Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 তিনি বছৰে পুনৰ নিৰ্মাণ নহʼল বানত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ভৱানীপুৰৰ কহৰা পথ

publisher by publisher
April 6, 2022
in Assam, News
Reading Time: 1 min read
0
 তিনি বছৰে পুনৰ নিৰ্মাণ নহʼল বানত বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী ভৱানীপুৰৰ কহৰা পথ
3
SHARES
26
VIEWS
ShareShareShareShare

চৰকাৰীভাৱে অসমত যাতায়ত ব্যৱস্থাৰ অধিক উন্নয়ন হোৱা বুলি ভিন্ন ধৰণে প্ৰচাৰ চলালেও ভৱানীপুৰ বিধানসভা সমষ্টিত বিধ্বস্ত যাতায়ত ব্যৱস্থা তথা পথ – দলং আদিৰ বিধ্বস্ততাই দীৰ্ঘদিন ধৰি ৰাইজক জ্বলা কলা খুৱাইছে ।

ADVERTISEMENT

উল্লেখ্য যে , ভৱানীপুৰ বিধানসভা সমষ্টিৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিকাষৰীয়া বৃহত্তৰ কহৰা অঞ্চলৰ দুটাকৈ গুৰুত্বপূৰ্ণ পথৰ দীৰ্ঘদিনয়া পথৰ বিধ্বস্ততাই যাতায়তৰ ক্ষেত্ৰত ৰাইজক হাৰাশাস্তি খুৱাইছে ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

যʼত নেকি চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ জ্ঞাত যদিও বিভাগটোৰ দায়িত্বহীনতা বা গুৰুত্বহীনতাই যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ ফপোলা স্বৰূপটো উদঙাইছে ।

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উত্তৰ দিশে কহৰা হৈ ধুমাৰকুৰ-সৰুপেটা-সোণাফূলি পথ সংযোগী গুৰুত্বপূৰ্ণ পকী পথটো তিনি বছৰ পূৰ্বে বানপানীত দুটা স্থানত পৃথকে পৃথকে ব্যাপক পৰিমাণে বিধ্বস্ত হৈছিল।

তেনেদৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কহৰাস্থিত এখন শিক্ষানুষ্ঠান ষ্টিলা মেৰিজ ইংলিছ স্কুলৰ সম্মুখেৰে কহৰা (বড়ো চুবা) হৈ ভাৰেগাওঁলৈ অতিক্ৰম কৰা পকী পথটোত তিনি বছৰ পূৰ্বেই এটা স্থানত ব্যাপক পৰিমাণে বিধ্বস্ত হৈছিল।

দুয়োটা পথেই মুঠ তিনিটা স্থানত পৃথকে পৃথকে আজিও বিছিন্ন হৈ আছে । বিছিন্ন পথৰ ওপৰত ৰাইজে বাঁহৰ সাকো নিৰ্মাণ কৰি তিনিটা বছৰ ধৰি বিপদ সংকুল যাতায়ত অব্যাহত ৰাখিছে ।

বিগত দুটাকৈ বৰ্ষত বাৰিষা পথৰ ওপৰত নিৰ্মিত বাঁহৰ সাকোঁবোৰো বানেই উতুৱাই নিছিল। ৰাইজে পুনৰ নিজৰ শ্ৰমদান কৰি বাঁহৰ সাকোঁ নিৰ্মাণ কৰিছিল যদিও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কহৰাৰ ষ্টিলা মেৰিজ ইংলিছ স্কুলৰ সম্মুখেৰে যোৱা পথটোত বিছিন্ন অংশত স্থাপিত বাঁহৰ সাকোঁখন পুনৰ বিধ্বস্ত হৈ গৈছে।

যাৰ ফলত পথটোৰে যাতায়ত কৰা শিক্ষাৰ্থী – শিক্ষক সকলৰ লগতে ৰাইজৰ যাতায়তত ব্যাঘাত জন্মিছে । তেনেদৰে আনটো পথতো বিধ্বস্ত-বিছিন্ন অংশত স্থাপিত বাঁহৰ সাকোঁবোৰো জৰাজীৰ্ণ হৈ পৰিছে । স্থানীয় ৰাইজে দুয়োটা পথৰ পুনৰ নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamBhawanipur
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d