Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কিয় ৰাতি বিমানত বিদেশ ভ্ৰমণ কৰি ভাল পাই নৰেন্দ্ৰ মোদীয়ে ?

publisher by publisher
May 22, 2022
in India, News
Reading Time: 1 min read
0
কিয় ৰাতি বিমানত বিদেশ ভ্ৰমণ কৰি ভাল পাই নৰেন্দ্ৰ মোদীয়ে ?
2
SHARES
16
VIEWS
ShareShareShareShare

বিগত প্ৰায় দুসপ্তাহ ধৰি চলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ ব্যস্ত সময়সূচী । চলিত মাহৰ আৰম্ভণিতে,জাৰ্মানী ,ডেনমাৰ্ক আৰু ফ্ৰান্সত তিনি দিনৰ ভ্ৰমণলৈ গৈছিল নৰেন্দ্ৰ মোদী ।

ADVERTISEMENT

তাৰ পাছত বুদ্ধ জয়ন্তীত নেপাল ভ্ৰমণ কৰে নৰেন্দ্ৰ মোদীয়ে ।অহা সপ্তাহত জাপানলৈ আন এক গুৰুত্বপূৰ্ণ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে । প্ৰায় গোটেই মাহ ধৰি বিদেশ ভ্ৰমণত কটাইছে তেওঁৰ সময়।

RelatedPosts

মোদীৰ শাসনত দেশত এবছৰতে ৫৭জন অর্বুদপতিৰ সংখ্যা বৃদ্ধি

সামাজিক মাধ্যমত বিশ্বৰ শীৰ্ষস্থানত Modi, ইনষ্টাগ্ৰামত ১০ কোটি অনুসৰণকাৰী সম্পূৰ্ণ

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ ওচৰৰ বস্তিবাসীক উচ্ছেদৰ নিৰ্দেশ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিদেশ ভ্ৰমণৰ সময়সূচী লক্ষ্য কৰিলে বুজা যাব যে এক নিৰ্দিষ্ট আৰ্হি অনুসৰিয়ে তেওঁ ভ্ৰমণ কৰে । বেছিভাগ সময়তে, নৰেন্দ্ৰ মোদীয়ে নিশা বিদেশ ভ্ৰমণ কৰিবলৈ ভাল পায়।

তাৰ পাছত গোটেই দিনটো ব্যস্ততা আৰু নানা বৈঠক, আলোচনাত কটোৱাৰ পাছত নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী গন্তব্যস্থানলৈ উৰা মাৰে। জাপান ভ্ৰমণো এই নিৰ্দিষ্ট আৰ্হিৰ ব্যতিক্ৰম নহ’ব।

২২ মে’, অৰ্থাৎ দেওবাৰে নিশা ৰাওনা হ’ব তেওঁ । ২৩ মে’ৰ পুৱাৰ ভাগত টকিঅ’ত উপস্থিত হ’ব আৰু পোনপটীয়াকৈ কামত যোগদান কৰিব।

জাপানৰ শীৰ্ষ ব্যৱসায়ীসকলৰ স’তে বৈঠকত মিলিত হ’ব আৰু ভাৰতীয়সকলকো উদ্দেশ্যে ভাষণ ও দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । পিছদিনা কোৱাড বৈঠকত অংশগ্ৰহণ কৰিব। দ্বিপাক্ষিক বৈঠকৰ পাছত একে ৰাতি ভাৰতলৈ উভতি আহিব।

নৰেন্দ্ৰ মোদীৰ শেহতীয়া বিদেশ ভ্ৰমণৰ ওপৰত চকু ফুৰালে দেখা যায় যে প্ৰধানমন্ত্ৰীয়ে জাৰ্মানী আৰু ডেনমাৰ্কত মাত্ৰ এটা ৰাতি অতিবাহিত কৰিছে। একেদৰে, জাপান ভ্ৰমণত, তেওঁ মাত্ৰ এটা ৰাতি কটাব আৰু ৰাতি ঘূৰি আহিব।

প্ৰধানমন্ত্ৰী মোদীয়ে এই মাহত পাঁচখন দেশ ভ্ৰমণ কৰিছে। তেওঁ এই দেশবোৰত মুঠ তিনিৰাতি অতিবাহিত কৰিছিল। সময় বচাবলৈ তেওঁ বিমানত চাৰি ৰাতি কটাইছিল। প্ৰধানমন্ত্ৰী মোদীক কেবা বছৰ ধৰি চিনি পোৱা এজন ঘনিষ্ঠ সূত্ৰই জনাইছে নৰেন্দ্ৰ মোদীৰ নিশা ভ্ৰমণৰ প্ৰকৃত কাৰণ।

কিয় ৰাতি বিমানত বিদেশ ভ্ৰমণ কৰি ভাল পাই নৰেন্দ্ৰ মোদীয়ে ?

তেওঁৰ কথাত, ৯০- দশকৰ আৰম্ভণিতে, যেতিয়া নৰেন্দ্ৰ মোদীয়ে সাধাৰণ নাগৰিক হিচাপে ভ্ৰমণ কৰিছিল, তেতিয়া তেওঁ বিশেষ ফ্ৰিকুৱেণ্ট-ফ্লায়াৰ কাৰ্ড ব্যৱহাৰ কৰিছিল।

সেই সময়ত, তেওঁ দিনত গন্তব্যস্থানলৈ যায় আৰু সাধাৰণতে হোটেলত থকাৰ পৰা টকা ৰাহি কৰিবলৈ শেষ নিশাৰ বিমানত উভতি আহে। নৰেন্দ্ৰ মোদীয়ে প্ৰায়ে বিমানেৰে আৰু বিমানবন্দৰত শুইছিল বুলি জনালে সূত্ৰই।

প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ সূত্ৰই এইটোও জনাইছে, সময় আৰু সম্পদ ৰক্ষা কৰাটো নৰেন্দ্ৰ মোদীৰ অভ্যাস হৈ পৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: indiaNarendra Modi
publisher

publisher

Related Posts

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
Crime

March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ
News

যুদ্ধ কিমান দিনলৈ? পৰস্পৰ বিৰোধী দাবী আমেৰিকা-ইৰানৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d