Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ডেৰ লাখ গামোচা সাজু কৰিছে চাৰি গাঁৱৰ শিপিনীয়ে

বিহু বুলি ব্যস্ত নলবাৰীৰ চাৰি শতাধিক বোৱনী-শিপিনী

publisher by publisher
April 8, 2022
in Assam, India, News
Reading Time: 1 min read
0
ডেৰ লাখ গামোচা সাজু কৰিছে চাৰি গাঁৱৰ শিপিনীয়ে
2
SHARES
16
VIEWS
ShareShareShareShare

বসন্তৰ বা লাগিছে চাৰিওফালে । লঠঙা গছত সেউজীয়াৰ ভৰ, কুলি-কেতেকীৰ মাত । আগলি বৰষুণে ধুই-পখালি অমলিন কৰি তুলিলে প্ৰকৃতি । এয়া ৰঙালীৰ আগমন । আৰু মাত্ৰ কেইটামান দিনৰ পাছতে বৃহত্তৰ অসমীয়া জাতিয়ে উদ্‌যাপন কৰি বাপতি সাহোন ৰঙালী বিহু । বিগত দুটা বছৰে কৰ’না অতিমাৰীৰ আতিশয্যৰ বাবে প্ৰাণ খুলি বিহু উদ্‌যাপন কৰিব পৰা নাই জাতিটোৱে । সেয়েহে এইবাৰ যেন ৰঙালী বিহু বুলি দুগুণ উৎসাহ সকলোৰে । ৰাজ্যজুৰি এই উৎসাহ আৰম্ভ হোৱাৰ মাজতে নলবাৰীতো ইতিমধ্যে আৰম্ভ হৈছে ঢোল, পেঁপা, গগনাৰ মাত । বিহু বুলি এপাক নচাৰ অনুশীলন আৰম্ভ হৈছে শিবিৰে শিবিৰে ।

ADVERTISEMENT

ৰঙালী বিহু বুলি আপোনজনলৈ বিহুৱান এখন উপহাৰ দিয়াৰ বাবে অসমীয়া জীয়ৰী-বোৱাৰীসকলে নিজ হাতে গামোচা (বিহুৱান) বৈ উলিওৱাৰ অতীজৰ পৰম্পৰা, সেয়া সম্প্ৰতি তাকৰ হৈ পৰিল যদিও তাৰ মাজতে বিগত প্ৰায় এমাহ ধৰি পঘা, চেৰেকী, শাল-মাকোত ব্যস্ত হৈ পৰিছে নলবাৰীৰ কেইখনমান গাঁৱৰ চাৰি শতাধিক বোৱনী-শিপিনী ।

RelatedPosts

বহিঃৰাজ্যৰ পৰা আহিছে নকল গামোচা

‘ছিল্ক ভিলেজ’ বা ‘ৰেছম গাঁও’ৰূপে পৰিচিত অসমৰ দ্বিতীয়খন গাঁও নলবাৰী জিলাৰ ককয়া । ২৭টা চুবুৰীৰ একমাত্ৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ এই গাঁওখনৰ মুঠ জনসংখ্যাৰ ২০ শতাংশ‌ই বয়ন শিল্পৰ লগত জড়িত । হৰমোহন নাথ নামৰ লোকজনে ১৯৮২ত ইয়াত প্ৰথম বস্ত্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি গাঁওখনৰ লোকসকলৰ বাবে নতুন জীৱিকাৰ পথ মুকলি কৰিছিল । তেতিয়াৰ পৰাই ককয়াত বয়ন শিল্প‌ই একপ্ৰকাৰ নৱজাগৰণৰ সৃষ্টি কৰে । কেৱলমাত্ৰ এইখন গাঁৱতে বছৰি ডেৰ-দুই লাখ গামোচা উৎপাদন হোৱাৰ লগতে ১০-১২ হেজাৰ যোৰ পাট-মুগাৰ কাপোৰ উৎপাদন হৈ আহিছে । এইবাৰো আগন্তুক ৰঙালী বিহুক লক্ষ্য কৰি গাঁওখনত ডেৰ-দুই লাখ গামোচা উৎপাদন হ’ব ।

