Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

ধ্বংসৰ পৰা ৰক্ষা পাবলৈ বিশ্ববাসীৰ হাতত আছে তিনি বছৰৰো কম সময়

publisher by publisher
April 6, 2022
in International, News
Reading Time: 1 min read
0
ধ্বংসৰ পৰা ৰক্ষা পাবলৈ বিশ্ববাসীৰ হাতত আছে তিনি বছৰৰো কম সময়
1
SHARES
5
VIEWS
ShareShareShareShare

এতিয়া আৰু বিলম্ব কৰাৰ উপায় নাই; কিয়নাে হাতত আছে তিনি বছৰৰাে কম সময়। ইয়াৰ ভিতৰতে কার্বন নিঃসৰণত লেকাম লগাব নােৱাৰিলে ভয়ংকৰ বিপর্যয় অৱশ্যম্ভাৱী। যি হাৰত পৃথিৱীৰ উত্তাপ বাঢ়িছে, সেউজ কমিছে, অনর্গলভাৱে ক্ষয় হৈ আছে অজ’ন স্তৰ; ইয়াৰ ফলতে পৃথিৱীখন আৰু বাসােপযােগী কৰি ৰখাটো দুৰূহ হৈ পৰিছে।

ADVERTISEMENT

মঙলবাৰে ২৮শ পৃষ্ঠাজোৰা প্রতিবেদন (ক্লাইমেট চেইঞ্জ ২০২২ : মিটিগেছন অৱ ক্লাইমেট চেইঞ্জ)ত মানৱ সমাজৰ প্রতি উক্ত একান্ত জৰুৰী বার্তাটো দিছে ৰাষ্ট্ৰসংঘৰ জলবায়ু সংক্রান্তীয় সংস্থা ‘ইণ্টাৰগৱৰ্ণমেণ্টেল পেনেল অনক্লাইমেট চেঞ্জ’ (আইপিচিচি)ৰ তৰফৰ পৰা।

RelatedPosts

বায়ু প্রদূষণত বাঢ়িব পাৰে এলঝেইমাৰৰ ৰোগৰো আশংকা

বিশ্বৰ প্ৰথম বৰফশূন্য দেশৰ আখ্যা পালে ভেনিজুৱেলাই

Paddy and wheat production will fall by 10 per cent:১০ শতাংশ হ্রাস পাব ধান-ঘেঁহুৰ উৎপাদন !

কালি আইপিচিচিয়ে দাখিল কৰা প্রতিবেদনত কোৱা হৈছে যে গােলকীয় উষ্ণতাৰ বাবে দায়ী কার্বন নিঃসৰণ কমাবলৈ মানুহৰ হাতত তিনি বছৰৰাে কম সময় আছে। অর্থাৎ ২০২৫ৰ পূর্বেই এই বিষয়ত কার্যকৰী পদক্ষেপ গ্রহণ কৰিব লাগিব। ইয়াৰ লগতে কোৱা হৈছে যে গ্রীণ হাউছ গেছ নিঃসৰণৰ পৰিমাণ ২০৩০ৰ ভিতৰত ৪৩ শতাংশ হ্রাস কৰিব লাগিব।

সেই সময়ৰ ভিতৰতে মিথেনৰ পৰিমাণাে এক-তৃতীয়াংশ কমাব লাগিব। অন্যথা বিপজ্জনকভাৱে বৃদ্ধি পাব তাপমাত্রা। ফলত বহু দেশেই জল-যন্ত্রণাত ভুগিব লাগিব। বিশ্বব্যাপী বাঢ়িব জলস্তৰ। ফলত ব্যাপক পৰিসৰৰ ভূমি পানীত ডুব যাব। দেখা দিব প্ৰৱল খাদ্য-সংকটে।

ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এন্ট’নিঅ’ গুটেৰেজে উক্ত প্রতিবেদনৰ সন্দৰ্ভত এক ভিডিঅ’ বার্তাত কয়, ‘একাংশ চৰকাৰী বিষয়া আৰু উদ্যোগপতিয়ে এক ধৰণৰ কথা কয় আৰু আন ধৰণৰ আচৰণ কৰে। ইয়াৰ ফলতে পৃথিৱী বিপৰ্যয়ৰ দিশে অগ্রসৰ হৈছে।’

উল্লেখ্য যে ১৯৫খন দেশে আইপিচিচিৰ প্রতিবেদন অনুমােদন জনাইছে। ইয়াক গােলকীয় উষ্ণতাক কেন্দ্ৰ কৰি সবাতােকৈ বিশদ প্রতিবেদন বুলি গণ্য কৰিছে বিজ্ঞানীসকলে। তেওঁলােকে বাৰে বাৰে সতর্ক কৰি আহিলেও অভিযােগ উঠিছে যে আমেৰিকাসহ একাধিক দেশে যিদৰে কার্বন নিঃসৰণ কমােৱাৰ দায়িত্ব চীন-ভাৰতৰ দৰে দেশসমূহলৈ ঠেলি দিয়াত ব্যস্ত, সেইদৰে এইবােৰ দেশেও উন্নয়নৰ প্রসংগ উত্থাপন কৰি সেয়া কমােৱাৰ দায়িত্ব উন্নত বিশ্বৰ দিশে ঠেলি আছে।

