Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Supreme Court : মহিলাৰ অধিকাৰ কেৱল শহুৰৰ ঘৰতে সীমাৱদ্ধ নহয়, ভাড়াঘৰতো আছে, পর্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ

publisher by publisher
May 13, 2022
in India, News
Reading Time: 1 min read
0
Supreme Court : মহিলাৰ অধিকাৰ কেৱল শহুৰৰ ঘৰতে সীমাৱদ্ধ নহয়, ভাড়াঘৰতো আছে, পর্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ
2
SHARES
20
VIEWS
ShareShareShareShare

বিবাহিত মহিলাসকলৰ বসবাসৰ অধিকাৰ কেৱল শহুৰৰ ঘৰতেই সীমাৱদ্ধ নহয় । কর্মসূত্রত বাহিৰত থকা স্বামীৰ ভাড়াঘৰতো তেওঁৰ থকাৰ অধিকাৰ থাকিব পাৰে । বৃহস্পতিবাৰে গার্হস্থ্য হিংসা গোচৰৰ এটা শুনানিত গুৰুত্বপূর্ণ পর্যবেক্ষণ উচ্চতম ন্যায়ালয়ৰ ।

ADVERTISEMENT

ন্যায়াধীশ এমআৰ শ্বাহ আৰু ন্যায়াধীশ বিভি নাগাৰত্নৰ ডিভিছন বেঞ্চে জনায়, বিবাহিতাসকলৰ সম্পত্তিৰ অধিকাৰৰ বিষয়টো কেৱল স্বামীৰ পৈতৃক গৃহতেই সীমাৱদ্ধ থাকিব, এনে হ’ব নোৱাৰে ।

RelatedPosts

Pawan Khera will appeal to the SC:অগ্রিম জামিন বিচাৰি এইবাৰ পৱন খেড়া দ্বাৰস্থ হ’ব সৰ্বোচ্চ ন্যায়ালয়ত

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

Supreme Court Judgement:অর্ণমাই বৰা হত্যাৰ মূল অভিযুক্তক দোষমুক্ত সৰ্বোচ্চ ন্যায়ালয়ৰ

সংশ্লিষ্ট গোচৰটো দাখিল কৰিছিল এগৰাকী মহিলাই । বিধৱা হোৱাৰ পাছত তেওঁ গার্হস্থ্য হিংসাৰ অভিযোগ কৰে । জনায়, তেওঁৰ বসবাসৰ অসুবিধাৰ কথাও । যাৰ পৰিপ্রেক্ষিতত শীর্ষ আদালতৰ পর্যবেক্ষণ, বহু ক্ষেত্রত দেখা যায় শহুৰৰ ঘৰৰ বাহিৰত থকা ভাৰতীয় মহিলাসকলে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । বিশেষকৈ, তেওঁলোকৰ বসবাসৰ ক্ষেত্ৰত । সেয়ে তেওঁলোকৰ বসবাসৰ অধিকাৰ বা সম্পত্তিৰ অধিকাৰ কেৱল স্বামীৰ পৈতৃক সম্পত্তিৰ মাজতে সীমাৱদ্ধ থকা উচিত নহয় ।

আদালতে এয়াও জনায়, গার্হস্থ্য হিংসাৰ অভিযোগৰ ক্ষেত্রত আইন অনুযায়ী প্রটেকছন অফিচাৰৰ প্ৰতিবেদন প্ৰয়োজন হয় । সেই ক্ষেত্রত বসবাসৰ বিষয়টো যদি প্ৰতিবেদনত উল্লেখ নাথাকেও, সেই ক্ষেত্রতো অধিকাৰৰ বিষয়টো জড়িত হৈ থাকে ।

কিন্তু শহুৰৰ ঘৰৰ পৰিয়ালৰ যিসকল সদস্যৰ বিৰুদ্ধে কোনো মহিলাই গার্হস্থ্য হিংসাৰ অভিযোগ তৰিছে, তেওঁলোকৰ স’তেই একেখন ঘৰতে থকা বাধ্যতামূলক নেকি ? এই বিষয়টোতো মন্তব্য কৰিছে শীর্ষ আদালতে । জনোৱা হৈছে, যিসকলৰ বিৰুদ্ধে মহিলাগৰাকীয়ে গার্হস্থ্য হিংসাৰ অভিযোগ তৰিছে, তেওঁলোকৰ স’তে তেওঁ নিবিচাৰিলে একলগে নাথাকিবও পাৰে । ইয়াৰ উপৰি, কোনো ভাগহোৱা পৰিয়ালৰ কোনো মহিলাই যদি গার্হস্থ্য হিংসাৰ গোচৰ কৰে, তেনেহ’লে বসবাসৰ বাবে তেওঁ সাহায্যৰ আবেদনো কৰিব পাৰে ।

অৱশেষত শীর্ষ আদালতে জনায়, ভাৰতত এগৰাকী মহিলাৰ বাবে শহুৰৰ ঘৰত থকা এটা সামাজিক নিয়ম । যদি কোনো জীৱিকাসূত্ৰে বা অন্যান্য কাৰণত, স্বামী আৰু পত্নী ভিন্ন স্থানত থকাৰ সিদ্ধান্ত লয় । আনকি, য’ত এগৰাকী মহিলাই যুক্তিসংগত কাৰণত স্বামীৰ ঘৰ এৰি অন্যত্র বসবাস কৰিছে, তেঁওৰো সেই ঘৰত থকাৰ অধিকাৰ আছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Domestic ViolenceSupreme Court
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d