Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Opinion

শিৰোনামত আকৌ ‘কা’

প্ৰাঞ্জলসেন ডেকা

publisher by publisher
May 9, 2022
in Opinion
Reading Time: 1 min read
0
শিৰোনামত আকৌ ‘কা’

1
SHARES
14
VIEWS
ShareShareShareShare

ক’ভিড মহামাৰীৰ প্ৰকোপ হ্ৰাস পালেই বহু বিতৰ্কিত সংশোধিত নাগৰিকত্ব আইন (কা) বলৱৎ কৰা হ’ব বুলি ঘোষণা কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দৰাচলতে এই ক্ষেত্ৰত অনিশ্চয়তাৰহে সৃষ্টি কৰা যেন ধাৰণা হয় । মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ হাতত পৰ্যুদস্ত হোৱাৰ সম্পূৰ্ণ এবছৰ পাছত পশ্চিমবংগত ভুমুকি মৰা শ্বাহে যোৱা বৃহস্পতিবাৰে শিলিগুৰিৰ এক সমাবেশত এই ঘোষণা কৰে । ২০১৯তে এই নাগৰিকত্ব সংশোধনী বিধেয়ক (কেব)খন গৃহীত হোৱাৰ তিনি বছৰ পাছতো এই পৰ্যন্ত আইনখন বলৱৎ নোহোৱাক কেন্দ্ৰ কৰি বিভিন্ন চৰ্চা অব্যাহত আছে । এই আইন বলৱতৰ বাবে প্ৰয়োজনীয় বিধিসমূহ প্ৰস্তুত নকৰা বাবেই আইনখন কাৰ্যকৰী কৰাটো সম্ভৱ হৈ উঠা নাই । যিকোনো আইন বলৱৎ কৰিবলৈ হ’লে ইয়াৰ বিধিসমূহ নিৰ্ধাৰিত হ’ব লাগিব । এই পৰ্যন্ত ইয়াৰ বিধিসমূহ প্ৰস্তুতৰ বাবে পুনৰ পাঁচমাহ সময় লৈছে ।

ADVERTISEMENT

গৃহমন্ত্ৰী শ্বাহে বিভিন্ন সময়ত কৰ’নাৰ বাবেই এই কাম সম্পূৰ্ণ হোৱা নাই বুলি সদৰী কৰিলেও সেই কথা বেছিভাগেই বিশ্বাসত লোৱা নাই; বৰঞ্চ ইয়াৰ আঁৰত কোনো ৰাজনৈতিক উদ্দেশ্য থকা বুলিহে ধাৰণা কৰে । এনে পৰিপ্ৰেক্ষিতত তেওঁ পশ্চিমবংগত ‘কা’ বলৱতৰ সম্পৰ্কত ভাষ্য দাঙি ধৰাৰ আঁৰতো ৰাজনৈতিক বাধ্যবাধকতাই ক্ৰিয়া কৰা বুলি ক’ব পাৰি । বিগত লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনত বিজেপিয়ে পশ্চিমবংগৰ মাতুৱা সম্প্ৰদায়ৰ সমৰ্থন আদায় কৰিছিল ‘কা’ ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে ।

