মানকাচৰত উপস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমৃত শ্বাহ

h53ko5u amit shah

দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

নিশা লোকপ্ৰিয় গোপীনাথ আন্তৰ্জাতিক বিমানবন্দৰত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

বিএছএফ ৪৫ বেটেলিয়ন কেম্পত উপস্থিত মন্ত্ৰী অমৃত শ্বাহ । লগতে উপস্থিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

ভাৰত-বাংলাদেশৰ সীমান্ত পৰিদৰ্শন মন্ত্ৰীগৰাকীৰ ।

Exit mobile version