আজি ‘দৈনিক অগ্ৰদূত’ক এই কথা সদৰী কৰে গাঁওখনৰ শিপিনী পৰিয়ালৰ সদস্য মাধৱ নাথে । নাথে সদৰী কৰা মতে, ৩০ বছৰ পূৰ্বৰে পৰাই তেওঁলোকৰ পৰিয়ালে বয়ন শিল্প চলাই আহিছে । প্ৰথমে আঠখন শালেৰে তেওঁলোকে বয়ন শিল্প আৰম্ভ কৰিছিল যদিও বৰ্তমানে ১২খন শালেৰে কাপোৰ বৈ আছে । তেনেদৰে গাঁওখনত এই পৰ্যন্ত ১৪০খন পাট-মুগাৰ শাল সক্ৰিয় অৱস্থাত থকাৰ লগতে ১৫০খন গামোচাৰ শাল আছে । তদুপৰি শাল কেইখনক কেন্দ্ৰ কৰি প্ৰায় তিনিশ শিপিনী কৰ্মৰত হৈ আছে ।

মাধৱ নাথে লগতে কয়, ‘বিগত দুটা বছৰে উৎসৱ-পৰ্ব বন্ধ হৈ থকাত গাঁওখনৰ বস্ত্ৰ উদ্যোগত মাধমাৰ পৰে যদিও এইবাৰ কোনো এগৰাকী শিপিনীৰে তৰণি নাই । দুৰ্গা পূজাৰ আগৰে পৰা গাঁওখনৰ শিপিনীসকলে অহৰহ শালত ব্যস্ত আছে । আগন্তুক ৰঙালী বিহুক লক্ষ্য কৰিয়ে গাঁওখনত ডেৰ-দুই লাখ গামোচা উৎপাদন হ’ব । ইয়াৰ ভিতৰত পাটৰ গামোচা, নাম বচা, গাঁৰি দিয়া, ফুলাম আদি ভিন্ন ধৰণৰ গামোচা থাকিব । তদুপৰি উক্ত গামোচাসমূহ বিক্ৰী হ’ব ডেৰ-দুশ টকা দামত ।’

ইপিনে, উক্ত একেটা পৰিয়ালৰ দুই বোৱাৰী শিপিনী মামণি নাথে সদৰী কৰে যে বিহু বুলি কেৱল মাত্ৰ তেৱেঁই এহেজাৰ গামোচা বৈ উলিয়াব । ইতিমধ্যে চাংসাৰিৰ ওচৰৰ বোৰ্কাৰ বিহু সন্মিলনীৰ বাবে ৩৫০খন গামোচাৰ আগতীয়া বন্দোবস্ত লাভ কৰা বুলি নাথে সদৰী কৰে । নাথে কয়, ‘মই দৈনিক চাৰি-পাঁচখনকৈ গামোচা বৈ উলিয়াও । বিহু বুলি এইবাৰ আমাৰ পৰিয়ালে এহেজাৰ গামোচা প্ৰস্তুত কৰাৰ পৰিকল্পনাৰে দিন-ৰাতি একাকাৰ কৰি আছো ।’

কষ্টৰ উচিত মূল্য নোপোৱাৰ অভিযোগ কৰি শিপিনীগৰাকীয়ে লগতে কয়, ‘আমি যি ধৰণে কষ্ট কৰি আছো, তাৰ বিপৰীতে উচিত মূল্য নাপাওঁ । সূতাৰ দাম বৃদ্ধি আৰু চালানি গামোচাই আমাক জ্বলা-কলা খুৱাই আহিছে । এক ঢোপ মাছৰাজ সূতাৰ দাম এতিয়া ১৫৫০ টকা হ’ল । এক বাণ্ডিল ঢলাই সূতাৰ দাম হ’ল এহেজাৰ টকা । অথচ গামোচাখন আমি আগতে যি ডেৰ-দুশ টকাত বিক্ৰী কৰিছিলো, এতিয়াও সেয়াই থাকিল । একেদৰে পাট-মুগাৰ ক্ষেত্ৰতো একেই কথা । এক বাণ্ডিল ননি সূতাৰ দাম হ’লগৈ ৫,৫০০ টকা । কিন্তু এই দাম ৩৫০০ টকা থকাৰ সময়ত ইয়াৰ কাপোৰ এযোৰৰ দাম যি ৩২০০ টকা আছিল, আজিও সেয়াই থাকিল । গতিকে এনে হ’লে আৰু দুটামান বছৰৰ পাছত ককয়াত শাল নাথাকিব‌ই ।’ শিপিনীগৰাকীয়ে লগতে বিহুৰ গামোচাখনত কমেও ৩০ টকামান দাম বৃদ্ধি হ’ব লাগে বুলিও মত প্ৰকাশ কৰে ।