RelatedPosts

গণিত-উচ্চ গণিতৰ পৰা দ্রুতপাঠ-আধুনিক ভাৰতীয় ভাষা বিষয়লৈকে সলনি

ইউপিএছচিৰ অসামৰিক সেৱাত বাছনি ৯৫৮ৰ ভিতৰত অসমৰ তিনি

Supreme Court:অহা পাঁচ মে’ৰ পৰা ‘কা’ৰ আইনী বৈধতাক লৈ উচ্চতম ন্যায়ালয়ত শুনানি

২০১৯ৰ লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ ৬৮টা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টিৰ ৩৩টাতে বিজেপিয়ে অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছিল । কোৱা বাহুল্য যে এই ৩৩টা সমষ্টিৰ ২৬টাতে মাতুৱা সম্প্ৰদায়ৰ আধিপত্য আছে । একেদৰে ২০২১ৰ বিধানসভা নিৰ্বাচনত এই ২৬টাৰ ১৪টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰে । পূৱ পাকিস্তানৰ পৰা অনুপ্ৰৱেশ কৰা মাতুসকলক ‘কা’ ৰূপায়ণৰ জৰিয়তে নাগৰিকত্ব প্ৰদান কৰা হ’ব বুলি নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল; কিন্তু আইন গৃহীত হোৱাৰ তিনি বছৰ উকলি যোৱাৰ পাছতো কেন্দ্ৰীয় চৰকাৰে ইয়াক বলৱৎ নকৰিলে । ইয়াকে লৈ মাতুৱাসকলৰ মাজত তীব্ৰ ক্ষোভৰ উদ্ৰেক ঘটিছে ।

ইতিমধ্যে বিজেপিৰ মাতুৱা বিধায়ক-সাংসদে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰাতে ক্ষান্ত নাথাকি দলত্যাগৰ কুচকাৱাজ চলাইছে । আনকি মাতুৱা সম্প্ৰদায়ৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী শান্তনু ঠাকুৰেও চৰকাৰৰ অৱহেলাত অসন্তুষ্টি প্ৰকাশ কৰি আহিছে । এই আইন ৰূপায়ণৰ প্ৰশ্নত মাতুৱা সম্প্ৰদায়ৰ জনপ্ৰতিনিধিসকল নিজ নিজ অঞ্চলত তীব্ৰ চাপৰ সন্মুখীন হ’বলগীয়া হৈছে । অকল মাতুৱা সম্প্ৰদায়ৰ ক্ষেত্ৰত নহয়, সামগ্ৰিকভাৱে পশ্চিমবংগত বিজেপি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ।

লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে তৃণমূল কংগ্ৰেছ ত্যাগ কৰি বিজেপিত চামিল হোৱা বহুসংখ্যক প্ৰভাৱশালী নেতাই দলে চৰকাৰ গঠনত ব্যৰ্থ হোৱাৰ পৰিপ্ৰেক্ষিতত পুনৰ মমতাৰ শৰণাপন্ন হৈছে । প্ৰতিদিনেই বিজেপি বিধায়ক-সাংসদ তথা বিভিন্ন পৰ্যায়ৰ নেতাই অসন্তুষ্টি প্ৰকাশ কৰি মমতা বন্দনাত ব্যস্ত হৈছে । কেন্দ্ৰীয় নেতৃত্ব‌ই পাৰ্যমানে চেষ্টা চলায়ো এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সক্ষম হোৱা নাই ।

বিগত দুটাকৈ নিৰ্বাচনত শ্বাহ নিজেই পশ্চিমবংগৰ দায়িত্বত আছিল যদিও বিধানসভা নিৰ্বাচনত শৌচনীয় ব্যৰ্থতাৰ সন্মুখীন হয় । এনে পৰিপ্ৰেক্ষিতত দলক ধৰি ৰখাৰ স্বাৰ্থতে এইবাৰৰ ভ্ৰমণত তেওঁ পুনৰ জোলোঙাৰ পৰা ‘কা’ৰ প্ৰসংগ বাহিৰ কৰিবলগীয়া হৈছে । অৱশ্যে গৃহমন্ত্ৰীৰ এনে ঘোষণাই মাতুৱা সম্প্ৰদায়ক আশ্বস্ত কৰিব পৰা নাই; বৰঞ্চ এই ঘোষণাৰ জৰিয়তে ‘কা’ বলৱতৰ প্ৰসংগটো অনিশ্চয়তাৰ মাজলৈ ঠেলি দিয়া হ’ল বুলিহে তেওঁলোকে সন্দেহ কৰিছে ।

কিয়নো কৰ’না মহামাৰী কেতিয়ালৈ প্ৰশমিত হ’ব সেয়া ভাৰত বাদেই, বিশ্বৰ কোনো বিশেষজ্ঞই এই পৰ্যন্ত কোনো ধাৰণা দিবলৈ সক্ষম হোৱা নাই; বৰঞ্চ এটাৰ পাছত এটাকৈ ইতিমধ্যে চাৰিটা ঢৌৱে জোঁকাৰি গৈছে । গতিকে কৰ’না শেষ হোৱালৈ অপেক্ষা কৰাৰ অৰ্থ ‘আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত’ৰ লেখীয়াই হ’বগৈ বুলি সকলোৰে ধাৰণা ।

