Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ

    ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

    সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

    Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

    Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

    বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

কোকৰাঝাৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত ছাত্ৰক নিৰ্মম প্ৰহাৰ

publisher by publisher
May 15, 2022
in Assam, India, News
Reading Time: 1 min read
0
3
SHARES
26
VIEWS
ShareShareShareShare

চিৰাঙৰ ৰঞ্চাইধাম স্থিত কোকৰাঝাৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰক নিৰ্মম প্ৰহাৰৰ ঘটনা । বঙাইগাঁও জিলাৰ বৰপথাৰ গাঁৱৰ মহাম্মদ ইমামুল হুচেইন নামৰ ছাত্ৰজনক যোৱা ১১ মে’ৰ নিশা সংঘটিত হয় এই প্ৰহাৰৰ ঘটনা ।

ADVERTISEMENT

সূত্ৰ অনুসৰি, যোৱা ৰমজান মাহত চেহেৰী খাবলৈ বাধা দিয়াৰ পাছতো চেহেৰী খাই ৰমজানৰ ৰোজা পালন কৰা ছাত্ৰজন ঈদৰ বন্ধত ঘৰলৈ আহে । তাৰ পাছত ১১ মে’ত পুনৰ বিদ্যালয়লৈ যোৱাত সেই নিশাই ন বাজি ৩০ মিনিটত উচ্চতৰ দ্বিতীয় বৰ্ষৰ দুজন ছাত্ৰই অইন কোঠাত মাতি লয় মহাম্মদ ইমামুল হুচেইন নামৰ ছাত্ৰজনক আৰু ক্ৰিকেটৰ ষ্টাম্পেৰে নিৰ্মমভাৱে তপিনাত প্ৰহাৰ কৰে । দুবাৰ কৈ অচেতন হৈ পৰা ছাত্ৰজনক পুনৰ পানী খুৱাই চেতনা ঘূৰাই আনি আকৌ প্ৰহাৰ কৰে । লগতে পৰিয়াল বা শিক্ষকক জনালে প্ৰাণে মৰাৰো ভাবুকি দিয়ে দ্বিপ আৰু গুঞ্জন নামৰ ছাত্ৰ দুজনে ।

RelatedPosts

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Ragging Incident in Cachar :কাছাৰত ৰেগিঙৰ অত্যাচাৰৰ বলি নৱোদয় বিদ্যালয়ৰ নবম শ্ৰেণীৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

ছাত্ৰজনে ভয়তে প্ৰথম অৱস্থাত কাকো ক’ব পৰা নাছিল কাৰণ সি পঢ়িবই লাগিব বুলি । অসুস্থ হৈ পৰা ছাত্ৰজন বহিব নোৱাৰে খোজকাঢ়িবও নোৱাৰে । পাছত পৰিয়ালৰ লোকে জানিব পাৰি ঘৰলৈ আনি বঙাইগাঁও নাৰ্ছিং হোমত ভৰ্তি কৰায় চিকিৎসাৰ বাবে । অতি নিৰ্মমভাৱে প্ৰহাৰ কৰা আঘাতৰ চিন সম্পূৰ্ণ স্পষ্ট ।

এই সন্দৰ্ভত বাসুগাঁও থানাত এজাহাৰ দিয়া হ’ব বুলিও জনায় পৰিয়াল তথা আমছুৰ সূত্ৰে । বিষয়টো ইতিমধ্যে চিৰাং জিলা আৰক্ষী অধীক্ষকক অৱগত কৰিছে বঙাইগাঁও জিলা আমছুৰ সভাপতি ছাদ্দাম হুচেইনে ।

উল্লেখ্য ইয়াৰ পূৰ্বেও চিৰাঙৰ ৰঞ্চাইধামৰ এইখন কোকৰাঝাৰৰ জৱাহৰ নৱোদয় বিদ্যালয়ত এই ধৰণৰ ঘটনা সংঘটিত হৈছিল, ছাত্ৰৰ প্ৰহাৰত এজন ছাত্ৰৰ মৃত্যুও হৈছিল । তাৰ পাছতো পুনৰ এই ধৰণৰ ঘটনাই অভিভাৱকসকলক শংকিত কৰি তুলিছে । যাৰ বাবে আইনৰ আশ্ৰয় ল’বলৈ বাধ্য হৈছে পৰিয়ালৰ লোক ।

মহাম্মদ ইমামুল হুচেইন নামৰ প্ৰহৃত ছাত্ৰজন প্ৰথম বৰ্ষ উত্তিৰ্ণ হৈ কেইদিনমান আগতে দ্বিতীয় বৰ্ষত উঠিছেহে। আৰু প্ৰহাৰ কৰা ছাত্ৰ দুজন দ্বিতীয় বৰ্ষৰ চুড়ান্ত পৰিক্ষা দিব। এনে অৱস্থাত এই ধৰণৰ প্ৰহাৰৰ ঘটনাই সকলোকে জৱাহৰ নৱোদয় বিদ্যালয়ত পঢ়িবলৈ দিয়া ছাত্ৰ-ছাত্ৰী কিমান সুৰক্ষিত তালৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: JNVKokrajhar
publisher

publisher

Related Posts

New York Mayor Zahran Mamdani:কহিনুৰ হীৰা ভাৰতক ঘূৰাই দিয়াৰ দাবী উদ্থাপনৰ ঘোষণা নিউয়ৰ্কৰ মেয়ৰ জহৰাণ মামদানীৰ
News

April 30, 2026
ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ
Assam

ঘগ্ৰাপাৰৰ লাটিমা পথৰ দুৰৱস্থাঃ ছাত্ৰ-ছাত্ৰী, পথচাৰীৰ দুর্ভোগ

April 30, 2026
সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ
News

সর্বাধিক পর্যটকে ভ্রমণ কৰা বিশ্বৰ ১০ শীর্ষ চহৰ

April 30, 2026
Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা
News

Heavy hail storm in Bengaluru:বেংগালুৰুত প্ৰৱল শিলাবৃষ্টি- ধুমুহা

April 30, 2026
Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা
News

Terrible accident on the Delhi-Mumbai expressway in Alwar,Rajasthan:ৰাজস্থানৰ আলৱাৰত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেত ভয়ংকৰ দুৰ্ঘটনা

April 30, 2026
বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু
News

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

April 30, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d