লক্ষ্যণীয়ভাৱে সূতাৰ বৰ্ধিত দাম আৰু বহিঃৰাজ্যৰ পৰা আমদানিকৃত গামোচাৰ বাবেই আগন্তুক দুই-তিনি বছৰ পাছতে ককয়াৰ থলুৱা বস্ত্ৰ উদ্যোগ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাৰ উপক্ৰম হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে বহুসংখ্যক শিপিনী আৰু বিক্ৰীদাৰে । গাঁওখনৰ এজন পুৰণি বস্ত্ৰ উদ্যোগী হৰগোৱিন্দ নাথে প্ৰকাশ কৰে যে তেওঁ সম্প্ৰতি বস্ত্ৰ উদ্যোগ বন্ধ কৰিবলৈ বাধ্য হৈছে ।

নাথে কয়, ‘এফালে নতুন শিপিনী নোহোৱা হৈছে আনফালে সূতাৰ অধিক মূল্য বৃদ্ধি ঘটিছে । লগতে চৰকাৰে বিনামূলীয়া চাউল বিতৰণ কৰিবলৈ লোৱাত এতিয়া ককয়াৰ বস্ত্ৰ উদ্যোগসমূহত শ্ৰমিক নোহোৱা হৈ পৰিছে । তদুপৰি চৰকাৰে যদিও থলুৱা উদ্যোগ-প্ৰতিষ্ঠান গঢ়াত মনোনিবেশ কৰা বুলি জাহিৰ কৰি থাকে ককয়াৰ বস্ত্ৰ উদ্যোগ লৈ এই পৰ্যন্ত চৰকাৰৰ চকু নপৰিল ।’ লক্ষ্যণীয় যে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ সমষ্টিৰে অন্তৰ্গত গাঁও ককয়া ।

ইপিনে, ‘ককয়াৰ লগতে কাপোৰ বৈ বিক্ৰী কৰাকে মুখ্য জীৱিকাৰ পথ বুলি বাছি লোৱা নলবাৰীৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত চ’তেমাৰী, ঘৰুৱাবাহা আৰু ভোগবাৰীতো বিগত দুই -তিনিমাহৰ পৰা নিশা দুপৰলৈ ভাহি আছে মাকোৰ খত্‌খত্ মাত । উদ্দেশ্য একেই, আগন্তুক ৰঙালী বিহু বুলি গামোচা বৈ উলিওৱা ।

চ’তেমাৰীৰ পৰা ৩০ হেজাৰমান গামোচা বিহুৰ বজাৰত উলিয়াই দিয়াৰ লগতে আন দুখন গাঁও ঘৰুৱাবাহা আৰু ভোগবাৰী গাঁৱৰ শিপিনীসকলেও ২০ হেজাৰমান গামোচা বিহুৰ বজাৰত উলিয়াই দিব বুলি গাঁওকেইখনৰ কে’বাগৰাকীও শিপিনীয়ে ‘দৈনিক অগ্ৰদূত’ক সদৰী কৰে । ইপিনে, উক্ত গাঁওকেইখনৰ শিপিনীসকলেও সূতাৰ দাম হ্ৰাস আৰু চালানি গামোচা নিষিদ্ধ কৰাৰ দাবী জনায় অসম চৰকাৰক ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bohag BihuGamucha
publisher

publisher

Related Posts

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
News

Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d