অৱশ্যে গৃহমন্ত্ৰী শ্বাহৰ ঘোষণাই মাতুৱা অথবা এই আইন বলৱতৰ সুবিধা ল’বলৈ অপেক্ষা কৰি থকা সম্প্ৰদায়সমূহক নিশ্চয়তা প্ৰদান নকৰিলেও অসমত কেতবোৰ দল-সংগঠনক প্ৰতিক্ৰিয়া প্ৰকাশৰ সুযোগ নিশ্চিতভাৱে আনি দিছে । ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, ৰাইজৰ দল আদিয়ে এই সংশোধিত নাগৰিকত্ব আইন বলৱৎ কৰিবলৈ দিয়া নহ’ব বুলি ‘হুংকাৰ’ দিছে । এই দল-সংগঠনসমূহৰ এনে তথাকথিত হংকাৰ যে ৰাইজৰ চকুত ধূলি দিয়াৰ অপচেষ্টাৰ বাহিৰে আন একো নহয় তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন ।

সংসদত বিপুল ভোটত গৃহীত হোৱা আইনখন কাৰ্যকৰীকৰণৰ পৰা চৰকাৰক এই সংগঠনসমূহে কেনেদৰে বিৰত ৰাখিব ? এই কথা ঠিক যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমসহ দেশৰ কে’বাখনো ৰাজ্যত আন্দোলনৰ সূত্ৰপাত হয় । আনকি ৰাজধানী দিল্লীত ইয়াৰ বিৰুদ্ধে ৰক্তাক্ত সংঘৰ্ষ‌ও সংঘটিত হয় । কিন্তু সংসদত সংখ্যাগৰিষ্ঠতাৰ বলত চৰকাৰে অনায়াসে ইয়াক গৃহীত কৰে আৰু ততালিকে ৰাষ্ট্ৰপতিৰ স্বাক্ষৰৰ জৰিয়তে ইয়াক আইনত পৰিণত কৰে ।

চুবুৰীয়া আফগানিস্তান, পাকিস্তান, বাংলাদেশ আৰু নেপালৰ পৰা ধৰ্মীয় অতিশয্যাৰ বলি হৈ ভাৰতত প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, খ্ৰীষ্টান, শিখ, জৈন আদি অমুছলমান লোকক এই দেশৰ নাগৰিকত্ব প্ৰদানৰ উদ্দেশ্যে এই আইন সংশোধন কৰা হয় ।

লক্ষ্যণীয় যে পৃথিৱীৰ যিকোনো প্ৰান্তত আতিশয্যৰ বলি হোৱা হিন্দু ধৰ্মৰ লোকক ভাৰতত সসন্মানে আশ্ৰ‌য় প্ৰদান নিশ্চিত কৰাটো বিজেপিৰ অন্যতম মূল নীতি । দল গঠনৰ সময়ৰে পৰাই বিজেপিয়ে এই নীতি ঘোষণা কৰি আহিছে । সেয়েহে সংসদত নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পাছত বিজেপি চৰকাৰে এই নীতি বাস্তৱায়িত কৰাটোৱে স্বাভাৱিক । চৰকাৰে এই আইনৰ সংশোধনৰ তিনি বছৰ পাছতো ইয়াক কাৰ্যকৰী নকৰাটোহে বিচাৰ্যৰ বিষয় ।

এই কথা ঠিক যে ‘কা’ক লৈ কেতবোৰ বিষয়ত প্ৰশ্ন নথকা নহয় । বিশেষকৈ দেশৰ সংবিধানে ধৰ্ম-সম্প্ৰদায়ৰ ভিত্তিত নাগৰিকত্ব প্ৰদানৰ ক্ষেত্ৰত বিভেদৰ কোনো সুযোগ দিয়া নাই । তদুপৰি ‘কা’ আৰু এন‌আৰচি পৰস্পৰ বিৰোধী স্থিতিত উপনীত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি । অৱশ্যে চূড়ান্ত এন‌আৰচি চৰকাৰে গ্ৰহণ নকৰে বুলি ঘোষণা কৰিছে ।