সকলাে মিলাই পেৰিছৰ পৰা গ্লাছগ’ জলবায়ু আলােচনা বা চুক্তি পর্যন্ত সকলােবােৰ কেৱল কাগজে-কলমেই থাকিল। প্রতিবেদনত কোৱা হৈছে যে বিশ্বৰ গড় তাপমাত্রা বৃদ্ধি ১.৫ ডিগ্রী চেলছিয়াচলৈ সীমাবদ্ধ কৰাৰ যি আন্তর্জাতিক লক্ষ্য আছে, সেয়া কার্যতঃ “লাইফ ছাপ’র্ট’ত আছে।

পেৰিছ জলবায়ু চুক্তিত সেই তাপমাত্রা ১.৫ ডিগ্রীতে বান্ধি ৰখাৰ যি লক্ষ্যস্থিৰ কৰা হৈছিল, তাৰ দ্বিগুণৰাে বেছি অর্থাৎ তিনি ডিগ্ৰীৰাে অধিক তাপমাত্রা বাঢ়িব পাৰে পৃথিৱীৰ। এই তাপমাত্রা কমাই অনাৰ যি সময়সীমা দিয়া হৈছে, সেয়া যথেষ্ট কম বুলিয়ে সকলােৱে গণ্য কৰিছে।

আইপিচিচিৰ প্রতিবেদনত কোৱা হৈছে যে ২০১০-২০১৯ৰ ভিতৰত বিশ্বব্যাপী গড় গ্রীণহাউছ গেছ নিঃসৰণৰ পৰিমাণ মানৱ সভ্যতাৰ ইতিহাসত সর্বোচ্চ পৰ্মািণৰ আছিল। গােলকীয় উষ্ণতাক নিয়ন্ত্রণলৈ আনিবলৈ শক্তি ক্ষেত্ৰত কিছু পৰিৱৰ্তন অনা প্রয়ােজন বুলি জনােৱা হৈছে উক্ত প্রতিবেদনত।

এই ক্ষেত্ৰত সর্বপ্রথমে জোৰ দিয়া হৈছে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্রাস কৰাত। ইয়াৰ লগতে বিকল্প ইন্ধন (হাইড্র’জেন)ৰ ব্যৱস্থাৰাে যে প্রয়ােজন, সেয়াও প্রতিবেদনত জনােৱা হৈছে। আইপিচিচিৰ শীর্ষ বিষয়া হুছাং লীয়ে জনাইছে যে যথেষ্টসংখ্যক দেশে পৰিৱেশগত ক্ষেত্ৰত উল্লেখনীয় পদক্ষেপ গ্রহণ কৰিছে।

এই ব্যৱস্থা যদি আৰু ব্যাপকভাৱে প্রয়ােগ কৰা হয়, তেতিয়া নতুন উদ্ভাৱনৰ সমান্তৰালকৈ কার্বন নিঃসৰণাে কমাই আনিব পৰা যাব। প্রতিবেদনৰ অন্যতম লেখিকা জয়শ্রী ৰায়ে কয়, ‘এতিয়াও সময় আছে। তাপমাত্রা বৃদ্ধি ৰােধ কৰাটো সম্ভৱ। কমেও ১৮খন দেশে দেখুৱাই দিছে যে গ্রীণ হাউছ গেছৰ নিঃসৰণ হ্রাস কৰাটো সম্ভৱ।

কার্বন-মুক্ত বা কার্বন-পৰিমাণ কম, এনে প্রযুক্তিৰ মাধ্যমেৰে জীৱাশ্ম ইন্ধনৰ দহন হ্রাস কৰাটো সম্ভৱ হৈছে। পৰিবহণ ক্ষেত্ৰতাে পৰিৱেশবান্ধৱ প্ৰযুক্তিৰ মাধ্যমেৰে প্ৰদূষণ কমােৱা সম্ভৱ হৈ উঠিছে। বিগত এটা দশকত বেটাৰীৰ দাম ৮৫ শতাংশ পর্যন্ত হ্রাস পােৱাও ইয়াৰ এটা ডাঙৰ কাৰণ।

ডিজিলেটাইছনৰ ফলতাে পুনৰ নবীকৰণযােগ্য শক্তিৰ পৰিমাণ বাঢ়িছে। বিজ্ঞানীসকলে আশংকা কৰিছে যে বিগত কিছু দশকত মেৰু অঞ্চলত যি হাৰত বৰফ গলিছে আৰু পৃথিৱীৰ নানা প্রান্তত জলবায়ুৰ পৰিৱৰ্তন ঘটিছে, সেয়া এই বিপর্যয়ৰে ইংগিত। ঘনাই সতর্ক কৰা সত্ত্বেও অধিকাংশ দেশেই কার্যতঃ ইয়াক অগ্রাহ্য কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: EnvironmentGlobal WarmingUnited Nation
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d