★চিৰতা তিতাই তেজ পৰিস্কাৰ কৰে।★চিৰতা তিতা কৃমিনাশক।
ADVERTISEMENT
★চিৰতা তিতা শ্বাস–নিশ্বাস ৰোগৰ বাবে উপকাৰী।
★ চিৰতা তিতা উচ্চ ৰক্তচাপ, ডায়েবেটিছ ৰোগৰ বাবে উপকাৰী।
★পেটৰ বিভিন্ন ৰোগত চিৰতা তিতা উপকাৰী।
★ চিৰতা তিতাই পানীলগা, কুষ্ঠ কাঠিন্য আদি ৰোগৰ বাবে উপকাৰী।
★এই তিতাই ছালৰ ৰোগ নিৰাময় কৰে।