লক্ষ্যণীয়ভাৱে ‘কা’ বলৱৎ কৰা হ’ব বুলি স্পষ্টভাৱে ঘোষণা কৰাৰ পাছতো অসমত লোকসভা আৰু শেহতীয়া বিধানসভা নিৰ্বাচনতো বিজেপিয়ে বিপুল জয়লাভ কৰিবলৈ বিজেপিয়ে সক্ষম হৈছে । শেহতীয়া আটাইবোৰ নিৰ্বাচনতে বিজেপিয়ে এইদৰে ব্যাপক জনসমৰ্থন লাভ কৰি প্ৰমাণ কৰি দিছে যে অসমত ‘কা’ কোনো ইচ্ছ্যু হৈ থকা নাই । তাৰ পাছতো মুষ্টিমেয় দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰি ‘হুংকাৰ’ দিয়াৰ অৰ্থ বুজিবলৈ টান নহয় ।

নিজৰ অস্তিত্ব ৰক্ষাৰ সুযোগ ল’বলৈকে যে এনেদৰে তৎপৰ হৈ বিবৃতি দিছে সেই কথা কোনেও নুবুজাকৈ থকা নাই । নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ সময়ত এই দল-সংগঠনসমূহে মিথ্যাচাৰৰে ৰাইজক আভুৱা ভাঁৰিবলৈ বিভিন্ন অশুদ্ধ তথা অসত্য তথ্য প্ৰচাৰ কৰিছিল; কিন্তু সেইবোৰত যে অসমৰ ভোটাৰ ৰাইজ পতিয়ন নগৈ বিজেপিকেই অধিক সমৰ্থন দিলে সেয়া নিৰ্বাচনৰ ফলাফলে স্পষ্ট কৰি দিলে ।

গতিকে চাবলৈ গ’লে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি চৰকাৰে ‘কা’ বাতিল কৰিব বুলি ভবাটো তেনেই অবান্তৰ । তদুপৰি অসমৰ ৰাইজৰ মাজতো ‘কা’ক লৈ কোনো ধৰণৰ চৰ্চা চলিছে যেন দৃষ্টিগোচৰ নহয় । সম্প্ৰতি বিহুৰ অনুষ্ঠানৰ নামত বোকা নাচত ব্যস্ত অসমৰ যুৱ সমাজ এনে ধৰণৰ কোনো গুৰুত্বপূৰ্ণ বিষয়ক লৈ চিন্তিত বুলি ভবাটোও সমানেই অবান্তৰ । মূল্যবৃদ্ধি, অৰ্থ সংকট, ভয়াৱহ নিবনুৱা সমস্যা আদিয়ে জুমুৰি ধৰা অসমৰ যুৱচাম যেন বোকা নাচত মত্ত হৈ তৃপ্ত । ‘কা’ই হ‌ওক অথবা অন্যান্য জটিল সমস্যাবোৰেই হ‌ওক – সকলোবোৰ এই বোকা নাচত লুতুৰি-পুতুৰি কৰি পেলাইছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamCAAপ্ৰাঞ্জলসেন ডেকা
publisher

publisher

Related Posts

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?
Opinion

Opinion : কংগ্ৰেছৰ আৰু কিমান দিন?

April 24, 2023
Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!
Opinion

Opinion : দুৰ্নীতিবিৰোধী চেম্পিয়ন!

April 19, 2023
Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?
Opinion

Opinion : কালৈ ভাবুকিৰ সৃষ্টি কৰিছে ৰাহুল গান্ধীয়ে?

March 27, 2023
Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?
Opinion

Opinion: কোনেও দৃষ্টান্ত দাঙি ধৰিব কিয় নোৱাৰিলে?

March 20, 2023
Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা
Opinion

Opinion : অনিবার্য বিপদ সত্ত্বেও উপেক্ষা

March 14, 2023
Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম
Opinion

Opinion : জাতীয় সমস্যা যেতিয়া ন্যস্তস্বার্থ পূৰণৰ মাধ্যম

March 13, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d