌ওক বা দুহেজাৰ টকা — প্রতিটো বেংকনোট তৈয়াৰ কৰিবলৈ কিমান টকা ব্যয় হয়, সেয়া জানিবলৈ কিছু বছৰ আগতে এটা জনস্বার্থ গোচৰ ৰুজু কৰা হৈছিল । সর্বভাৰতীয় সংবাদমাধ্যমত তাল খতিয়ানো প্রকাশ পাইছিল ।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

কাগজৰ নোটৰ ব্যয় সম্পর্কে জনোৱাৰ আগতে পিছুৱাই যাওক ২০১৬ৰ আঠ নৱেম্বৰত । একে নিশাতে পাঁচশ আৰু হেজাৰ টকাৰ নোট বাতিল বুলি ঘোষণা কৰিছিল কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰে । যাৰ ফলাফলক লৈ আজিও চৰকাৰ আৰু বিৰোধী, দুপক্ষৰ বিতর্ক অব্যাহত ।

মোদী চৰকাৰৰ দাবী আছিল, কাগজৰ নোটৰ ব্যৱহাৰ কমাই ডিজিটেল লেনদেন বঢ়ালে ক’লা টকাৰ লেনদেন ৰোধ কৰিব পৰা যাব । যদিও বিৰোধীসকলৰ দাবী, বিগত কিছু বছৰত ডিজিটেল লেনদেন বাঢ়িছে । অৱশ্যে নগদ লেনদেন যে কমি গৈছে, সেইটো ক’ব নোৱাৰি । কৰ’নাকালত গৃহবন্দী অৱস্থাত বেংকনোটৰ সংখ্যা আৰু ব্যৱহাৰ দুটাই বাঢ়িছে বুলি দাবী বিৰোধী পক্ষৰ ।

দেশৰ বজাৰত কোন বেংকনোট কিমান পৰিমাণে মুকলি কৰা হ’ব, সেয়া ৰিজার্ভ বেংকৰ পৰামর্শতেই স্থিৰ কৰে কেন্দ্র‌ই । কিমান নোট ছপা কৰাৰ প্রয়োজন, সেয়া স্থিৰ কৰিবলৈও শীর্ষ বেংকৰ দ্বাৰস্থ হ’বলগীয়া হয় । জনসাধাৰণৰ লেনদেনৰ চাহিদা পূৰণ কৰিবলৈ কিমান টকা বজাৰত মুকলি কৰা হ’ব, তাৰ প্ৰতিও লক্ষ্য ৰাখিবলগীয়া হয় ৰিজার্ভ বেংকে ।

ৰাজ্যসভাত এটা প্রশ্নৰ উত্তৰত বিগত বৰ্ষত কেন্দ্রীয় বিত্ত প্রতিমন্ত্রী পংকজ চৌধুৰীয়ে কৈছিল, ‘‘২০১৮ৰ ৩১ মার্চ পর্যন্ত ৩৩ কোটি ৬০ লাখটা দুহেজাৰ টকাৰ নোট বজাৰত আছিল । যি বজাৰৰ মুঠ নোটৰ ৩.২ শতাংশ । আর্থিক মূল্যৰ নিৰিখত সেয়া ৩৭.২৬ শতাংশ আছিল ।’’

বিত্ত প্রতিমন্ত্রীয়ে জনাইছে, ২০২১ৰ ২৬ নৱেম্বৰত বজাৰত বেংকনোটৰ সংখ্যা আগতকৈ কমিছে । সেই সময়ত দুহেজাৰ টকাৰ ২২ কোটি ৩০ লাখ নোট বজাৰত আছিল । যি বজাৰৰ মুঠ নোটৰ ১.৭৫ শতাংশ । আর্থিক মূল্যৰ নিৰিখত সেয়া ১৫.১১ শতাংশ ।

২০১৮ত এটা সর্বভাৰতীয় সংবাদমাধ্যমৰ তৰফৰ পৰা জনস্বার্থ গোচৰত বিভিন্ন বেংকনোট ছপা কৰাৰ ব্যয় জানিব বিচৰা হৈছিল । তাত জানিব পৰা গৈছে, দুহেজাৰ টকাৰ এটা নোট তৈয়াৰ কৰিবলৈ চৰকাৰৰ ৪.১৮ টকা খৰচ হয় ।

নোটবন্দিৰ পাছত পাঁচশ টকাৰো সালসলনি কৰা হৈছে । নতুন ৰূপৰ সেই টকা বনাবলৈ নোট প্রতি ২.৫৭ টকা খৰচ হয় চৰকাৰৰ । আনহাতে, এশ টকাৰ এটা বেংকনোট বনাবলৈ ১.৫১ টকা খৰচ হয় ।

১০ আৰু ৫০ টকাৰ এটা নোট তৈয়াৰ কৰিবৰ বাবে খৰচ একেই — ১.০১ টকা । অৱশ্যে ২০ টকাৰ বাবে এক টকা খৰচ হয় ।

সেই জনস্বার্থ গোচৰৰ পৰা জানিব পৰা গৈছে, পাঁচশ টকাৰ পুৰণি আৰু নতুন নোট তৈয়াৰৰ খৰচতো পার্থক্য আছে ।

পাঁচশ টকাৰ এটা পুৰণি নোট তৈয়াৰ কৰিবলৈ খৰচ হৈছিল ৩.০৯ টকা । ফলত এই মূল্যৰ এটা নতুন নোটত ৫২ প‌ইচা সঞ্চয় হয় চৰকাৰৰ । যদিও এই হিচাপ সম্পূৰ্ণ ২০১৮ৰ ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DemonetizationIndian CurrencyNarendra Modi
publisher

publisher

Related Posts

আকস্মিক জটিল সংকট!
News

ঘৰুৱা ৰন্ধন গেছৰ নাটনি চৰকাৰে নাকচ কৰিলেও বজাৰত গ্ৰাহকৰ হাহাকাৰ

March 12, 2026
ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ
News

ইৰানৰ বিদ্যালয়ত মাৰাত্মক ক্ষেপণাস্ত্ৰ আক্ৰমণ

March 12, 2026
Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক
Crime

Moral Policing incident in Jakhalabondha:কলিয়াবৰৰ জখলাবন্ধাত মৰেল পুলিচিঙৰ বলি এজন লোক

March 12, 2026
বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 
Entertainment

বিয়াত বহিল মহাকুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা! 

March 12, 2026
Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ
National

Meghalaya police attacked in Haryana:হাৰিয়ানাৰ নুহত মেঘালয় আৰক্ষীৰ ওপৰত ভয়ংকৰ আক্রমণ

March 12, 2026
যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই
News

যুদ্ধ শান্ত হোৱাৰ কোনো ইংগিত নাই

March 12, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d