Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Sinus Treatment : ছাইনাছৰ সমস্যাত ভুগিছে নেকি ?

publisher by publisher
May 12, 2022
in Health, Lifestyle
Reading Time: 1 min read
0
Sinus Treatment : ছাইনাছৰ সমস্যাত ভুগিছে নেকি ?
4
SHARES
42
VIEWS
ShareShareShareShare

প্রৱল মূৰৰ বিষ, সকলো সময়তে নাক-মূৰত ভাৰি ভাব, আনকি বিষৰ ফলত জ্বৰ উঠে — ছাইনাছৰ এই সমস্যাবোৰৰ স’তে আমি অনেকেই পৰিচিত । বতৰ সলনি হ’লেই ছাইনাছৰ সমস্যা আৰম্ভ হয় ।

ADVERTISEMENT

ছাইনাছ মূৰৰ এনে এটা অংশ, যাৰ কাম নাকৰ ভিতৰেৰে বায়ু চলাচলত সহায় কৰা । কোনো কাৰণত এই ছাইনাছৰ ভিতৰত সংক্রমণ হ’লে বতাহ চলাচল বিঘ্নিত হয় । তেতিয়া তীব্র মূৰৰ বিষ হয় । শ্বাসকষ্টও হ’ব পাৰে কোনো কোনো ক্ষেত্রত ।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

এই অসুখ হ’লে নিয়ম মানি কিছু ঔষধ খোৱা প্রয়োজন ঠিকেই । কিন্তু, গোটেই বছৰ কিছুমান ঘৰুৱা উপায় মানি চলিলে এটা এই সমস্যাৰ পৰা ৰক্ষা পাব পাৰি । জানি ল‌ওক কি এই নিয়ম :

১) ছাইনাছৰ সমস্যাৰ সহজ সমাধান অতিৰিক্ত পৰিমাণত পানী খোৱা । অধিক পানী খালে ছাইনাছত জমা মল স্বাভাৱিক প্রক্রিয়াত শৰীৰ পৰা ওলায় যায় । ফলত নাক পৰিষ্কাৰ হয় । বিষ কমে । অধিক তৰল খাদ্য খালেও এই সমস্যা কমে ।

২) ছাইনাছৰ সমস্যাৰ পৰা ৰেহাই পাবলৈ এটা বিশেষ পানীয় তৈয়াৰ কৰি ল’ব পাৰে । এক চামুচ এপল ছিদাৰ ভিনেগাৰ, সামান্য আদা কুটি, নেমু, সামান্য গোলমৰিচ, আধা চামুচ হালধি, তিনি-চাৰি ফুট নহৰুৰ মিশ্রণ একাপ পানীৰ স’তে মিহলি কৰি ল‌ওক । পানীয়টো ঠাণ্ডা কৰি চাহৰ দৰে খাওক । নিয়মিত এই পানীয় খালেও ছাইনাছৰ বিষ কমিব । প্রয়োজন হ’লে ইয়াত মৌ মিহলি কৰি ল’ব পাৰে । ফলত আৰু ভাল ফল পাব পানীয়টোৰ ।

৩) চৰ্দি-কাহৰ সমস্যা কমাবলৈ বহুতেই ভাপ লয় । গৰম পানী পাত্রত ৰাখি, টাৱেলৰে মূৰ ঢাকি সেই পাত্রৰ পৰা ভাপ ল‌ওক । এই গৰম পানীতেই কেইটোপালমান ইউকেলিপ্টাছৰ এছেনচিয়েল অ‌ইল মিহলি কৰি ল’ব পাৰে । তেতিয়াও ছাইনাছৰ বিষ কমিব ।

৪) শোৱাৰ আগত এক দুই টোপাল ইউকেলিপ্টাছ তেল আঙুলিৰে নাকৰ ভিতৰত লগাই ল‌ওক । ফলত আৰাম পাব । শোৱৰ সময়ত এচি চলোৱাৰ অভ্যাস থাকিলে পৰিহাৰ কৰক । প্রয়োজন হ’লে শোৱাৰ কেইঘণ্টামানৰ আগতে এচি চলাই ঘৰ ঠাণ্ডা কৰি তাৰ পাছত ফেন চলাই শোব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Healthhome remedySinus
publisher

publisher

Related Posts

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে
Lifestyle

আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

April 25, 2026
ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল
Lifestyle

ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

April 25, 2026
ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!
Lifestyle

ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d