Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Sri Lanka Petrol Price Hike : পে’ট্ৰল লিটাৰ ৪২০, ডিজেল ৪০০ টকা ,শ্ৰীলংকাত ইন্ধনত লাগিছে জুই

publisher by publisher
May 24, 2022
in International, News
Reading Time: 1 min read
0
Sri Lanka Petrol Price Hike : পে’ট্ৰল লিটাৰ ৪২০, ডিজেল ৪০০ টকা ,শ্ৰীলংকাত ইন্ধনত লাগিছে জুই
2
SHARES
20
VIEWS
ShareShareShareShare

ৰাজনৈতিক অস্থিৰতাৰ জুই জ্বলিছে শ্ৰীলংকাত । অৰ্থনৈতিক সংকটৰ ফলতো জুই লাগিছে । ইয়াৰ মাজতে ইন্ধনৰ মূল্যও অভিলেখত গঢ়িলে ভাৰতৰ দক্ষিণ দ্বীপৰাষ্ট্ৰখনত ।

ADVERTISEMENT

মঙলবাৰে শ্ৰীলংকাৰ প্ৰশাসনে পেট্ৰ’লৰ মূল্য ২৪.৩ শতাংশ বৃদ্ধি কৰিছে। ডিজেলৰ মূল্য বৃদ্ধি পাইছে ৩৮.৪ শতাংশ । দেশখনৰ অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে শ্ৰীলংকাত ইন্ধনৰ মূল্য আগতে কেতিয়াও ইমান বৃদ্ধি হোৱা নাছিল।

RelatedPosts

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

শ্ৰীলংকাত আবদ্ধ হৈ থকা ৩০০ৰো অধিক ভাৰতীয়ক উদ্ধাৰ বায়ুসেনাৰ

শ্ৰীলংকাত বিধ্বংসী ঘূৰ্ণীবতাহ ! প্ৰচণ্ড বতাহ আৰু বৰষুণৰ ফলত বিধ্বস্ত শ্ৰীলংকা

বিগত ১৯ এপ্ৰিলৰ পাছৰ পৰা এইটো দ্বিতীয় বাৰ ইন্ধনৰ মূল্য বৃদ্ধি পালে শ্ৰীলংকাত । নতুন বৃদ্ধিৰ ফলত, এতিয়া শ্ৰীলংকাত যি অক্টেন ৯২ পেট্ৰ’ল আটাইতকৈ অধিক ব্যৱহাৰ কৰে মানুহে ,তাৰ মূল্য হ’ল লিটাৰ ৪২০ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৪০০ টকা হৈছে।

দেশৰ অৰ্থনৈতিক সংকটৰ মাজতে শ্ৰীলংকা ইন্ধনৰ দাম বৃদ্ধি বঢ়োৱাৰ বাবে এই সিদ্ধান্ত লৈছে দেশৰ ইন্ধন নিয়ন্ত্ৰণ সংস্থা চিলন পেট্ৰ’লিয়াম কৰ্পোৰেচন । তেওঁলোকৰ সিদ্ধান্তৰ লগে লগে পেট্ৰ’লৰ মূল্য এবাৰতে ৮২ টকা আৰু ডিজেলৰ মূল্য ১১১ টকা বৃদ্ধি কৰা হৈছিল।

শ্ৰীলংকাৰ শক্তি মন্ত্ৰী কাঞ্চনা ৱিজেচাকাৰাই টুইটাৰত জনাইছে, নতুন মূল্য মঙলবাৰে আবেলি তিনি বজাৰ পৰা কাৰ্যকৰী হ’ব। লগতে তেওঁ জনাই যে ইন্ধনৰ মূল্য বৃদ্ধি শ্ৰীলংকাৰ কেবিনেটৰ দ্বাৰা অনুমোদিত হৈছে। একে সময়তে, ইন্ধনৰ মূল্য বৃদ্ধি লগতে বৃদ্ধি পাইছে অন্যান্য সামগ্ৰী, সেৱা আৰু বাহনৰ ভাড়াৰ মূল্য ।

শ্ৰীলংকাৰ অৰ্থনীতিবিদসকলে আকাশচুম্বী ইন্ধনৰ মূল্যৰ আঁৰত যোগানৰ অভাৱক দোষাৰোপ কৰিছে। যোৱা কিছুদিনৰ পৰা, এই ইন্ধন সংকটৰ বাবে শ্ৰীলংকাৰ বিভিন্ন পেট্ৰ’ল পাম্পত ক্ৰেতাসকলৰ দীঘলীয়া শাৰীৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

শ্ৰীলংকাৰ এই পৰিস্থিতিত শ্ৰীলংকাৰ ব্যৱসায় ইণ্ডিয়ান অইল কৰ্পোৰেচনতো তেলৰ মূল্য বৃদ্ধি পাইছে। তেওঁলোকে জনাই যে তেওঁলোকে চৰকাৰৰ নিৰ্দেশ অনুসৰি ৪২০ টকাত পেট্ৰ’ল আৰু ৪০০ টকাত ডিজেল বিক্ৰী কৰি আছে।

ইফালে, ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে শ্ৰীলংকাৰ অটো ৰিক্সাচালকসকলে জনাই যে এতিয়াৰ পৰা অটোত প্ৰথম এক কিলোমিটাৰ যাত্ৰাৰ বাবে নিম্নতম ৯০ টকাৰ ভাড়া পৰিশোধ কৰিব লাগিব।

তাৰ পাছত প্ৰতি কিলোমিটাৰত ৮০ টকাকৈ যাত্ৰীয়ে পৰিশোধ কৰিব লাগিব। বহুতো কোম্পানীয়ে তেওঁলোকৰ কৰ্মচাৰীসকলক বাহনৰ ভাড়াৰ এই অস্বাভাৱিক বৃদ্ধিত ঘৰৰ পৰা কাম কৰিবলৈ পৰামৰ্শ দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Diesel PricePetrol Price HikeSri Lanka
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d