Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Sand Crisis : শীঘ্রে বালিৰ সংকটে দেখা দিব বিশ্বত ! সতর্কবার্তা দিলে ৰাষ্ট্ৰসংঘ‌ই

publisher by publisher
May 3, 2022
in International, News
Reading Time: 1 min read
0
Sand Crisis : শীঘ্রে বালিৰ সংকটে দেখা দিব বিশ্বত ! সতর্কবার্তা দিলে ৰাষ্ট্ৰসংঘ‌ই
2
SHARES
22
VIEWS
ShareShareShareShare

নতুন সংকটৰ সন্মুখীন হ’ব পাৰে বিশ্ব । সেয়া হ’ল বালিৰ সংকট । সেই দিন বেছি দূৰত নাই বুলিও সতর্কবার্তা দিছে ৰাষ্ট্ৰসংঘ‌ই ।

ADVERTISEMENT

আমাৰ দৈনন্দিন জীৱনত বালিৰ বিশাল চাহিদা । বালি অবিহনে কোনো নির্মাণকাৰ্যৰ কথা ভাবিব‌ই নোৱাৰি । কিন্তু সেই বালিকেই পৃথিৱীৰ বুকুৰ পৰা অবৈধভাৱে খালি কৰি দিয়াত সংকটত পৰিব পাৰে বিশ্ব ।

RelatedPosts

Baloch writer claims independence from Pak: পাকিস্তানৰ সন্মুখত আন এক নতুন বিপদ

Israel could attack Iran’s oil production facilities:ইৰানৰ তেল উৎপাদন কেন্দ্রত আক্ৰমণ কৰিব পাৰে ইজৰাইলে

United Nations : যুদ্ধৰ ফলত হোৱা খাদ্য সংকটক লৈ চিন্তিত ভাৰত

ৰাষ্ট্ৰসংঘ‌ই জনাইছে, সমুদ্রগর্ভ হ‌ওক বা নদীগর্ভ, অবাধে, অবৈধ আৰু অবৈজ্ঞানিকভাৱে বালি তোলা হৈছে । যি গতিত বালি তোলা হৈছে, সেই গতিত বালি সৃষ্টি হ’ব পৰা নাই ।

উল্লেখ্য, যে প্রলম্বিত প্রক্রিয়াৰ মাজেৰে প্রাকৃতিক উপায়ে বালি সৃষ্টি হয়, সেই সময় দিয়া হোৱা নাই । ফলত বালি সৃষ্টিৰ আগতেই খালি হৈ গৈছে । ইউনাইটেড নেছনছ এনভায়ৰনমেন্ট প্র’গ্রেম (ইউএনইপি)-ৰ বিষয়া শীল অগ্রৱাল খানে কয়, “যদি আমি এতিয়াই এই বিষয়ত সতর্ক নহ‌ওঁ তেনেহ’লে বালিৰ সংকট ৰোধ কৰা সম্ভৱ নহ’ব ।”

সমীক্ষা অনুসৰি, বিগত দুই দশকৰ ভিতৰত কাচ, কংক্রিট আৰু নির্মাণ সামগ্রীৰ ব্যৱহাৰ সমগ্ৰ বিশ্বত তিনি গুণ বাঢ়িছে । যি এক বছৰৰ ভিতৰত বাঢ়ি হৈছে পাঁচ হেজাৰ কোটি টন । ইয়াৰ ব্যৱহাৰ বৃদ্ধিৰ ফলতে ক্ষতিগ্রস্ত হৈছে নদী, উপকূলৰেখা । আনকি সৰু সৰু দ্বীপবোৰো সম্পূৰ্ণ নিশ্চিহ্ন হৈ যাব পাৰে বুলি শংকা প্রকাশ কৰিছে ৰাষ্ট্ৰসংঘ‌ই ।

পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত বালিৰ বিশাল ভূমিকা আছে । বিশেষকৈ খহনীয়া ৰোধ কৰা, নদী আৰু সমুদ্রৰ ক্ষয় ৰোধ কৰা আৰু বহু প্রাণীৰ আশ্রয়স্থল হিচাপেও কাম কৰে । অবৈধ আৰু অবৈজ্ঞানিকভাৱে ক্রমাগত বালি তোলাৰ ফলত পৰিৱেশৰ ওপৰত বিৰূপ প্রভাৱ পৰিব লৈছে ।

ৰাষ্ট্ৰসংঘ‌ৰ প্রতিবেদন অনুসৰি, দক্ষিণ-পূৱ এছিয়াৰ সবাতোকৈ দীঘল নদী মেকং আৰু ক্রমাগত বালি তোলাৰ ফলত বহু দ্বীপ নিশ্চিহ্ন হৈ পৰিছে । উর্বৰ ভূমিত লৱণৰ মাত্রা বৃদ্ধি পাইছে । ইপিনে, শ্রীলংকাত নদীৰ পৰা বালি তোলাৰ ফলত পানীৰ প্রবাহ বিপৰীতমুখী হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Sand CrisisUnited Nations
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d